আঞ্চলিক সংবাদ

September 4, 2025 11:53 AM

views 12

আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতা

■ আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে বাতৰি বিভাগৰ তৰফৰ পৰা অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এখন অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাৰ ভাষা হ'ব অসমীয়া আৰু সময় ১ মিনিট নির্ধাৰণ কৰা হৈছে। ইচ্ছুক প্ৰতিযোগী...

September 4, 2025 11:29 AM

views 25

৬ ছেপ্তেম্বৰ শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণীৰ বিশেষ দৃষ্টিপাত অনুষ্ঠান

■ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মশতবার্ষিকীৰ সৈতে সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ৬ ছেপ্তেম্বৰ শনিবাৰে নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত গীতিকাৰ, সাহিত্যিক, সাংবাদিক আৰু চিত্ৰকৰ হিচাপে ড০ ভূপেন হাজৰিকাৰ মূল্যায়ন কৰাৰ প্ৰয়াস কৰা হ'ব। বিশ...

September 4, 2025 11:22 AM

views 15

শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ বিভিন্ন নীতি নিৰ্ধাৰণৰ বাবে শক্তিশালী সমিতি গঠনৰ উদ্দেশ্যে বৈঠক

● ডিব্ৰুগড় জিলাৰ চাবুৱাৰ শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ অধ্যাপক নিযুক্তিকে ধৰি অন্যান্য বিভিন্ন নীতি নিৰ্ধাৰণৰ বাবে এখন শক্তিশালী সমিতি গঠন কৰাৰ উদ্দেশ্যে কালি এখন বৈঠক অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ উপাচার্য ড০ জীতেন হাজৰিকাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ প্ৰদীপ বৰ...

September 4, 2025 11:19 AM

views 26

অনাতাঁৰ সংবাদ সেৱাৰ অন্যতম বাটকটীয়া বিৰাজ দাসৰ অন্ত্যেষ্টিক্রিয়া গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ’ব

● কালি দেহাৱসান ঘটা অসমৰ অনাতাঁৰ সংবাদ সেৱাৰ অন্যতম বাটকটীয়া বিৰাজ দাসৰ অন্ত্যেষ্টিক্রিয়া আজি দুপৰীয়া গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ'ব। ইয়াৰ আগেয়ে আজি দিনৰ ১০ বাজি ৪৫ মিনিটত তেওঁৰ নশ্বৰদেহ আকাশবাণী গুৱাহাটীলৈ আনি শেষ শ্রদ্ধা জনোৱা হ'ব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে বর্ষীয়ান সাংবাদিক গৰ...

September 4, 2025 11:15 AM

views 18

ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে অসম অলিম্পিক সন্থাৰ ৰাজ্যিক ক্রীড়া দিৱস উদযাপন

■ অসম অলিম্পিক সন্থাই কালি এছিয়ান গেমছত ৰাজ্যৰ প্ৰথম স্বর্ণ পদক বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্যিক ক্রীড়া দিৱস উদযাপন কৰে। ১৯৬৬ চনৰ এছিয়ান গেম্‌ছত স্বর্ণ পদক অৰ্জনেৰে ইতিহাস ৰচা প্ৰসিদ্ধ ক্রীড়াবিদগৰাকীৰ উত্তৰাধিকাৰক সন্মান জনাই কালি গুৱাহাটীৰ সৰুসজাইত আয়োজন কৰা এটা অনুষ্ঠানত সৰুসজাই...

September 4, 2025 11:03 AM

views 21

২০২৫ বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটাৰ বাবে ১৫ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ নাম ঘোষণা

● শিক্ষা বিভাগে ২০২৫ বৰ্ষৰ ৰাজ্যিক কৃতি শিক্ষক বঁটাৰ বাবে ১৫ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ নাম ঘোষণা কৰিছে। কাইলৈ শিক্ষক দিৱস উপলক্ষে তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব। সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত কালি শিক্ষামন্...

September 3, 2025 8:26 PM

views 17

জম্মু-কাশ্মীৰৰ চালাল বান্ধৰ পানী নিয়ন্ত্ৰণৰ বাবে আটাইকেইখন গেট মুকলি

জম্মু-কাশ্মীৰৰ ৰিয়েছি জিলাৰ চালাল বান্ধৰ ওপৰৰ অংশত বিগত কেইবাদিনো ধৰি হৈ থকা প্ৰৱল বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি কর্তৃপক্ষই বান্ধটোৰ আটাইকেইখন গেট খুলি দিছে। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা মতে বান্ধটোৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত সজাগতামূলক ব্যৱস্থা হিচাপে তথা ইয়াৰ ওপৰেৰে বৈ যোৱা পর্যাপ্ত পৰিমাণৰ পান...

September 3, 2025 8:23 PM

views 17

ইটানগৰত কাইলৈ তৃতীয় পূৰ্বোত্তৰ বিমান পৰিবহন সম্মিলন

অৰুণাচল প্ৰদেশৰ ইটানগৰত কাইলৈ তৃতীয় পূৰ্বোত্তৰ বিমান পৰিবহন সম্মিলন অনুষ্ঠিত হ'ব। এই সম্মিলন হৈছে অসামৰিক বিমান পৰিবহন সন্দৰ্ভত উত্তৰ পূৰ্বাঞ্চল খণ্ডৰ মন্ত্ৰীসকলৰ সন্মিলন। এই সন্মিলনত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ পৰিবহন মন্ত্রী, নীতি নিৰ্মাতা আৰু ঔদ্যোগিক নেতাসকলে অংশগ্রহণ কৰিব। তেওঁলোকে আঞ্চল...

September 3, 2025 8:10 PM

views 23

নাগৰিকত্ব লাভৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ নতুন নির্দেশনা জাৰি

নাগৰিকত্ব সংশোধনী আইনৰ অধীনত নাগৰিকত্ব লাভৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নতুন নির্দেশনা জাৰি কৰিছে। এই অনুসৰি আৱেদনৰ যোগ্যতাৰ সময়সীমা ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে। এই আইনৰ অধীনত ভাৰতত আশ্রয় গ্রহণ কৰা পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুৱে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰ...

September 3, 2025 8:09 PM

views 15

ৰাজ্যিক পৰ্যায়ৰ বঁটাৰ বাবে ১৫ গৰাকী কৃতী শিক্ষকৰ নাম ঘোষণা

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যিক পৰ্যায়ৰ বঁটাৰ বাবে ১৫ গৰাকী কৃতী শিক্ষকৰ নাম ঘোষণা কৰিছে। অহা ৫ ছেপ্তেম্বৰত শিক্ষক দিৱসৰ কাৰ্যসূচীত এই শিক্ষকসকলক বঁটা প্ৰদান কৰা হ'ব।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।