আঞ্চলিক সংবাদ

August 13, 2025 8:13 PM August 13, 2025 8:13 PM

views 3

ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানক ৰোগী ভৰ্তিৰ সময়ত ১০ হাজাৰ টকা আগধন জমা দিয়াৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত ৰোগী ভৰ্তি হোৱাৰ সময়ত ১০ হাজাৰ টকা আগধন হিচাপে জমা দিয়াৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। কোকৰাঝাৰৰ ছবদ্ৰাপাৰা বজাৰত বিজেপিৰ বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰাৰ অন্তত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত ড° শৰ্মাই এই পৰামৰ্শ আগবঢ়...

August 13, 2025 8:10 PM August 13, 2025 8:10 PM

views 3

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্যজুৰি হৰ ঘৰ তিৰংগা কাৰ্যসূচী

যোৱা ২ আগষ্টৰ পৰা কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা হৰ ঘৰ তিৰংগা অভিযানৰ অধীনত ৰাজ্যৰ বিভিন্ন জিলাত প্রশাসনে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰাজ্য চৰকাৰৰ হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ত্ৰিৰংগ সমলয় কাৰ্যসূচী, সমদল আদিৰ আয়োজন কৰিছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰি...

August 13, 2025 8:07 PM August 13, 2025 8:07 PM

views 21

ৰাজ্যত নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো জিলাত পুনৰ বান

যোৱা নিশাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যখনৰ বিভিন্ন অঞ্চল জলমগ্ন হৈ পৰিছে। প্রবল বৰষুণৰ ফলত ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ খহনীয়াই পুনৰ তীব্ৰ ৰূপ ধাৰণ কৰিছে। মাইজানত খহনীয়াৰ ফলত বহু অঞ্চল ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন গৈছে। কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ডিব্ৰুগড় নগৰৰ মাইজান ঠাকুৰবাৰী আৰু বৰ...

August 13, 2025 1:00 PM August 13, 2025 1:00 PM

views 19

অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আৰু অংশীদাৰীসকলৰ সৈতে মুখ্যমন্ত্রীৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত অসম শক্তি বিতৰণ কোম্পানী লিমিটেড আৰু অংশীদাৰীসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। এই বৈঠকত অসমত চলি থকা পাম্প ষ্ট’ৰেজ শক্তি প্রকল্পসমূহৰ স্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। আনহাতে মুখ্যমন্ত্ৰী ড° শৰ্মাই ক’ছমিক বিৰলা গ্ৰুপৰ মুখ্য পৰিচালন সঞ্চালক আদিত্য ...

August 13, 2025 12:58 PM August 13, 2025 12:58 PM

views 3

কালিৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যিক কৰ্কট প্রতিষ্ঠানে চিকিৎসাৰ বিভিন্ন ক্ষেত্ৰৰ মাচুল বৃদ্ধি

গুৱাহাটীৰ ৰাজ্যিক কৰ্কট প্রতিষ্ঠানে চিকিৎসাৰ বিভিন্ন ক্ষেত্ৰত কালিৰে পৰা কাৰ্যকৰী হোৱাকৈ মাচুল বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। চিকিৎসা প্রতিষ্ঠানখনে জাননী অবিহনে হঠাৎ দহ গুণ পর্যন্ত চিকিৎসা মাচুল বৃদ্ধি কৰাত ৰোগী আৰু অভিভাৱকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পূৰ্বতে চিকিৎসা প্রতিষ্ঠানখনত পঞ্জীয়ন মাচুল ...

August 13, 2025 12:54 PM August 13, 2025 12:54 PM

views 4

দ্বাবিংশ মৃত্যু বার্ষিকী উপলক্ষে ড° ভৱেন্দ্ৰ নাথ শ‍ইকীয়ালৈ শ্ৰদ্ধা নিবেদন

যশস্বী সাহিত্যিক, কেইবাখনো ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ পৰিচালক ড° ভৱেন্দ্ৰ নাথ শ‍ইকীয়াৰ দ্বাবিংশ মৃত্যু বার্ষিকী উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। এই উপলক্ষে সাহিত্যিকগৰাকীৰ সপোনৰ প্ৰকল্প আৰোহণত বিভিন্ন কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই উপলক্ষে আৰোহণ প্ৰেক্ষাগৃহত বি...

August 13, 2025 12:52 PM August 13, 2025 12:52 PM

views 9

ৰাজ্যজুৰি বিভিন্ন জিলা প্রশাসনৰ স্বাধীনতা দিৱসৰ প্রস্তুতি প্রায় সম্পূৰ্ণ

স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি বিভিন্ন জিলা প্রশাসনে প্রস্তুতি প্রায় সম্পূৰ্ণ কৰি তুলিছে। আলফা স্বাধীনকে ধৰি কেইবাটাও উগ্রপন্থী সংগঠনে এইবাৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনোৱাৰ পাছত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। স্বাধীনতা দিৱসৰ সময়ছোৱাত যাতে উগ্রপন্থী স...

August 13, 2025 12:50 PM August 13, 2025 12:50 PM

views 2

ৰাজ্যত পুনৰ দুখন সমজিলা সংযোজনৰ আনুষ্ঠানিক শুভাৰম্ভ

ৰাজ্যত আজি পুনৰ দুখন সমজিলা সংযোজনৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হ'ব। এই উপলক্ষে শোণিতপুৰ আৰু তিনিচুকীয়াত সমজিলা সংযোজনৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। তিনিচুকীয়াৰ ডিগবৈত হ'বলগীয়া ডিগবৈ সমজিলাৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী ৰূপেশ গোৱালা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। আনহাতে শোণিতপুৰৰ ৰঙাপৰাত হ'বলগীয়া ৰঙ...

August 13, 2025 1:02 PM August 13, 2025 1:02 PM

views 47

অসম গ্ৰন্থমেলা এইবছৰ ৰাজ্যখনৰ মুঠ ৮ টা স্থানত আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাই যৌথভাৱে আয়োজন কৰি অহা অসম গ্ৰন্থমেলা এইবছৰ ৰাজ্যখনৰ মুঠ ৮ টা স্থানত আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম প্ৰকাশন পৰিষদৰ কার্যালয় সভাকক্ষত কালি অনুষ্ঠিত এখন সংবাদমেলত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাই এই ক...

August 13, 2025 12:45 PM August 13, 2025 12:45 PM

views 7

গুৱাহাটীত আই আই এম স্থাপনৰ বাবে কেন্দ্ৰীয় মন্ত্রীসভাৰ অনুমোদন

কেন্দ্ৰীয় মন্ত্রীসভাই গুৱাহাটীত ইণ্ডিয়ান ইন্‌ষ্টিটিউট অব্ মেনেজমেণ্ট অর্থাৎ আই আই এম স্থাপনৰ বাবে কালি অনুমোদন জনায়। এই প্রতিষ্ঠানটো উত্তৰ-পূবৰ দ্বিতীয় আৰু দেশৰ ২২ সংখ্যক আই আই এম হিচাপে পৰিগণিত হ'ব। ইয়াৰ আগেয়ে শ্বিলঙত ২০০৭ চনত আই আই এম প্ৰতিষ্ঠা কৰা হৈছিল। এই প্রতিষ্ঠানটো নিৰ্মাণত ৫০০ কোটি টক...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।