August 2, 2025 9:53 PM August 2, 2025 9:53 PM
6
কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অধীনত ৰাজহুৱা উদ্যোগ বিভাগৰ সৌজন্যত গুৱাহাটীত Industry 4.0 শীর্ষক কর্মশালা
কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অধীনৰ ৰাজহুৱা উদ্যোগ বিভাগৰ সৌজন্যত আজি গুৱাহাটীত Industry 4.0 শীর্ষক এখন কর্মশালা অনুষ্ঠিত হয়। নুমলিগড় শোধনাগাৰ লিমিটেডৰ সহযোগত আয়োজিত এই কর্মশালাত নতুন আৰু অত্যাধুনিক প্রযুক্তিক কিদৰে আদৰি ল’ব পাৰি আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহে ইয়াৰ সুফল কেনেদৰে লাভ কৰিব পাৰে সেই ব...