আঞ্চলিক সংবাদ

September 4, 2025 8:16 PM

views 18

উত্তৰ পূৰ্বাঞ্চলৰ বাবে বাজেটত আৱণ্টিত ধনৰ পৰিমাণ ২০১৪-১৫ বৰ্ষৰ পৰা ১৫৩ শতাংশ বৃদ্ধি

উত্তৰ পূৰ্বাঞ্চলৰ বাবে বাজেটত আৱণ্টিত ধনৰ পৰিমাণ ২০১৪-১৫ চনৰে পৰা ১৫৩ শতাংশ বৃদ্ধি পাইছে বুলি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডু কিঞ্জাৰাপুৱে প্ৰকাশ কৰিছে। অৰুণাচল প্ৰদেশৰ ইটানগৰত আয়োজিত অসামৰিক বিমান পৰিবহণ বিষয়ক উত্তৰ পূৰ্বাঞ্চলৰ মন্ত্ৰী সন্মিলন তথা তৃতীয় উত্তৰ-পূব পৰিবহণ সন...

September 4, 2025 7:18 PM

views 21

ৰাজ্যৰ ৬খন মহাবিদ্যালয়ৰ নাকৰ এ গ্রেড লাভ

ৰাজ্যৰ ৬খন মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় মূল্যায়ণ আৰু প্ৰত্যায়ন পৰিষদ নাকৰ এ গ্রেড লাভ কৰিছে। ইয়াৰ ভিতৰত পাণ্ডু মহাবিদ্যালয়, প্রাগজ্যোতিষ মহাবিদ্যালয়, মঙলদৈ মহাবিদ্যালয়, মৰিগাঁও মহাবিদ্যালয়, গড়গাঁও মহাবিদ্যালয় আৰু দিছপুৰ মহাবিদ্যালয় আছে। শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি সামাজিক মাধ্যমযোগে এই ...

September 4, 2025 7:15 PM

views 16

মৰিগাঁও জিলা কৃষি বিভাগৰ সহযোগত কৃষক-বিজ্ঞানী মত বিনিময় অনুষ্ঠান

কৃষি প্রযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত আৰু মৰিগাঁও জিলা কৃষি বিভাগৰ সহযোগত জিলাখনত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে কৃষক-বিজ্ঞানী মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কৃষি আৰু ইয়াৰ আনুষংগিক বিষয়সমূহত কৃষকসকলক সজাগ কৰা আৰু তেওঁলোকক কাৰিকৰী প্ৰশিক্ষণ আগবঢ়োৱাৰ উপৰি বিভিন্ন আঁচনিৰ সুবিধাসমূহৰ বিষ...

September 4, 2025 7:14 PM

views 31

ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি ডিব্ৰুগড়ত ৭ ছেপ্তেম্বৰত চাইক্ল’থনৰ আয়োজন

ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি পূৰ্বোত্তৰ প্ৰাদেশীয় মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত ডিব্ৰুগড় জিলাত অহা ৭ ছেপ্তেম্বৰত চাইক্ল’থনৰ আয়োজন কৰা হৈছে। প্ৰদূষণমুক্ত সেউজ পৰিৱেশ গঢ়ি তোলাৰ লগতে চাইকেল চলোৱাৰ প্ৰতি জনসাধাৰণক আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে চাইক্ল’থনৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত ...

September 4, 2025 7:12 PM

views 26

কেন্দ্ৰীয় চৰকাৰে জল-জীৱন আঁচনিৰ পৰীক্ষা কৰি আছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

কেন্দ্ৰীয় চৰকাৰে জল-জীৱন আঁচনিৰ পৰীক্ষা কৰি আছে বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। শোণিতপুৰত আজি জল-জীৱন আঁচনিৰ ঠিকাদাৰৰ আন্দোলন সন্দৰ্ভত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ কয়, যে যিসমূহ আঁচনিৰ কাম ভালদৰে হৈছে, তাৰ পুঁজি কেন্দ্ৰীয় চৰকাৰে...

September 4, 2025 7:02 PM

views 25

গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন

আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োঁতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্রতিযোগীয়ে সাম্প্রতিক ঘটনাৱলী সম্পৰ্কীয় ১ মিনিটৰ বাতৰিৰ অ'ডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰ...

September 4, 2025 6:59 PM

views 30

ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ অনশন কাৰ্য্যসূচী গ্ৰহণ

ৰাজ্যৰ পৰা মৌলবাদী, অবৈধ বাংলাদেশীক উৎখাত আৰু অসম চুক্তি ৰূপায়ণেৰে অবৈধ বিদেশীৰ সমস্যা সমাধানৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই আজি ৰাজ্যজুৰি অনশন কাৰ্য্যসূচী গ্ৰহণ কৰে। ইয়াৰে অংশ হিচাপে কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত সন্থাটোৰ নেতৃবৰ্গই প্ৰতিবাদী কাৰ্য্যসূচীত ভাগ লয়...

September 4, 2025 6:54 PM

views 20

সমাগত বি টি চি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত

সমাগত বি টি চি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই আজি ইউ পি পি এলৰ প্ৰাৰ্থী ৰবিৰাম ব্ৰহ্মৰ সমৰ্থনত বানৰগাঁও সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায়। ইপিনে বাক্সা জিলাৰ শালবাৰী পৰিষদীয় সমষ্টিৰ বাবে সাংসদ জয়ন্ত বসুমতাৰীয়ে আজি নিৰ্বাচনী পৰিচালনা সমিতি গঠন ক...

September 4, 2025 6:51 PM

views 20

মহিলা উদ্যমিতা অভিযানৰ অধীনত ঢেকীয়াজুলিত ৩১,২২৪ গৰাকী সদস্যাক মুখ্যমন্ত্ৰীৰ চেক বিতৰণ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ঢেকীয়াজুলিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ ৩১ হাজাৰ ২২৪ গৰাকী সদস্যাক চেক বিতৰণ কৰে। ইয়াৰে ২৯ হাজাৰ ৫২৩ গৰাকী গ্ৰামাঞ্চলৰ আৰু এহেজাৰ ৭০১ গৰাকী নগৰাঞ্চলৰ আত্মসহায়ক গোটৰ সদস্যা। এই উপলক্ষে ঢেকীয়াজুলি চাহ বাগিচা খেলপথাৰত আয়োজিত অনু...

September 4, 2025 12:19 PM

views 17

ৰঙাপৰাৰ শিঙৰিজানৰ দুৰুং চাহ বাগিছাত আজি কেন্দ্রীয় সামূহিক ৰান্ধনী ঘৰৰ আধাৰশিলা স্থাপন কৰা হ’ব

■ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ শিঙৰিজানৰ দুৰুং চাহ বাগিছাত আজি কেন্দ্রীয় সামূহিক ৰান্ধনী ঘৰৰ আধাৰশিলা স্থাপন কৰা হ'ব। ২৫ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া এই সামূহিক ৰান্ধনী ঘৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত ৰঙাপৰাৰ বিধায...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।