আঞ্চলিক সংবাদ

September 1, 2025 7:47 PM

views 12

দক্ষিণ শালমাৰা মানকাচৰত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পর্যালোচনা বৈঠক

দক্ষিণ শালমাৰা মানকাচৰত সমজিলা সম উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি হাটশিঙিমাৰীত এখন পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ বিষয়ববীয়া আৰু বিভিন্ন বিভাগৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰি তেওঁ জিলাখনৰ উন্নয়নৰ সৈতে জড়িত কাম-কাজসমূহ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লয়। জিলাখন...

September 1, 2025 7:41 PM

views 26

বিটিচি নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

বিটিচি নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। চিৰাং জিলাৰ সদৰ কাজলগাঁৱত থকা জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম, বি টি চিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্পা বগয়াৰী আৰু কাৰ্যবাহী সদস্য চাইখং বসুমতাৰীয়ে ইউ পি পি এল দলৰ হৈ মনোনয়ন ...

September 1, 2025 7:36 PM

views 21

গুৱাহাটীত সশস্ত্র বাহিনী পতাকা দিৱসৰ পুজি ব্যৱস্থাপনা সমিতিৰ ৪৮ সংখ্যক ৰাজ্যিক বৈঠক

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই গুৱাহাটীত অনুষ্ঠিত সশস্ত্র বাহিনী পতাকা দিৱসৰ পুজি ব্যৱস্থাপনা সমিতিৰ ৪৮ সংখ্যক ৰাজ্যিক বৈঠকত অংশগ্ৰহণ কৰে। প্ৰাক্তন সেনাসকলৰ কল্যাণ আৰু পুনৰ সংস্থাপনৰ বাবে গঠিত এই সমিতিৰ বৈঠকত সেনাৰ জোৱান আৰু তেওঁলোকৰ কল্যাণৰ সৈতে জড়িত বিষয়সমূহ আলোচনা কৰা হয়। বৈঠকত ৰাজ্যপাল গৰাকী...

September 1, 2025 7:34 PM

views 11

ডিব্ৰুগড়ত তিনিটা প্ৰকল্প উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত তিনিটা প্ৰকল্প উদ্বোধন কৰে। শ্ৰী সোণোৱালে সাংসদ স্থানীয় এলেকা উন্নয়ন পুঁজিৰ অধীনত শৰীৰ চৰ্চা কেন্দ্ৰ, খোৱাপানী প্রকল্প আৰু ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ ড০ যোগীৰাজ বসু বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা ভৱ...

September 1, 2025 7:27 PM

views 15

পাথাৰকান্দিত আত্মসহায়ক গোটৰ সদস্যক ১০ হাজাৰকৈ টকাৰ চেক বিতৰণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত শ্ৰীভূমি জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ ১৫ হাজাৰ ৬৭১ গৰাকী সদস্যক ১০ হাজাৰকৈ টকাৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰে। জিলাখনৰ মুণ্ডামালা খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত অংশ লৈ দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে চৰ...

September 1, 2025 3:29 PM

views 28

প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি পঢ়া প্ৰতিযোগিতা

● আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে আন আন বছৰৰ দৰে এইবাৰো বাতৰি বিভাগৰ তৰফৰ পৰা এখন অনলাইন বাতৰি পঢ়া প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি এই প্ৰতিযোগিতাৰ ভাষা হ'ব অসমীয়া আৰু সময় ১ মিনিট নিৰ্ধাৰ...

September 1, 2025 3:16 PM

views 44

চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ সপ্তম অধিৱেশন কাইলৈ আৰম্ভ হ’ব

● চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ সপ্তম অধিৱেশন কাইলৈ আৰম্ভ হ'ব। দুদিনীয়াকৈ হ'বলগীয়া এই অধিৱেশন শ্রদ্ধাঞ্জলি জ্ঞাপনেৰে আৰম্ভ হ'ব। তাৰ পাছতে প্রশ্নোত্তৰ পৰ্ব অনুষ্ঠিত হ'ব। অধিৱেশনত ৰাজহুৱা স্বার্থজড়িত বহু আলোচনা অনুষ্ঠিত হোৱাৰ লগতে কেইবাখনো চৰকাৰী বিধেয়ক উত্থাপন কৰা হ'ব আৰু কেইবাটাও চৰকাৰী সিদ্ধান্ত ...

September 1, 2025 3:00 PM

views 25

বৃত্তিমুখী শিক্ষা আৰু প্ৰশিক্ষণৰ ৰাষ্ট্ৰীয় আয়োগৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গুৱাহাটীত কৰ্মশালাৰ আয়োজন

■ বৃত্তিমুখী শিক্ষা আৰু প্ৰশিক্ষণৰ ৰাষ্ট্ৰীয় আয়োগে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কাইলৈ গুৱাহাটীত এখন কৰ্মশালাৰ আয়োজন কৰিছে। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত হ'বলগীয়া এই কৰ্মশালাত অসমৰ উপৰি অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ...

September 1, 2025 11:50 AM

views 83

মাদক দ্ৰব্যৰ অবৈধ ব্যৱসায় ৰোধৰ বাবে মিজোৰাম চৰকাৰৰ আজিৰে পৰা ৪ মহীয়া বিশেষ অভিযান আৰম্ভ

■ মিজোৰাম চৰকাৰে মাদক দ্ৰব্যৰ অবৈধ ব্যৱসায় ৰোধ কৰাৰ বাবে আজিৰে পৰা চাৰিমহীয়া বিশেষ অভিযান আৰম্ভ কৰিছে। ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে সুদীর্ঘ এই বিশেষ চাৰিমহীয়া অভিযান আজিৰে পৰা আৰম্ভ হৈছে আৰু ই চলিত বছৰৰ ৩১ ডিচেম্বৰত অন্ত পৰিব। আৰক্ষী, আইন বলৱৎকাৰী বিভিন্ন সংস্থা আৰু ইয়ং মিজো ...

September 1, 2025 11:34 AM

views 25

নাৰী শিক্ষাৰ অগ্ৰণী সংগঠন ইডুকেট গার্লছলৈ ২০২৫ বৰ্ষৰ ৰমণ মেগছেছে বঁটা

■ নাৰী শিক্ষাৰ অগ্ৰণী সংগঠন ইডুকেট গার্লছলৈ ২০২৫ বৰ্ষৰ ৰমণ মেগছেছে বঁটা আগবঢ়োৱা হৈছে। ৰমণ মেগছেছে এৱাৰ্ড ফাউণ্ডেচনে এটা বিবৃতিৰ জৰিয়তে নাৰী শিক্ষাত আগবঢ়োৱা অৱদানৰ বাবে ভাৰতীয় স্বেচ্ছাসেৱী সংগঠনটোলৈ এছিয়াৰ ন'বেল বঁটা হিচাপে খ্যাত এই বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এই বঁটা ঘোষণা কৰাৰ পাছতেই ইডুকে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।