আঞ্চলিক সংবাদ

September 12, 2025 6:58 PM

views 16

আকাশবাণী গুৱাহাটী কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভাগ ল’বলগীয়া সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ

আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ বিয়লি খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত ভাগ ল'বলগীয়া সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ কৰিব। বিয়লি পাঁচ বাজি ১০ মিনিটৰ পৰা আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এই অনুষ্ঠান প্ৰচাৰিত হ...

September 12, 2025 6:41 PM

views 15

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসম, মিজোৰাম, মণিপুৰলৈ আহিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ মিজোৰাম, মণিপুৰ আৰু অসমলৈ আহিব। প্রধানমন্ত্রী মোদী কাইলৈ পুৱা ৯ বজাত আইজলৰ লেংপুই বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত হেলিকপ্তাৰযোগে পোনে পোনে থুৱামপুইলৈ যাব। দিনৰ ১০ বজাত তেওঁ আইজলৰ লামউৱালত আয়োজিত এটা অনুষ্ঠানত নৱনিৰ্মিত ভৈৰৱী-চাইৰাং ৰে'লপথেৰে ত...

September 12, 2025 6:28 PM

views 16

দেশৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি ৰূপে শপতগ্ৰহণ চি পি ৰাধাকৃষ্ণণৰ

চি পি ৰাধাকৃষ্ণণে আজি দেশৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি ৰূপে শপত গ্ৰহণ কৰিছে। আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা গাম্ভীর্যপূর্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে তেওঁক কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰায়। শপত গ্রহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ...

September 12, 2025 6:17 PM

views 14

বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তীব্ৰতৰ প্ৰচাৰ অভিযান; বিজনীত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভা

আসন্ন বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি চিৰাং জিলাৰ বিজনী মহকুমাৰ মানস ছেৰফাং পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুভাষ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। এই সভাত মন্ত্ৰী কৌশিক ৰায়, ৰা...

September 12, 2025 1:07 PM

views 36

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ বিংশতিতম প্রতিষ্ঠা দিৱসত জনজাতিকৰণক লৈ বিশেষ আলোচনা অনুষ্ঠিত

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ বিংশতিতম প্রতিষ্ঠা দিৱস আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ মুকলি সভাত কালি জনজাতিকৰণক লৈ বিশেষ আলোচনা অনুষ্ঠিত হয়। সভাত অংশ লৈ মন্ত্ৰী অতুল বৰাই তেওঁৰ ভাষণত কয়, যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোত ৰাজ্য চৰকাৰে গুৰুত্ব দিছে আৰু কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত সিদ্ধান্ত গ্...

September 12, 2025 1:03 PM

views 23

ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৯ সংখ্যক তিৰোভাৱ তিথি পালন

আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৯ সংখ্যক তিৰোভাৱ তিথি। ১৪৮৯ চনত লখিমপুৰৰ নাৰায়ণপুৰত জন্ম হোৱা মহাপুৰুষজনাই শ্ৰীমন্ত শংকৰদেৱৰ সান্নিধ্যত দীঘলীয়া পৰিক্ৰমাৰে অসমীয়া সাহিত্য-সংস্কৃতিৰ ভঁৰাললৈ মেটমৰা অৱদান আগবঢ়াই থৈ গৈছে। মহাপুৰুষ মাধৱদেৱে নামঘোষাৰ লগতে বাৰকুৰি বৰগীত ৰচনা কৰিছিল। তেওঁ আদিকাণ্ড ৰামায...

September 12, 2025 1:00 PM

views 30

দিপাৱলীৰ ভিতৰত পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ কথা ঘোষণা প্রধানমন্ত্ৰীৰ

স্বাধীনতা দিৱস উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক লাল কিল্লাত প্ৰাচীৰৰ পৰা পোহৰৰ উৎসৱ দিপাৱলীৰ ভিতৰত পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ কথা ঘোষণা কৰিছে। তেওঁৰ এই দৃষ্টিভংগী বাস্তবায়িত কৰি ৩ ছেপ্তেম্বৰত জি এছ টি পৰিষদে জনসাধাৰণৰ জীৱন সুগম কৰি তোলাৰ উদ্দেশ্যে ভালেমান খণ্ডত আৰোপিত কৰ হ্ৰা...

September 12, 2025 12:58 PM

views 18

বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

আসন্ন বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি চিৰাং জিলাৰ বিজনী মহকুমাৰ ১৮ নম্বৰ মানস চেৰফাং পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুভাষ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। দিনৰ ভাগত পৰিষ...

September 12, 2025 12:56 PM

views 27

আকাশবাণীৰ কাইলৈ দৃষ্টিপাত অনুষ্ঠানত প্রধানমন্ত্ৰীৰ অসম ভ্ৰমণ সন্দৰ্ভত বিশেষ প্ৰচাৰ

প্রধানমন্ত্ৰীৰ অসম, মণিপুৰ আৰু মিজোৰাম ভ্ৰমণ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। জ্যেষ্ঠ সাংবাদিক আৰু ৰাজনৈতিক বিশ্লেষকে অংশগ্ৰহণ কৰিবলগীয়া এই অনুষ্ঠানত আকাশবাণীৰ আইজল আৰু ইম্ফলৰ সংবাদদাতা দুগৰাকীও টেলিফোনযোগে সংযুক্ত হ'ব। অনু...

September 12, 2025 12:53 PM

views 19

কাইলৈ প্ৰধানমন্ত্ৰীৰ চাইৰাঙৰ পৰা তিনিখন এক্সপ্ৰেছ ৰে’লগাড়ীৰ যাত্ৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ মিজোৰামৰ ৰাজধানী আইজলৰ নিকটৱৰ্তী চাইৰাঙৰ পৰা নতুন দিল্লীৰ মাজত সাপ্তাহিক ৰাজধানী এক্সপ্ৰেছ, চাইৰাং আৰু গুৱাহাটীৰ মাজত দৈনিক এক্সপ্ৰেছ আৰু চাইৰাং আৰু ক'লকাতাৰ মাজত ত্ৰিসাপ্তাহিক এক্সপ্ৰেছ ৰে'লগাড়ীৰ যাত্ৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব। চাইৰাং আৰু দিল্লীৰ আনন্দ বিহ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।