August 12, 2025 12:42 PM August 12, 2025 12:42 PM
1
টিৰাপ জনজাতীয় বেল্টৰ কেইবাটাও জনজাতীয় সংগঠনৰ সৈতে মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক
ভৈয়াম, জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগু কালি জনতা ভৱনত অসমৰ জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ নেতৃত্বৰ উপস্থিতিত টিৰাপ জনজাতীয় বেল্টৰ কেইবাটাও জনজাতীয় সংগঠনৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত টিৰাপ জনজাতীয় বেল্টৰ টাংছা, ছেমা, ছিংফৌ আদি ক্ষুদ্ৰ জনজাতিৰ ভূমিৰ অধিকাৰ সু...