আঞ্চলিক সংবাদ

August 10, 2025 7:46 PM August 10, 2025 7:46 PM

views 14

সমাগত স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ত্ৰিৰংগ যাত্ৰাৰ আয়োজন

সমাগত স্বাধীনতা দিৱসৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ত্ৰিৰংগ যাত্ৰা উলিওৱা হৈছে। বিশ্বনাথ জিলাত আজি বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল, সাকোমাথা মণ্ডল বিজেপিৰ সভাপতি ৰঞ্জন ৰাউতিয়াকে ধৰি প্ৰায় তিনি শতাধিক লোকে এই ত্ৰিৰংগ যাত্ৰাত অংশ ল...

August 10, 2025 7:43 PM August 10, 2025 7:43 PM

views 25

যোৰহাট জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ নৱগঠিত মৰিয়নি সমজিলা আয়ুক্ত কাৰ্যালয়ৰ স্থান পৰিদৰ্শন

যোৰহাট জিলা আয়ুক্ত জয় শিৱানী আৰু আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্রই আজি নাহিং শুকানজান ভ্রমণ কৰি নৱগঠিত মৰিয়নি সমজিলা আয়ুক্ত কাৰ্যালয়ৰ স্থান পৰিদৰ্শন কৰে। ইয়াৰ লগতে তেওঁলোকে সমাগত স্বাধীনতা দিৱসৰ প্রস্তুতি বুজ লোৱাৰ উদ্দেশ্যে লাহিং গ্রাণ্ট হাইস্কুলৰ খেলপথাৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত যোৰহাটৰ অতিৰি...

August 10, 2025 7:05 PM August 10, 2025 7:05 PM

views 13

উৰিয়ামঘাটৰ দখলমুক্ত কৰা অঞ্চলসমূহত ২৩ ছেপ্টেম্বৰ পৰ্যন্ত বনবিভাগৰ গছপুলি ৰোপণ কাৰ্যসূচী

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিক পুনৰ সেউজ কৰি তোলাৰ লক্ষ্যৰে সোণাৰ বিলত বন বিভাগৰ উদ্যোগত কালিৰেপৰা গছপুলি ৰোপণ কৰা হৈছে। কালি ১৫ হাজাৰ মধুৰিয়াম গছৰ পুলি ৰোপণ কৰা হয়। বনানিকৰণৰ জৰিয়তে বনাঞ্চলৰ ভূমি ৰক্ষা কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই কাৰ্যসূচীত অংশগ্রহণ কৰিবলৈ ৰাজ্য চৰকাৰে সকলোক...

August 10, 2025 12:30 PM August 10, 2025 12:30 PM

views 6

কাজিৰঙা আৰু হুকুমা বিল পুনৰ উজ্জীৱিতৰ বাবে প্ৰাৰম্ভিক কামৰ বুজ ল’বলৈ নাৱাৰ্ড অসমৰ মহাপ্ৰৱন্ধক ক্যোমৰ জাৱেদ কাজিৰঙাত উপস্থিত

কাজিৰঙাৰ দুখনকৈ প্ৰাচীন বিল কাজিৰঙা আৰু হুকুমা পুনৰ উজ্জীৱিত কৰাৰ বাবে বছৰজুৰি হ'বলগীয়া বহনক্ষম উন্নয়ন আৰু পৰ্যটনৰ প্ৰকল্পৰ প্ৰাৰম্ভিক কামৰ বুজ ল'বলৈ কালি নাৱাৰ্ড অসমৰ মহাপ্ৰৱন্ধক ক্যোমৰ জাৱেদ কাজিৰঙাত উপস্থিত হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ দাঁতি কাষৰীয়া ৰাজহ এলেকাত অৱস্থিত ক্ৰমাৎ পোত খ...

August 10, 2025 12:21 PM August 10, 2025 12:21 PM

views 3

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিক পুনৰ সেউজ কৰি তোলাৰ লক্ষ্যৰে গছপুলি ৰোপণ

গোলাঘাট জিলাৰ উৰিয়ামঘাটত স্বাধীনতা দিৱসৰ পাছত পুনৰ উচ্ছেদ চলোৱা হব। উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিক পুনৰ সেউজ কৰি তোলাৰ লক্ষ্যৰে কালিৰে পৰা গছপুলি ৰোপণ কৰা হৈছে। এই কাৰ্যসূচী ৰূপায়নৰ পাছত ৰাজ্যৰ বিশেষ মুখ্য সচিব এম কে যাদৱে পৰিস্থিতিৰ পৰ্যালোচনা কৰি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত...

August 10, 2025 12:16 PM August 10, 2025 12:16 PM

views 3

তিনিচুকীয়াত মটক ৰজা সৰ্বানন্দ সিংহ, বীৰ ৰাঘৱ মৰাণক সাংসদ গৌৰৱ গগৈৰ শ্রদ্ধাঞ্জলি নিবেদন

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাংসদ গৌৰৱ গগৈয়ে কালি তিনিচুকীয়াত উপস্থিত হৈ মটক ৰজা সৰ্বানন্দ সিংহ, বীৰ ৰাঘৱ মৰাণক শ্রদ্ধাঞ্জলি নিবেদন কৰে। তাৰপাছতেই সাংসদগৰাকীয়ে গোলাপ চন্দ্ৰ-ৰবি চন্দ্ৰ নাট্য মন্দিৰত অনুষ্ঠিত এখন কংগ্ৰেছৰ যোগদান সভাত অংশগ্ৰহণ কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, যে ৰাজ্য চৰকাৰে ...

August 10, 2025 12:12 PM August 10, 2025 12:12 PM

views 2

প্রধানমন্ত্ৰীৰ উপস্থিতিত ৰাজ্যৰ বিভিন্ন জিলাৰ ১১ হাজাৰ শিল্পীয়ে গুৱাহাটীৰ সৰুসজাইত বড়ো জনগোষ্ঠীৰ বাগুৰুম্বা পৰিবেশন কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অহা নৱেম্বৰৰ শেষৰফালে ৰাজ্যৰ বিভিন্ন জিলাৰ ১১ হাজাৰ শিল্পীয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বড়ো জনগোষ্ঠীৰ প্ৰধান লোকনৃত্য বাগুৰুম্বা পৰিবেশন কৰিব। ১০ হাজাৰ মহিলা নৃত্যশিল্পী আৰু এহেজাৰ পুৰুষ বাদ্যশিল্পীয়ে পৰিবেশন কৰিবলগীয়া এই অনুষ্ঠানটোক বাগুৰুম্বা দ’হৌ ৰূপে...

August 10, 2025 12:05 PM August 10, 2025 12:05 PM

views 2

স্বাধীনতা দিৱসৰ পূৰ্বে উজনি অসমৰ ডিব্ৰুগড়, যোৰহাট, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউৰ গুৰুত্বপূৰ্ণ স্থানৰ আৰক্ষীৰ সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা

স্বাধীনতা দিৱসৰ পূৰ্বে উজনি অসমৰ ৫ খন জিলা ডিব্ৰুগড়, যোৰহাট, তিনিচুকীয়া, শিৱসাগৰ আৰু চৰাইদেউৰ গুৰুত্বপূৰ্ণ স্থানৰ সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা কৰিবলৈ যোৱানিশা ডিব্ৰুগড়ৰ আৰক্ষী অতিথি শালাত এখন উচ্চ স্তৰীয় পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত তেলৰ পাইপ লাইন, ৰে'লপথ বৃহৎ দলং আৰু অন্য গুৰুত্বপূৰ্ণ সম...

August 10, 2025 12:00 PM August 10, 2025 12:00 PM

views 5

অসম সন্তান ড° মুকুট গোহাঁইৰ যক্ষ্মা ৰোগৰ ঔষধৰ সহজলভ্য প্ৰযুক্তি উদ্ভাৱনৰ বাবে ৰাষ্ট্ৰসংঘৰ অধীনৰ ইউনিটাইড সংস্থাৰ বিশেষ বঁটা লাভ

অসম সন্তান ড° মুকুট গোহাঁইয়ে যক্ষ্মা ৰোগৰ ঔষধৰ সহজলভ্য প্ৰযুক্তি উদ্ভাৱনৰ বাবে ৰাষ্ট্ৰসংঘৰ অধীনৰ ইউনিটাইড সংস্থাটোৰ বিশেষ বঁটা লাভ কৰিছে। এই বঁটাৰ অংশ হিচাপে গৱেষণাৰ বাবে প্ৰয়োজনীয় অনুদান লাভ কৰিব। প্ৰথম পৰ্যায়ত ৩ বছৰৰ বাবে আর্থিক অনুদান আগবঢ়ায় সংস্থাটোৱে গৱেষণাৰ অগ্ৰগতিৰ ভিত্তিত ইয়াৰ সময়সীম...

August 10, 2025 11:52 AM August 10, 2025 11:52 AM

views 3

স্বাধীনতা আন্দোলনত শ্বহীদসকলৰ বাহিৰেও অগণন বীৰ সেনানীয়ে দেশৰ হকে উত্তৰ-পূৰ্বাঞ্চলৰ পৰাই ৰণ কৰিছিল দৃষ্টিপাত অনুষ্ঠানত ড° সমুদ্র গুপ্ত কাশ্যপৰ মন্তব্য

ব্ৰিটিছ ঔপনিৱেশিক শাসকৰ বিৰুদ্ধে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ শিশুৰ পৰা বৃদ্ধলৈ অগণন লোকে স্বাধীনতা আন্দোলনত স্বতস্ফূর্তভাৱে অংশ লৈছিল। স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা বুলি তথ্য থকাসকলৰ বাহিৰেও অগণন বীৰ সেনানীয়ে দেশৰ হকে উত্তৰ-পূৰ্বাঞ্চলৰ পৰাই ৰণ কৰিছিল। সেই সমৃদ্ধ ইতিহাসক সামৰি বিস্তৰ গৱেষণাৰ থল আছে। ...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।