আঞ্চলিক সংবাদ

January 23, 2026 6:33 PM

views 5

উৎসাহ-উদ্দীপনা আৰু পৰম্পৰাগত ৰীতি-নীতিৰে সমগ্ৰ ৰাজ্যতে সৰস্বতীৰ পূজা উদযাপন

সমগ্ৰ ৰাজ্যতে বিদ্যাৰ অধিষ্ঠাত্রী দেৱী সৰস্বতীৰ পূজা আজি উৎসাহ-উদ্দীপনা আৰু পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা হয়। ৰাজ্যখনৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ লগতে অন্যান্য শিক্ষা প্রতিষ্ঠানত আজি পুৱাৰে পৰা বাগদেৱীৰ পূজা অর্চনা কৰা হয়। ধর্মীয় ৰীতি-নীতিৰে মা সৰস্বতীক আকর্ষণীয়কৈ সজাই বেদীত প্ৰতিষ্ঠা কৰি জ্ঞা...

January 23, 2026 6:31 PM

views 12

কোকৰাঝাৰৰ সংঘৰ্ষত ক্ষতিগ্রস্ত পৰিয়ালসমূহলৈ ৰাজ্য চৰকাৰৰ আর্থিক সাহায্য প্ৰদান

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্রী জয়ন্ত মল্লবৰুৱাই কোকৰাঝাৰৰ কাৰিগাঁৱৰ শেহতীয়া সংঘৰ্ষত ক্ষতিগ্রস্ত পৰিয়ালসমূহলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আর্থিক সাহায্য প্ৰদান কৰে। এই অনুসৰি সংঘৰ্ষত নিহত হোৱা দুজন লোকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ, আহত ৩ জনৰ পৰিয়ালৰ এক লাখ টকাকৈ আৰু ক্ষতিগ্রস্ত ৪৩টা পৰিয়াললৈ ৫০ হাজাৰ টকাকৈ প্...

January 23, 2026 2:15 PM

views 21

ৰাজ্যত ১০ হাজাৰ শিক্ষাৰ্থীক বছৰি প্ৰশিক্ষণ দিব পৰাকৈ স্থাপন কৰা দক্ষতা বিশ্ববিদ্যালয়খন চৰকাৰে মুকলি কৰিব

অসম চৰকাৰে অহা কেইসপ্তাহমানৰ ভিতৰতে ৰাজ্যত ১০ হাজাৰ শিক্ষাৰ্থীক বছৰি প্ৰশিক্ষণ দিব পৰাকৈ স্থাপন কৰা দক্ষতা বিশ্ববিদ্যালয়খন মুকলি কৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে বিকাশৰ ক্ষেত্ৰত বহুমুখী পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কালি ডাভ’ছত এই কথা...

January 23, 2026 5:16 PM

views 12

ওদালগুৰিত শিক্ষাৰ্থীৰ মাজত ৬,৪৩৪খন চাইকেল বিতৰণ

■ ওদালগুৰি জিলাত আজি ৰাজ্য চৰকাৰৰ বিনামূলীয়া চাইকেল বিতৰণ আঁচনিৰ অধীনত শিক্ষাৰ্থীৰ মাজত ৬,৪৩৪খন চাইকেল বিতৰণ কৰা হয়। অনুষ্ঠানত বি টি চিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য ৰিহণ দৈমাৰী আৰু বিটিচিৰ পাৰিষদ অর্জুন দৈমাৰীৰ লগতে জিলা প্ৰশাসনৰ ভালেমান বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

January 23, 2026 1:24 PM

views 26

১৪ ফেব্ৰুৱাৰীত প্ৰধানমনন্ত্ৰীৰ পুনৰ অসম ভ্ৰমণৰ সম্ভাৱনা

ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ নৱনিৰ্মিত দলংখন প্রধানমনন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৪ ফেব্ৰুৱাৰীত উদ্বোধন কৰাৰ সম্ভাৱনা আছে। এই উদ্দেশ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমলৈ আমন্ত্ৰণ জনোৱাৰ বিষয়ে কালি সামাজিক মাধ্যমত প্ৰকাশ কৰে। এই একেটা ভ্ৰমণতে প...

January 23, 2026 5:02 PM

views 18

পৰম্পৰাগত ৰীতি-নীতিৰে সমগ্ৰ ৰাজ্যতে সৰস্বতীৰ পূজা উদযাপন

■ সমগ্ৰ ৰাজ্যতে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা উৎসাহ-উদ্দীপনা আৰু পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা হৈছে। ৰাজ্যখনৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ লগতে অন্যান্য শিক্ষা প্ৰতিষ্ঠানত আজি পুৱাৰে পৰা বাগদেৱীৰ পূজা অৰ্চনা কৰা হৈছে। ধৰ্মীয় ৰীতি-নীতিৰে মা সৰস্বতীক আকর্ষণীয়কৈ সজাই বেদীত প্ৰতিষ্ঠা কৰ...

January 23, 2026 12:08 PM

views 30

গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত প্রস্তুতি অব্যাহত

সমাগত গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত প্রস্তুতি চলি আছে। ইয়াৰ বাবে জিলা সদসমূহত কুচ-কাৱাজৰ অনুশীলন কৰি থকা হৈছে। ডিব্ৰুগড় জিলাতো গণৰাজ্য দিৱসৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে। জিলাখনৰ খনিকৰ খেলপথাৰত হ'বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰাৰ কথ...

January 23, 2026 5:08 PM

views 13

গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড়ৰ সকলো চৰকাৰী কাৰ্যালয় ২৬ জানুৱাৰীলৈকে খোলা ৰাখিবলৈ জিলা আয়ুক্তৰ জাননী

সমাগত গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলাৰ সকলো চৰকাৰী কাৰ্যালয় ২৬ জানুৱাৰীলৈকে খোলা ৰাখিবলৈ জিলা আয়ুক্তই এখন জাননী জাৰি কৰিছে। ডিব্ৰুগড়ৰ খনিকৰ ফিল্ডত হ'বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ প্ৰস্তুতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে এইবাৰৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত...

January 23, 2026 12:04 PM

views 23

সমগ্ৰ দেশত আজি পৰাক্ৰম দিৱস পালন

নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯ সংখ্যক জন্মবার্ষিকীৰ লগত সংগতি ৰাখি সমগ্ৰ দেশত আজি পৰাক্ৰম দিৱস পালন কৰা হৈছে। এই উপলক্ষে আজিৰেপৰা শ্ৰীবিজয়পুৰমৰ নেতাজী ষ্টেডিয়ামত তিনিদিনীয়াকৈ জন্মবার্ষিকী উদযাপনৰ আয়োজন কৰা হৈছে। অসমৰ বিভিন্ন স্থানতো নেতাজীক স্মৰণৰ বাবে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত...

January 23, 2026 12:01 PM

views 39

সৰস্বতীৰ পূজা উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলহ-মালহ পৰিৱেশ

বিদ্যা আৰু সুকুমাৰ কলাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলহ- মালহ পৰিৱেশে বিৰাজ কৰিছে। ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠান-প্ৰতিষ্ঠানত শিক্ষাৰ্থীসকল ভিৰ পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ কেইবাখনো শৈক্ষিক প্রতিষ্ঠান তথা বিভিন্ন আবাসিক অঞ্চলত সৰস্বতী পূজাৰ আয়োজন কৰা হৈছে। ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।