আঞ্চলিক সংবাদ

September 6, 2025 7:36 PM

views 15

কেঁচা চাহপাতৰ মান আৰু মূল্যৰ সৈতে জড়িত বিষয় আলোচনাৰ বাবে ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ত সভা

কেঁচা চাহপাতৰ মান আৰু মূল্যৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত আলোচনাৰ বাবে আজি ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত Dibrugarh District Green Leaf Price monitoring Committee ৰ এখন সভা অনুষ্ঠিত হয়। চাহ বোৰ্ডৰ উদ্যোগত অতিৰিক্ত জিলা আয়ুক্ত বিৰাজ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত সহকাৰী আয়ুক্...

September 6, 2025 7:34 PM

views 23

ডিব্ৰুগড়ত ২৮ গৰাকী ব্যক্তিক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ এককালীন ধনৰ চেক বিতৰণ

মন্ত্রী প্রশান্ত ফুকনে আজি ডিব্ৰুগড়ত ২৮ গৰাকী ব্যক্তিক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ এককালীন ধনৰ চেক বিতৰণ কৰে। বিভিন্ন ৰোগত আক্ৰান্ত এই লোকসকলক চেকসমূহ বিতৰণ কৰা হয়। এই সাহায্যৰ জৰিয়তে দুখীয়া লোকসকলক ৰোগৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত আর্থিকভাৱে সকাহ প্ৰদানৰ বাবে মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত ...

September 6, 2025 7:30 PM

views 14

গোলাঘাটৰ নুমলীগড়ত ১৪ ছেপ্টেম্বৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৪ ছেপ্তেম্বৰত গোলাঘাট জিলাৰ নুমলীগড়ত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন কৰিব। নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ লগতে গোলাঘাট প্রশাসনে প্রধানমন্ত্ৰীগৰাকীৰ আগমনক লৈ ব্যাপক প্রস্তুতি চলাইছে। গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী ৰূপেশ গোৱালাই আজি এই প্ৰস্তুতিৰ ...

September 6, 2025 7:28 PM

views 42

বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকীৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি

বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবার্ষিকীৰ উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি চলি আছে। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই সামাজিক মাধ্যমত প্ৰকাশ কৰা মতে, সুধাকণ্ঠৰ সংগীতৰ ছন্দত মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ জনগণৰ সুখ, দুখ, অনুভুতি জীৱনৰ বিচিত্ৰ দৃশ্য প্ৰতিফলিত হৈছিল। স...

September 6, 2025 1:45 PM

views 28

অসম বীজ নিগমত সংঘটিত ৪ কোটি টকীয়া বিত্তীয় অনিয়ম সন্দৰ্ভত তদন্ত আৰম্ভ

অসম আৰক্ষীৰ চি আই ডিয়ে ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ অধীনৰ অন্যতম অসম বীজ নিগমত সংঘটিত ৪ কোটি টকীয়া বিত্তীয় অনিয়ম সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। ২০১৭চনত মটৰ মাহ বিতৰণক লৈ এই অনিয়ম সংঘটিত হৈছিল। কোভিডজনিত মহামাৰীৰ বাবে গোচৰটোৰ তদন্ত প্ৰক্ৰিয়া লেহেমীয়া হৈছিল যদিও চি আই ডিয়ে পুনৰ তদন্ত আৰম্ভ কৰিছে। আৰক...

September 6, 2025 1:39 PM

views 37

বিটিচি নিৰ্বাচনৰ বাবে মনোনয়ন পত্র প্রত্যাহাৰৰ আজি অন্তিম দিন

বিটিচি নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিন। বৰ্তমানলৈকে নিৰ্বাচনৰ বাবে ৪০টা সমষ্টিৰ ৩৮২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্র বৈধ হিচাপে বিবেচিত হৈছে। ৰাজ্য চৰকাৰে বিটিচি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিটিচিৰ অন্তৰ্গত পাঁচখন জিলা- কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওডালগুৰি জিলাত অহা ২২ ছেপ্ত...

September 6, 2025 1:34 PM

views 23

অহা ব’হাগ বিহুৰ পূৰ্বে ৰাজ্যৰ উচ্চতৰ মাধ্যমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত স্মার্ট ক্লাছ আৰম্ভ হ’ব

২০২৬ চনৰ ব'হাগ বিহুৰ পূৰ্বে ৰাজ্যৰ উচ্চতৰ মাধ্যমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত স্মার্ট ক্লাছ আৰম্ভ হ'ব। তদুপৰি ছাত্ৰ-ছাত্ৰীসকলে কৃত্রিম বুদ্ধিমত্তা প্রযুক্তিৰে অধ্যয়নৰ সুবিধা লাভ কৰিব। তেজপুৰ বিশ্ববিদ্যালয়ত কালি শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ...

September 5, 2025 8:44 PM

views 33

NAAC-ৰ মূল্যায়ণত এ-গ্রেড লাভ কৰা ৬খন মহাবিদ্যালয়ৰ অধ্যক্ষসকলক সম্বৰ্ধনা

প্রসিদ্ধ শিক্ষাবিদ, দার্শনিক তথা প্রাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্ম বার্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশতে শিক্ষক দিৱস উদযাপন কৰা হয়। তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত শিক্ষক দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ৰাজ্যৰ ...

September 5, 2025 8:36 PM

views 41

গুৱাহাটীৰ ফটাশিল আমবাৰীত উন্মুক্ত নলাত পৰি এটি শিশুৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত ঠিকাদাৰী প্ৰতিষ্ঠানৰ ৩জন লোকক গ্ৰেপ্তাৰ

গুৱাহাটীৰ ফটাশিল আমবাৰীত উন্মুক্ত নলাত পৰি এটি শিশুৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত ফটাশিল আৰক্ষীয়ে আজি ঠিকাদাৰী প্ৰতিষ্ঠানৰ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। নলা নিৰ্মাণৰ সময়ত সুৰক্ষাজনিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগত আৰক্ষীয়ে ভার্তিয়া ইনফ্রা প্রকল্প লিমিটেডৰ সঞ্চালক অবিনাশ ভার্তিয়া, নিৰাপত্তা অভিযন্তা কৌশ...

September 5, 2025 8:33 PM

views 40

দেশৰ বজাৰৰ ১৭৫ বিধ সামগ্ৰীৰ ওপৰত থকা কৰৰ পৰিমাণ হ্ৰাস

জি এছ টি পৰিষদে অহা ২২ ছেপ্তেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ সামগ্ৰী আৰু সেৱা কৰৰ স্তৰ বৰ্তমানৰ ৪ টাৰ পৰা ২ টালৈ হ্ৰাস কৰাৰ সিদ্ধান্তক সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে আদৰণি জনাইছে। এই সিদ্ধান্তৰ ফলত দেশৰ বজাৰৰ ১৭৫ বিধ সামগ্ৰীৰ ওপৰত থকা কৰৰ পৰিমাণ হ্ৰাস পাব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ৭ ছেপ্তেম...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।