আঞ্চলিক সংবাদ

August 17, 2025 12:22 PM August 17, 2025 12:22 PM

views 12

বিশ্বনাথৰ ননকে জাপৰিগুৰিৰ ১৭০ বিঘা ভূমিত প্ৰশাসনৰ উচ্ছেদ অভিযান

বিশ্বনাথ জিলা প্রশাসনে আজি ননকে জাপৰিগুৰিৰ ১৭০ বিঘা ভূমিত উচ্ছেদ চলোৱা হৈছে। যোৱা ২ আগষ্টত অঞ্চলটোৰ ৩০৯টা পৰিয়াললৈ উচ্ছেদ অভিযানৰ জাননী জাৰি কৰি তেওঁলোকক ১৫ দিনৰ ভিতৰত সেই স্থান এৰি যাবলৈ কৈছিল। অবৈধ দখলকাৰীক সেই স্থান এৰি যাবলৈ কালি মাইক যোগে অন্তিমবাৰৰ বাবে ঘোষণা কৰা হয়। উচ্ছেদ অভিযানৰ বাবে ২০ খ...

August 17, 2025 12:20 PM August 17, 2025 12:20 PM

views 9

গুৱাহাটীৰ দীপৰ বিল বন্যপ্রাণী অভয়াৰণ্যৰ কাষৰীয়া এলেকাক পৰিৱেশ সংবেদনশীল অঞ্চল হিচাপে ঘোষণাৰ অধিসূচনা জাৰি

কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে গুৱাহাটীৰ দীপৰ বিল বন্যপ্রাণী অভয়াৰণ্যৰ কাষৰীয়া এলেকাক পৰিৱেশ সংবেদনশীল অঞ্চল (ইক' ছেনজিটিভ জ’ন) হিচাপে ঘোষণাৰ অধিসূচনা জাৰি কৰিছে। মন্ত্ৰ্যালয় ১৯৮৬ চনৰ পৰিৱেশ সুৰক্ষা আইনৰ অধিনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৰ্ববৃহৎ জলাশয় তথা বিভিন্ন বিলুপ্তপ্ৰায...

August 17, 2025 12:17 PM August 17, 2025 12:17 PM

views 9

আজি পুৱতি নিশাৰ ধাৰাষাৰ বৰষুণত গুৱাহাটী মহানগৰীৰ কেইবাটাও অঞ্চলত কৃত্রিম বান

পুৱতি নিশা বিজুলী-ঢেৰেকণিৰ সৈতে অহা ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ কেইবাটাও অঞ্চল কৃত্রিম বানত বুৰ গৈছে। মহানগৰীখনৰ নবীন নগৰ, অনিল নগৰ, হাতীগাঁও, ৰুক্মিনীনগৰ, চানমাৰি আদি অঞ্চলত হোৱা বানৰ ফলত পুৱাৰে যাতায়াত ব্যাহত হৈ পৰিছে। বিভিন্ন স্থানত গছ আৰু বিদ্যুতৰ খুঁটা উভালি পৰাৰ ফলত বিদ্যুতৰ যোগান বি...

August 16, 2025 9:09 PM August 16, 2025 9:09 PM

views 21

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৌহার্দ্যপূর্ণ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আজি গুৱাহাটীত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে সৌহার্দ্যপূর্ণ বৈঠকত মিলিত হয়। বৈঠকত দুয়োগৰাকী নেতাই উভয় ৰাজ্যৰ পাৰস্পৰিক বিকাশ সুদৃঢ় কৰাৰ বিষয়ে আলোচনা কৰে। বৈঠকত উভয় ৰাজ্যৰ উন্নয়ন আৰু সহযোগিতামূলক পদক্ষেপৰ বিষয়েও আলোচনা কৰা হয়।

August 16, 2025 9:03 PM August 16, 2025 9:03 PM

views 16

অসমৰ নিব্ৰাছ হুছেইনে গুৱাহাটীৰ চচলত অনুষ্ঠিত আইটা ছুপাৰ চিৰিজ টেনিছ প্রতিযোগিতাত দ্বিমুকুট অৰ্জন

অসমৰ নিব্ৰাছ হুছেইনে গুৱাহাটীৰ চচলত অনুষ্ঠিত আইটা ছুপাৰ চিৰিজ টেনিছ প্রতিযোগিতাত দ্বিমুকুট অৰ্জন কৰিছে। নিব্ৰাছে সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰেংকিং প্রতিযোগিতাখনত ল'ৰাৰ ১৪ বছৰ অনুৰ্দ্ধ ছিংগলছ আৰু ডাবলছ শাখাত খিতাপ লাভ কৰে। ১৪ আৰু ১৬ বছৰ অনুৰ্দ্ধৰ ল'ৰা-ছোৱালীৰ প্ৰতিযোগিতাখনত ছিংগ...

August 16, 2025 9:01 PM August 16, 2025 9:01 PM

views 7

শেহতীয়াকৈ ভট্টদেৱ বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা বজালী মহাবিদ্যালয়ৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱস বর্ণাঢ্য কাৰ্যসূচীৰে উদ্‌যাপন

শেহতীয়াকৈ ভট্টদেৱ বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা বজালী মহাবিদ্যালয়ৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি বর্ণাঢ্য কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয়। অনুষ্ঠানত কাৰ্যসূচী অনুসৰি পুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য, অধ্যাপক ধনপতি ডেকাই পতাকা উত্তোলন কৰে। ইয়াৰ পিছত প্ৰতিষ্ঠাপক অধ্যক্ষ কামেশ্বৰ দাসৰ প্ৰতিমূৰ্তিৰ সন্মুখত...

August 16, 2025 7:50 PM August 16, 2025 7:50 PM

views 3

ৰাজ্যৰ বিভিন্ন অংশত শোক দিৱস পালন

ধেমাজিত ২০০৪ চনৰ ১৫ আগষ্টত বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা ১৩টি শিশুক স্মৰণ কৰি ৰাজ্যৰ বিভিন্ন অংশত আজি শোক দিৱস পালন কৰা হৈছে। গুৱাহাটী অৱস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ লগতে ডিব্ৰুগড়, কাৰ্বি আংলং, বৰপেটা আদি বিভিন্ন জিলাত এই শোক দিৱসৰ সৈতে সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হয়। কাহিলীপাৰাৰ...

August 16, 2025 7:29 PM August 16, 2025 7:29 PM

views 20

বিশ্বনাথ জিলা প্রশাসনৰ কাইলৈ ননকে জাপৰিগুৰিৰ ১৭০ বিঘা ভূমিত উচ্ছেদ

বিশ্বনাথ জিলা প্রশাসনে কাইলৈ ননকে জাপৰিগুৰিৰ ১৭০ বিঘা ভূমিত উচ্ছেদ চলাব। উচ্ছেদ অভিযানৰ বাবে আৰক্ষী প্ৰশাসনে প্রস্তুতি সম্পূৰ্ণ কৰিছে। আমাৰ সংবাদদাতাই জনোৱা মতে ইতিমধ্যে অঞ্চলটোত আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে আৰু অপ্রীতিকৰ ঘটনা ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। অঞ্চলটোৰ ৩০৯টা পৰিয়াললৈ উচ্ছেদ অভিযান...

August 16, 2025 7:22 PM August 16, 2025 7:22 PM

views 45

যোৰহাট কৃষি মহাবিদ্যালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে পবিত্ৰ মাৰ্ঘেৰিটাৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি যোৰহাট জিলাৰ কৃষি মহাবিদ্যালয়ৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত তেঁও কৃষি ক্ষেত্ৰৰ বিকাশত মহাবিদ্যালয়খনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ সৈত...

August 16, 2025 6:34 PM August 16, 2025 6:34 PM

views 7

দেশৰ বিভিন্ন অংশত ভগৱান শ্ৰীশ্ৰী কৃষ্ণৰ জন্মাষ্টমী উদযাপন

দেশৰ বিভিন্ন অংশত আজি ভগৱান শ্ৰীশ্ৰী কৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আৰু প্ৰধান মন্ত্রী জন্মাষ্টমী উপলক্ষে দেশবাসীক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ভগৱান শ্ৰীকৃষ্ণই মানৱ জাতিক সকলোৰে কল্যাণৰ বাবে নিষ্ঠাবান হৈ সঠিক পথ অন...