আঞ্চলিক সংবাদ

September 2, 2025 1:37 PM

views 22

গোৱালপাৰা জিলাৰ মাটিয়াত আৰক্ষীৰ গুলীত আহত ডকাইত

গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত কদমতোলা গোপালপুৰত কালি নিশা আৰক্ষীৰ গুলীত এজন ডকাইত আহত হয়। আহত ডকাইতজনক ৰাজিবুল আলী বুলি চিনাক্ত কৰা হৈছে। শুকুৰবাৰে নিশা টিপলাইট সংঘটিত ডকাইতিৰ ঘটনাত ৰাজিবুল আলী জড়িত আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আনহাতে টিপলাইট হোৱা ডকাইতি ঘটনাত জড়িত ৰাহুল কোচ, অপূৰ্ব...

September 2, 2025 1:35 PM

views 13

নতুন দিল্লীত অহা বছৰৰ আগষ্টত বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপছ

নতুন দিল্লীত অহা বছৰৰ আগষ্টত বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপছ অনুষ্ঠিত হ'ব। পেৰিছত অনুষ্ঠিত চলিত বৰ্ষৰ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপছৰ সামৰণী অনুষ্ঠানত কালি বেডমিণ্টন ৱর্ল্ড ফেডাৰেচন, বি ডব্লিউ এফে এই সিদ্ধান্ত সদৰি কৰে। ২০০৯ চনত হায়দাবাদত ভাৰতে অন্তিমবাৰৰ বাবে এই আগশাৰীৰ প্ৰতিযোগিতাখনৰ আয়োজন কৰিছ...

September 2, 2025 1:33 PM

views 31

গুৱাহাটীত কাইলৈ কেন্দ্ৰীয়ভাৱে অভিৰুচি ক্ৰীড়া দিৱসৰ আয়োজন

অর্জুন বঁটাৰে সন্মানিত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে কাইলৈ অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হ'ব। এই দিৱসৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে বুলি কালি ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত এখন সংবাদমেলত আয়োজক সংস...

September 2, 2025 1:32 PM

views 13

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন

আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে আন আন বছৰৰ দৰে এইবাৰো বাতৰি বিভাগৰ তৰফৰ পৰা এখন অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি এই প্রতিযোগিতাৰ ভাষা হ'ব অসমীয়া আৰু সময় ১ মিনিট নিৰ্ধাৰণ ...

September 2, 2025 11:41 AM

views 10

বিটিচি নিৰ্বাচনৰ বাবে মনোনয়ন-পত্ৰ দাখিলৰ আজি অন্তিম দিন; কেইবাগৰাকীও প্ৰাৰ্থীৰ মনোনয়ন-পত্র দাখিল

সমাগত বিটিচি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ আজি অন্তিম দিন। কালি বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে মনোনয়ন-পত্র দাখিল কৰে। কোকৰাঝাৰ জিলাৰ ১২ টা সমষ্টিৰ বাবে কালি ২৯ গৰাকী প্রার্থীয়ে মনোনয়ন দাখিল কৰে। ইউ পি পি এল, বি পি এফ আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীকেইগৰাকীয়ে কালি মনোনয়ন জমা দিয়ে। ইয়াৰ ...

September 2, 2025 11:36 AM

views 21

২০২৬ চনত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৬ চনত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা কৰিছে। কালি জাৰি কৰা অধিসূচনা অনুসৰি শিক্ষাৰ্থীসকলে অহা ৪ অক্টোবৰলৈ অনলাইন প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব। একেদৰে শিক্ষাৰ্থীসকলে ১০ অক্টোবৰলৈকে অনলাইন মাচুল জমা দিয়াৰ লগতে চালান সংগ্ৰ...

September 2, 2025 11:29 AM

views 6

মেৰাপানীত নগা ভিলেজ কাউন্সিল আৰু অসমৰ গাঁওপ্ৰধানৰ গুৰুত্বপূৰ্ণ বৈঠক

অসম-নাগালেণ্ডৰ মেৰাপানী সীমাত নাগালেণ্ড প্রশাসনে অসমীয়া লোকৰ প্ৰৱেশক লৈ জাৰি কৰা জাননী সন্দৰ্ভত শেহতীয়ালৈ নগা ভিলেজ কাউন্সিল আৰু অসমৰ গাঁওপ্ৰধানৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অসমৰ সীমাৱৰ্তী অঞ্চলৰ ১৭খন গাঁৱৰ গাঁওপ্রধান, দৈয়াং গাঁওবুঢ়া সন্থাৰ সভাপতি সম্পাদক আৰু নাগালেণ্ডৰ ভাণ...

September 1, 2025 8:08 PM

views 15

বাংলাদেশৰ জামাত-ই-ইছলামীৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগত শিক্ষক আটক

বাংলাদেশৰ জামাত-ই-ইছলামীৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগত আজি ধুবুৰী আৰক্ষীয়ে এজন শিক্ষকক আটক কৰিছে। গোপন সূত্ৰৰ পম খেদি জিলাখনৰ গোলকগঞ্জ আৰক্ষীৰ এটা দলে কোকৰাঝাৰ জিলাৰ কাজিগাঁৱৰ পৰা চুবুৰীয়া ৰাষ্ট্ৰখনৰ জেহাদী সংগঠনটোৰ সৈতে ঘনিষ্ট সম্পর্ক থকা শিক্ষক হজৰত আলীক আটক কৰে। কেইবাদিন ধৰি পলাতক হৈ থকা শিক্ষকজ...

September 1, 2025 8:01 PM

views 17

ৰাজ্যৰ বিভিন্ন জিলাত বিজেপিৰ কার্যকৰ্তাসকলে প্রতিবাদী কাৰ্যসূচী

কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্স নেতৃত্বই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃক লক্ষ্য কৰি বিহাৰৰ নিৰ্বাচনী প্ৰচাৰ সভাত কৰা অশালীন মন্তব্যৰ বিৰুদ্ধে আজি ৰাজ্যৰ বিভিন্ন জিলাত বিজেপিৰ কার্যকৰ্তাসকলে প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। লখিমপুৰ, ধেমাজি, বজালী, কাছাৰ, গোৱালপাৰা, শোণিতপুৰ, ডিব্ৰুগড় আদি জিলাৰ পৰা আমাৰ...

September 1, 2025 7:56 PM

views 12

জম্মুত নিহত হোৱা বি এছ এফৰ জোৱান ৰাজীৱ নুনীয়াৰ পৰিয়াললৈ ৫০ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা

ৰাজ্য চৰকাৰে যোৱা ২৭ আগষ্টত জম্মুত নিহত হোৱা বি এছ এফৰ জোৱান ৰাজীৱ নুনীয়াৰ পৰিয়াললৈ ৫০ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই এই বিষয়ে প্ৰকাশ কৰা বুলি ৰাজ্যসভাৰ সাংসদ কনাড পুৰকায়স্থ আৰু বিধায়ক নিহাৰ ৰঞ্জন দাসে নিহত জোৱানগৰাকীৰ পৰিয়ালক সদৰি কৰিছে। উল্লেখযোগ্য য...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।