আঞ্চলিক সংবাদ

September 8, 2025 4:11 PM

views 54

প্রধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভ্ৰমণৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰে বৈঠক

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা ১৩ ছেপ্তেম্বৰত অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই কালি এখন বৈঠকত এই ভ্ৰমণৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। প্ৰদানমন্ত্রীয়ে নুমলীগড়ত উদ্বোধন কৰিবলগীয়া চাৰি হাজাৰ কোটি টকা ব্যয় সাপেক্ষ দেশৰ প্ৰথমটো জৈৱ শোধনাগাৰ, মঙলদৈৰ পৰা আধাৰশিলা স্থাপন কৰি...

September 8, 2025 4:08 PM

views 35

গড়গাঁও মহাবিদ্যালয়ৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস কালি অনুষ্ঠিত হয়

■ শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয়ৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস কালি অনুষ্ঠিত হয়। অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মুখ্য অতিথিৰ ভাষণত ড০ গোস্বামীয়ে কয়, যে অসমীয়া ভাষা বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ বাবে কঠোৰ পৰিশ্ৰম আৰু যথাযোগ্য কাৰ্যব্যৱস্থা ...

September 8, 2025 3:52 PM

views 19

কলিয়াবৰৰ সৰুভগীয়াত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত শিশু আৰু মহিলাসহ ২৯ গৰাকী যাত্ৰী আহত

■ কলিয়াবৰৰ সৰুভগীয়াত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা সংঘটিত এটি পথ দুৰ্ঘটনাত শিশু আৰু মহিলাসহ ২৯ গৰাকী যাত্ৰী আহত হয়। যোৰহাটৰ পৰা ধুবুৰী অভিমুখী এখন নৈশ বাছৰ সৈতে ৰন্ধন গেছৰ চিলিণ্ডাৰ কঢ়িওৱা এখন ট্রাকত মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। স্থানীয় লোকে বাছখনৰ পৰা শিশু আৰু মহিলা যাত্...

September 8, 2025 12:44 PM

views 25

শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয়ৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত

শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয়ৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱস কালি অনুষ্ঠিত হয়। অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ৬০ বসন্ত কুমাৰ গোস্বামীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মুখ্য অতিথিৰ ভাষণত ড০ গোস্বামীয়ে কয়, যে অসমীয়া ভাষা বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ বাবে কঠোৰ পৰিশ্ৰম আৰু যথাযোগ্য কাৰ্যব্যৱস্থা গ্...

September 8, 2025 12:43 PM

views 32

প্রধানমন্ত্ৰী অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ড° হিমন্ত বিশ্ব শর্মা পৰ্যালোচনা বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা ১৩ ছেপ্তেম্বৰত অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কালি এখন বৈঠকত এই ভ্ৰমণৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। প্ৰদানমন্ত্রীয়ে নুমলীগড়ত উদ্বোধন কৰিবলগীয়া চাৰি হাজাৰ কোটি টকা ব্যয় সাপেক্ষ দেশৰ প্ৰথমটো জৈৱ শোধনাগাৰ, মঙলদৈৰ পৰা আধাৰশিলা স্থাপন কৰিবল...

September 8, 2025 12:41 PM

views 46

ভূপেন হাজৰিকা সমন্বয় তীৰ্থত স্মৃতি তৰ্পন আৰু সাংস্কৃতিক অনুষ্ঠানেৰে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ উদ্বোধন

বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে ৰাজ্যজুৰি আজি বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মানৱতা আৰু সমন্বয়ৰ বাৰ্তাৰে বিশ্বৰ বুকুত সাঁচ ৰাখি থৈ যোৱা গণ শিল্পীগৰাকীৰ জন্মদিনত আজি শদিয়াৰ পৰা ধুবুৰীলৈ তেওঁৰ প্ৰতি শ্ৰদ্ধা জনোৱা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ...

September 8, 2025 12:33 PM

views 12

সুধাকণ্ঠৰ জন্মদিনৰ লগত সংগতি ৰাখি ‘ভূপেন দা আনকাট’ নামৰ এখন তথ্যচিত্ৰ অনুৰাধা চিত্রগৃহত প্ৰদৰ্শন

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে শিল্পীগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি কালিৰেপৰা বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই উপলক্ষে কালি পুৱা জালুকবাৰী ভূপেন হাজৰিকা সমাধিক্ষেত্ৰৰ পৰা এটা চাইকেল সমদল উলিওৱা হয়। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ সম্পাদিকা মঞ্জুলা হাজৰিকাই এই সমদল মুকলি ক...

September 8, 2025 12:32 PM

views 25

ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে অমৰজ্যোতি চৌধুৰী ৰচিত মৃত্যু জিনাৰ গান কবিতাটি সমুহীয়াভাৱে আবৃত্তি

ৰাজ্যৰ জিলাসমূহত ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি কালি ড° অমৰজ্যোতি চৌধুৰী ৰচিত মৃত্যু জিনাৰ গান কবিতাটি সমুহীয়াভাৱে আবৃত্তি কৰা হয়। এই উপলক্ষে তেজপুৰত অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানত দুই-শতাধিক লোকে কবিতা আবৃত্তি কৰি শিল্পীগৰাকীৰ প্রতি শ্রদ্ধা জ...

September 8, 2025 12:28 PM

views 34

লোকসেৱা ভৱনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সৈতে মুখ্যমন্ত্রীৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সৈতে এখন বৈঠকত মিলিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰে। ড° শৰ্মাই লগতে সদৌ অসম চাহ জনজাতি ছাত্র সন্থা আৰু চাহ জনজাতি মহিলা সমিতিৰ সৈতে জনগোষ্ঠীটোৰ কল্যাণ সন্দৰ্ভত বিভিন্ন বিষয়ত আলোচনা কৰে। এই বৈঠকতে সদ্যঘোষিত...

September 8, 2025 12:26 PM

views 15

অসমত বছৰি গড়ে ৭ হাজাৰটা পথ দুৰ্ঘটনাত ৩ হাজাৰ ব্যক্তিৰ প্রাণহানি হয় বুলি পথ পৰিবহন আৰু ঘাইপথ মন্ত্রালয়ৰ প্রকাশ

পথ পৰিবহন আৰু ঘাইপথ মন্ত্রালয়ে প্রকাশ এটা প্ৰতিবেদন অনুসৰি অসমত বছৰি গড়ে সাত হাজাৰটা পথ দুৰ্ঘটনাত তিনি হাজাৰ ব্যক্তিৰ প্রাণহানি হয়। প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি ২০১৯ৰ পৰা ২০২৩ বৰ্ষলৈ ৰাজ্যত মুঠ ৩৪ হাজাৰ ৮২০ টা পথ দুৰ্ঘটনাত ১৫ হাজাৰ ১৬৩ গৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছে। দুৰ্ঘটনাত অধিকাংশই দুচকীয়...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।