September 15, 2025 1:13 PM
12
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত ‘জৈৱ বৈচিত্ৰ্য আৰু কৃষি’বিষয়ক আলোচনা-সত্ৰ
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত কালি সেউজ মিত্র ফাউণ্ডেছনৰ উদ্যোগত ‘জৈৱ বৈচিত্ৰ্য আৰু কৃষি’বিষয়ক এখন আলোচনা সত্ৰ অনুষ্ঠিত হয়। এই আলোচনা সত্ৰত লখিমপুৰ আঞ্চলিক কৃষি বিজ্ঞান কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° প্ৰবাল শইকীয়া আৰু লখিমপুৰৰ জ্যেষ্ঠ সাংবাদিক বুবুল হাজৰিকা সমল ব্যক্তি ৰূপে উপস্থিত থাকে। বহনক্ষম উন্...