আঞ্চলিক সংবাদ

September 8, 2025 12:25 PM

views 25

মাদক দ্রব্য বিৰোধী অভিযানত অসম আৰক্ষীৰ বিশেষ সফলতা লাভ

অসম আৰক্ষীয়ে মাদক দ্রব্য বিৰোধী অভিযানত বিশেষ সফলতা লাভ কৰিছে। কাছাৰ আৰক্ষীয়ে কালি টোলেনগ্রামত অভিযান চলাই বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰে। জব্দ কৰা মাদক দ্রব্যখিনিৰ বজাৰ মূল্য ডেৰ কোটিৰো অধিক বুলি আৰক্ষীয়ে জনাইছে। এই সংক্ৰান্তত আৰক্ষীয়ে এজন লোকক আটক কৰে। ইপিনে, গুৱাহাটী মহানগৰ আৰক্ষীয়ে ৰাধা নগৰৰ ...

September 7, 2025 8:47 PM

views 21

চাইবাৰ অপৰাধত জড়িত গুৱাহাটীৰ গড়চুক অঞ্চলৰ পৰা দুজন যুৱকক অসম আৰক্ষীৰ গ্ৰেপ্তাৰ

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই চাইবাৰ অপৰাধত জড়িত থকাৰ অভিযোগত আজি গুৱাহাটীৰ গড়চুক অঞ্চলৰ পৰা দুজন যুৱকক গ্ৰেপ্তাৰ কৰে। ধৃত যুৱক দুজন ৰণজিৎ‍ কাশ্যপ আৰু দিপাংকৰ দাস বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। যুৱক দুজনৰ পৰা ৩৪ খন এ টি এম কার্ড, ২৫ খন পাছবুক, ২৭ খন চেকবুক, ৮ খন চীমকার্ডৰ উপৰি ভালেমান আপত্তিজনক ...

September 7, 2025 8:43 PM

views 24

শিলচৰত দুৰ্বৃত্তৰ গুলীচালনা ঘটনা সংক্ৰান্তত কাছাৰ আৰক্ষীৰ দুজন যুৱকক গ্ৰেপ্তাৰ

শিলচৰত কালি নিশা দুৰ্বৃত্তই এজন লোকক গুলীচালনা কৰা ঘটনা সংক্ৰান্তত কাছাৰ আৰক্ষীয়ে দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। ধৃত যুৱক দুজন হৈছে মিজোৰামৰ আইজলৰ ডেভিদ মাৰ আৰু ক্ৰিষ্টোফাৰ ভানলালপেকা। আৰক্ষীয়ে তেওঁলোকৰ পৰা অস্ত্ৰ-শস্ত্ৰসহ নগদ ধন জব্দ কৰে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই জনোৱা মতে যুৱক দুজনৰ গু...

September 7, 2025 8:38 PM

views 28

শিলচৰ আৰক্ষীৰ দুজন ভুৱা দন্ত চিকিৎসকক আটক

ভাৰতীয় দন্ত চিকিৎসক সন্থাৰ অসম শাখাই দাখিল কৰা অভিযোগ অনুসৰি শিলচৰ আৰক্ষীয়ে আজি চহৰখনত অভিযান চলাই দুজন ভুৱা চিকিৎসকক আটক কৰে। যোৱা দহ বছৰ ধৰি এই চিকিৎসক দুজনে চিকিৎসা চলাই আহিছিল। কাছাৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নুমল মহাত্তাই প্ৰকাশ কৰা মতে আজি আৰক্ষীৰ দলটোৱে তালাচী চলাই কামৰুল ইছলাম হাজাৰী আৰু টিং...

September 7, 2025 8:08 PM

views 66

শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৰ তিনিচুকীয়া জিলাৰ শৈক্ষিক দিশৰ পৰ্যালোচনা

শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ত এখন বৈঠকত জিলাখনৰ শৈক্ষিক দিশৰ পৰ্যালোচনা কৰে। জিলাখনৰ সামগ্রিক শৈক্ষিক ফলাফল পূৰ্বতকৈ ভালেখিনি উন্নত হোৱা আৰু মুঠ নামভৰ্তিৰ সংখ্যা বৃদ্ধিৰ লগতে আধাতে বিদ্যালয় এৰা শিক্ষাৰ্থীৰ সংখ্যা হ্ৰাস পোৱাক লৈ ডাঃ পেগুৱে সন্তুষ্টি প্ৰকাশ কৰ...

September 7, 2025 12:36 PM

views 22

কামৰূপ জিলাৰ মীৰ্জাত ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ৰ চৰকাৰৰ অভিলাষী আঁচনি ৰূপায়ণ সন্দৰ্ভত সজাগতামূলক সন্মিলনত অংশ লয়

ৰাজ্যৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কালি কামৰূপ জিলাৰ মীৰ্জাত বিভাগটোৰ অভিলাষী আঁচনি ৰূপায়ণ সন্দৰ্ভত এখন সজাগতামূলক সন্মিলনত অংশ লয়। সন্মিলনত মন্ত্ৰীগৰাকীয়ে কয়, যে ৰাজ্য চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালসমূহৰ আৰ্থিক বোজা লাঘৱ কৰা আৰু খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ...

September 7, 2025 12:31 PM

views 20

চৰকাৰৰ এ আৰ আৰ বি পিৰ অধীনত ৰাজ্যৰ ১২ খন জিলাত আৰু ২৮ খন দলং নিৰ্মাণ কৰাৰ সিদ্ধান্ত

চৰকাৰে বিশ্ব বেংকৰ পুঁজিৰে পৰিচালিত অসম স্থিতিস্থাপক গুণ সম্পন্ন গ্রাম্য দলং কার্যসূচী এ আৰ আৰ বি পিৰ অধীনত ৰাজ্যৰ ১২ খন জিলাত আৰু ২৮ খন দলং নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই দলংসমূহ নিৰ্মাণ কৰাৰ বাবে ৮৫ কোটি ৮৮ লাখ টকা ব্যয় হ'ব। ৰাজ্য চৰকাৰে এ আৰ আৰ বি পি কাৰ্যসূচীৰ অধীনত পৰ্যায়ক্রমে গ্ৰাম্য...

September 7, 2025 12:20 PM

views 26

সমাজ এখনত বিভাজনমুখী প্ৰৱণতাক মষিমূৰ কৰি গীতেৰে এক কৰিব খোজা অনন্য মানসিকতাৰ অধিকাৰী ভূপেন হাজৰিকা আছিল মানৱীয়তাৰ প্ৰতিভূঃ আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠান

বিশ্ববন্দিত শিল্পী ভূপেন হাজৰিকাৰ বহুমাত্ৰিক প্ৰতিভাই ৰাজ্যৰ লগতে দেশৰ সমাজ-সংস্কৃতি, ইতিহাস আৰু সমসাময়িক ঘটনাক নিৰ্ভেজাল ৰূপত তুলি ধৰিছে। একক আৰু অভূতপূৰ্ব ব্যক্তিত্বৰ শিল্পীগৰাকী কেৱল কণ্ঠশিল্পী হিচাপে নহয়, এগৰাকী গীতিকাৰ, সাহিত্যিক, সাংবাদিক, চিত্ৰকৰ আৰু সমাজ জীৱনৰ দৃষ্টা হিচাপেও অনন্য আছিল। শি...

September 7, 2025 12:10 PM

views 29

নাগৰিকত্ব সংশোধনী আইনৰ অধীনত নাগৰিকত্ব লাভৰ বাবে আবেদনৰ যোগ্যতাৰ সময়সীমা ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰাক লৈ ৰাজ্যত বিভিন্ন দল-সংগঠনৰ প্রতিবাদ

নাগৰিকত্ব সংশোধনী আইনৰ অধীনত নাগৰিকত্ব লাভৰ বাবে আবেদনৰ যোগ্যতাৰ সময়সীমা ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰাক লৈ কালি ৰাজ্যত বিভিন্ন দল-সংগঠনে প্রতিবাদ সাব্যস্ত কৰে। অসম গণ পৰিষদ দলে কালি এখন সংবাদমেল যোগে কয়, যে দলটোৱে এই বিষয়টোক লৈ আইনী যুঁজ চলাই যাব। কেন্দ্ৰীয় চৰকাৰে এই আইনৰ অধীনত আবেদনৰ সময়সী...

September 7, 2025 12:06 PM

views 24

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আৰু মণিপুৰ ভ্ৰমণৰ পূৰ্বে ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনী আৰু ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এৰ মুৰববীৰ গুৰুত্বপূৰ্ণ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আৰু মণিপুৰ ভ্ৰমণৰ পূৰ্বে ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনী এন এছ জিৰ মুৰব্বী ভৃগু শ্ৰীনিবাসন আৰু ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এৰ মুৰববী সদানন্দ ডেটে কালি গুৱাহাটীত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙো ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।