March 15, 2025 7:00 PM March 15, 2025 7:00 PM
10
ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্র দাখিল প্ৰক্ৰিয়া সমাপ্ত
অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্র দাখিল প্ৰক্ৰিয়াৰ অন্তিম দিনটোত ভালেসংখ্যক প্রার্থীয়ে তেওঁলোকৰ মনোনয়ন পত্র দাখিল কৰে। পৰিষদৰ অন্তৰ্গত মুঠ ৩৬টা সমষ্টিৰ ভিতৰত গোৱালপাৰা জিলাত ২০টা আৰু কামৰূপ জিলাত থকা ১৬টা সমষ্টি আছে। গোৱালপাৰা জিলাৰ ২০টা সমষ্ট...