আঞ্চলিক সংবাদ

September 10, 2025 11:51 AM

views 20

অসম কৃষিজাত উৎপাদন আৰু বিপণন আইন ২০২৫ৰ সংশোধনত অসম মন্ত্ৰীসভাৰ অনুমোদন

অসম মন্ত্রীসভাই কালি ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলৰ বজাৰৰ প্ৰৱেশাধিকাৰ বৃদ্ধি কৰাৰ বাবে অসম কৃষিজাত উৎপাদন আৰু বিপণন আইন ২০২৫ৰ সংশোধনত অনুমোদন জনাইছে। ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত চলিত বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০ শতাংশ বা তাতকৈ অধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীসকলক স্কুটাৰ দিয়াৰ ...

September 10, 2025 11:33 AM

views 24

১৯৫০ চনৰ অসমৰ পৰা অনুপ্ৰৱেশকাৰী বহিষ্কৰণ আইন কঠোৰভাৱে বলৱতৰ সিদ্ধান্ত অসম মন্ত্রীসভাৰ

অনুপ্ৰৱেশকাৰী বহিষ্কাৰৰ ক্ষেত্ৰত ১৯৫০ চনৰ অসমৰ পৰা অনুপ্ৰৱেশকাৰী বহিষ্কৰণ আইনখন কঠোৰভাৱে বলৱৎ কৰাৰ বাবে অসম মন্ত্রীসভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্ৰীসভাৰ সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা ১০ দিনৰ ভিতৰত অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি জিলা আয়ুক্তই বহিষ্কাৰ কৰাৰ নিৰ্দেশ দিব পাৰিব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব...

September 10, 2025 11:28 AM

views 29

বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তীৱ্ৰ প্ৰচাৰ অভিযান

বিটিআৰৰ ৪০টা সমষ্টিত অহা ২২ ছেপ্তেম্বৰত হ'বলগীয়া বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। বাক্সা জিলাৰ ককলাবাৰী পৰিষদীয় সমষ্টিৰ বিভিন্ন স্থানত কালি বি পি এফ দলে ব্যাপক প্ৰচাৰ চলায়। দলৰ প্ৰাৰ্থী চৌগমচাৰ বড়োৰ হৈ কৰা প্ৰচাৰত কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে। দলৰ ...

September 10, 2025 11:26 AM

views 22

প্রধানমন্ত্রী মোদীৰ দৰং জিলা ভ্ৰমণৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি মঙলদৈত প্রধানমন্ত্রী মোদীৰ সমাগত দৰং জিলা ভ্ৰমণৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰস্তাৱিত দৰং মেডিকেল কলেজ চৌহদৰ মূল সভাস্থলী পৰিদৰ্শন কৰি জিলা প্ৰশাসনৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে এখন বৈঠকত মিলিত হয়। তেওঁ প্ৰধানমন্ত্ৰীগৰাকীৰ সমাগত ভ্ৰ...

September 9, 2025 8:24 PM

views 21

নলবাৰীৰ আর্যভট্ট বিজ্ঞান কেন্দ্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্র অনুষ্ঠিত

কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান সংগ্ৰহালয় আৰু খানাপাৰাৰ ৰাষ্ট্ৰীয় বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত তথা অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ সহযোগত নলবাৰীৰ আর্যভট্ট বিজ্ঞান কেন্দ্ৰত আজি এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্র অনুষ্ঠিত হয়। এই আলোচনাচক্ৰত জিলাখনৰ ২২টা দলে অংশগ্ৰহণ কৰে। কোৱান্টাম যুগ আৰম্ভ, সম...

September 9, 2025 8:22 PM

views 24

গড়চুকৰ পামহি পাইকাৰী বজাৰত বিত্তীয় বিষয়ক সজাগতা সভা অনুষ্ঠিত

গুৱাহাটীৰ গড়চুকৰ পামহি পাইকাৰী বজাৰত আজি এখন বিত্তীয় বিষয়ক সজাগতা সভা অনুষ্ঠিত হৈ যায়। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মাণিৱাইছ চেণ্টাৰ ফৰ ফাইনেন্সিয়েল লিটাৰেৰী প্ৰকল্পৰ অধীনত নাবাৰ্ডৰ তত্বাৱধানত ক্ৰিচিল ফাউণ্ডেশ্যনৰ সহযোগত এই সভাখন অনুষ্ঠিত হৈ যায়। বিত্তীয় দিশৰ বিভিন্ন বিষয় সামৰি অনুষ্ঠিত এই সভাখনত ন...

September 9, 2025 8:21 PM

views 29

পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় আলোচনা সত্ৰ অনুষ্ঠিত

পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উপলক্ষে কালিৰে পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় আলোচনা সত্ৰ অনুষ্ঠিত হৈছে। আজি এই আলোচনা সত্ৰত অংশগ্ৰহণ কৰি ৰাজ্যৰ বিশিষ্টশিক্ষাবিদ অমৰজ্যোতি চৌধুৰীয়ে ড° হাজৰিকাৰ গীতক লুইতৰ ঢৌৰ সৈতে তুলনা কৰি তেওঁৰ জীৱন আৰু আদর্শ সন্দৰ্ভত বহু গুৰুত্...

September 9, 2025 7:28 PM

views 28

সাংসদ খেল মহোৎসৱ ২০২৫ৰ প্ৰস্তুতিমূলক সভা অনুষ্ঠিত

ডিব্ৰুগড় জিলা ক্রীড়া বিষয়া কাৰ্যালয় আৰু ডিব্ৰুগড় জিলা ক্রীড়া সন্থাৰ উদ্যোগত সাংসদ খেল মহোৎসৱ ২০২৫ৰ প্ৰস্তুতিমূলক সভা আজি শ্ৰী শ্ৰী আউনীআটি শাখা সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অহা ২১ ছেপ্তেম্বৰৰ পৰা ২৫ ডিচেম্বৰলৈকে সমগ্ৰ দেশতে এই মহোৎসৱ অনুষ্ঠিত হ'ব। আজিৰ সভাত জিলা ক্রীড়া বিষয়া চেমি শ‍ইকীয়...

September 9, 2025 7:27 PM

views 22

কাছাৰত দুজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ

কাছাৰ আৰক্ষীয়ে যোৱা ২৪ ঘণ্টাত অভিযান চলাই জিলাখনত দুজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে শিলচৰৰ লিংক ৰোডৰ পৰা পংকজ চৌধুৰী আৰু কালাইনৰ পৰা সুবীৰ চৌধুৰী নামৰ চিকিৎসক দুজনক গ্ৰেপ্তাৰ কৰে। এই লোক দুজনে দীৰ্ঘদিন ধৰি চিকিৎসক হিচাপে সেৱা আগবঢ়াই আহিছিল। যোৱা মাহত আৰক্ষীয়ে ছজন এনে ভুৱা চিকিৎসকক গ্ৰেপ...

September 9, 2025 7:25 PM

views 17

শিলচৰত মাদক দ্ৰৱ্যৰ আসক্তিৰ বিৰুদ্ধে জনসচেতনতা সৃষ্টিৰ বাবে সভাৰ আয়োজন

মাদক দ্ৰৱ্যৰ আসক্তসকলৰ চিকিৎসা আৰু পুনৰ্বাসন সুনিশ্চিত কৰাৰ লগতে মাদক দ্ৰৱ্যৰ আসক্তিৰ বিৰুদ্ধে জনসচেতনতা সৃষ্টিৰ বাবে শিলচৰৰ গান্ধী ভৱনত আজি এখন গুৰুত্বপূৰ্ণ সভাৰ আয়োজন কৰা হয়। স্বেচ্ছাসেৱী সংস্থা ৰুট টু কানেক্ট আৰু সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ৰাজ্যিক কার্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।