September 7, 2025 11:57 AM
32
একাংশ বিধায়ক আৰু সাংসদৰ বিৰুদ্ধে নিষ্পত্তিহীন ফৌজদাৰী গোচৰ সমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰচিকিউচন সঞ্চালকালয়ৰ ৫ খন ডেজিগনেটেড আদালত স্থাপনৰ প্ৰস্তাৱ
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে একাংশ বিধায়ক আৰু সাংসদৰ বিৰুদ্ধে নিষ্পত্তিহীন ফৌজদাৰী গোচৰ সমূহৰ দ্ৰুত নিষ্পত্তিৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰচিকিউচন সঞ্চালকালয়ে ৫ খন ডেজিগনেটেড আদালত স্থাপনৰ প্ৰস্তাৱ দিছে। সঞ্চালক মাখন ফুকনে কালি এই সন্দৰ্ভত আদালতক বিশদ পৰিকল্পনা দাখিল কৰে। সেই অনুসৰি শ্ৰীফুকনে জ...