March 20, 2025 11:02 AM March 20, 2025 11:02 AM
13
ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে ১ অক্টোবৰৰ পৰা বজাৰতকৈ কম দৰত দাইল, চেনি, নিমখ লাভ কৰিব: মুখ্যমন্ত্ৰী
■ ৰেচন কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীসকলে অহা ১ অক্টোবৰৰ পৰা বজাৰতকৈ কম দৰত দাইল, চেনি, নিমখ লাভ কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছে। হিতাধিকাৰীসকলে বজাৰৰ দৰতকৈ দাইল আৰু চেনি কম মূল্যত লাভ কৰাৰ লগতে নিমখ ১০ টকা কম দামত ক্ৰয় কৰিব পাৰিব। তেওঁ লগতে কয়, যে ৰেচন কাৰ্ড থকা পাঁচজনীয়া পৰ...