আঞ্চলিক সংবাদ

January 2, 2026 9:09 PM

views 11

যোৰহাট পশ্চিম ৰাজহ চক্ৰৰ দুগাৰাকী লাট মণ্ডলক নিলম্বন

যোৰহাট পশ্চিম ৰাজহ চক্ৰৰ দুগাৰাকী লাট মণ্ডলৰ বিৰুদ্ধে উঠা বিভিন্ন অভিযোগৰ ভিত্তিত জিলা আয়ুক্তৰ নিৰ্দেশমৰ্মে আজি চাকৰিৰ পৰা তেওঁলোকক নিলম্বন কৰা হয়। নিলম্বিত লাট মণ্ডল দুগৰাকী হৈছে অনিমেষ শ‍ইকীয়া আৰু মুনীন বৰা। উল্লেখযোগ্য যে, মণ্ডল দুগৰাকীৰ বিৰুদ্ধে চৰকাৰী ভূমি আবণ্টনত অনিয়ম, কর্তব্যত গাফিলতি, ন...

January 2, 2026 9:03 PM

views 19

অসম গ্রন্থমেলাত বিগত ৯ দিনত ৪ কোটি ৭০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী

যোৱা ২৪ ডিচেম্বৰত আৰম্ভ হোৱা অসম গ্ৰন্থমেলাৰ আজি দশম দিনাও গ্রন্থপ্ৰেমীয়ে আশাব্যঞ্জক সঁহাৰি আগবঢ়াইছে। অসম প্ৰকাশন পৰিষদৰ লগতে অন্যান্য পুথি বিক্রেতাসকলে প্রকাশ কৰা অনুসৰি বিগত ৯ দিনত অসম গ্রন্থমেলাত ৪ কোটি ৭০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হৈছে। প্ৰকাশন পৰিষদৰ জুবিন গাৰ্গ সোঁৱৰণি অস্থায়ী প্ৰেক্ষাগৃহত সাহ...

January 2, 2026 8:59 PM

views 12

বজালী জিলা যুৱ সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱসত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ অংশগ্ৰহণ

মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বজালী জিলা যুৱ সাংবাদিক সন্থাৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰাৰ লগতে পাঠশালাৰ কৃষ্ণনগৰত সন্থাৰ এটা কাৰ্য্যালয় উদ্বোধন কৰি নিজৰ সাংবাদিকতা জীৱনৰ স্মৃতিচাৰণ কৰে। তেওঁ যুৱ সাংবাদিকসকলক সংবাদ সেৱাৰ ক্ষেত্ৰত সাংবাদিকতাৰ নীতি-আদৰ্শ মানি চলিবলৈ আহ্বান জনায়। এই সভাতেই সমাজলৈ বিশ...

January 2, 2026 8:57 PM

views 7

ৰাজ্যৰ ২০গৰাকী অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সাংবাদিকলৈ সাংবাদিক পেঞ্চন

অসম চৰকাৰে সাংবাদিকৰ বাবে পেঞ্চন আঁচনিৰ অধীনত ২০ গৰাকী অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সাংবাদিকলৈ সাংবাদিক পেঞ্চন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এইসকলৰ ভিতৰত অসমীয়া প্ৰতিদিন কাকতৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ সাংবাদিক মণি মহন্ত, মনোজ অগষ্টি, মনোজ দত্ত, দ্যা ছেণ্টিনেল কাকতৰ অৱসৰপ্ৰাপ্ত সাংবাদিক বিজয় কুমাৰ শৰ্মা, দ্যা আছাম ...

January 2, 2026 8:53 PM

views 33

চৰাইদেউ জিলাৰ দিচাংপানীত ষষ্ঠ বার্ষিক সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱ

চৰাইদেউ জিলাৰ দিচাংপানীত আজিৰে পৰা ষষ্ঠ বার্ষিক সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱ অনুষ্ঠিত হৈছে। প্ৰকৃতি সংৰক্ষণ আৰু সজাগতাৰ বাৰ্তা লৈ ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত এই মহোৎসৱত গ্রন্থমেলা, থলুৱা বস্ত্রমেলা, জনগোষ্ঠীয় খাদ্য মেলাৰো আয়োজন কৰা হৈছে। প্ৰকৃতিপ্ৰেমী যুৱক অনুপ পাটকাইৰ নেতৃত্বত শি...

January 2, 2026 8:48 PM

views 20

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৭ জানুৱাৰীত দুদিনীয়া সূচীৰে অসম ভ্ৰমণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৭ জানুৱাৰীত দুদিনীয়া সূচীৰে অসম ভ্ৰমণ কৰিব। ৰাজ্য চৰকাৰৰ উদ্যোগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ১৭ জানুৱাৰীৰ দিনা সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা নৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰস্তুতি চলোৱা হৈছে। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক মন্ত্ৰী ...

January 2, 2026 8:46 PM

views 17

হোজাই জিলাৰ ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ছহেজাৰ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান

হোজাই জিলাৰ ডবকাৰ যমুনা-মৌদংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ছহেজাৰ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান চলায়। এই অভিযানৰ জৰিয়তে অঞ্চলটোত ৩০-৪০ বছৰ ধৰি অবৈধভাৱে বাস কৰি থকা এহেজাৰ ২৫০ টা পৰিয়ালৰ ভিতৰত এহেজাৰ ৯৮টা পৰিয়ালক উচ্ছেদ কৰা হৈছে। বন বিভাগে বনাঞ্চলখনত জৰীপ চলাই কেইবাহাজাৰ বিঘা ভূমি অবৈধ দখলকাৰীৰ ...

January 2, 2026 8:44 PM

views 14

ৰাজ্যৰ স্বীকৃতিপ্রাপ্ত সত্ৰৰ ৬২০ গৰাকী উদাসীন ভকতলৈ বিত্তীয় সাহায্য প্রদান আঁচনিৰ শুভাৰম্ভ

ৰাজ্যৰ স্বীকৃতিপ্রাপ্ত সত্ৰৰ ৬২০ গৰাকী উদাসীন ভকতলৈ বিত্তীয় সাহায্য প্ৰদান আঁচনিৰ আজি শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত তেওঁলোকক মাহিলি এহেজাৰ ৫০০ টকাকৈ আৰ্থিক অনুদান প্ৰদান কৰা হ'ব। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত অনুষ্ঠানত আঁচনি মুকলি কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কয়, যে ৰাজ্যৰ সত্ৰৰ ভকতস...

January 2, 2026 8:38 PM

views 9

শোণিতপুৰ-ছিপাঝাৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মহিলা সৱলীকৰণৰ উল্লেখনীয় পদক্ষেপ হিচাপে আজি শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ ৩০ হাজাৰ ৬৫৫ গৰাকী আত্মসহায়ক গোটৰ সদস্যাৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৩৫২ কোটি টকা ব্যয়সাপেক্ষ ...

January 2, 2026 8:35 PM

views 17

জুবিন গাৰ্গৰ খাৰঘুলিৰ বাসগৃহত শিল্পীগৰাকীৰ নামত ন্যাস গঠনৰ সিদ্ধান্ত

জুবিন গাৰ্গৰ খাৰঘুলিৰ বাসগৃহতে প্রয়াত শিল্পীগৰাকীৰ নামত এটা ন্যাস গঠন কৰা হ'ব বুলি এখন সংবাদমেল যোগে পত্নী গৰিমা শ‍ইকীয়া গাৰ্গে প্ৰকাশ কৰিছে। গৰিমা শ‍ইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে সম্বোধন কৰা সংবাদমেলখনত তেওঁলোকে কয় যে জুবিন গার্গ ন্যাসে সামাজিক আৰু সাংস্কৃতিক দিশত কাম কৰি যাব...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।