August 19, 2025 6:58 PM August 19, 2025 6:58 PM
11
বীনেশ্বৰ ব্ৰহ্মৰ ২৫ সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন
বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বীনেশ্বৰ ব্ৰহ্মৰ ২৫ সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে আজি কোকৰাঝাৰৰ চান্দমাৰীত থকা ব্ৰহ্মৰ সমাধিস্থলীত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। বড়ো সাহিত্য সভাই বীনেশ্বৰ ব্ৰহ্ম দাতব্য ন্যাসৰ সহযোগত আয়োজন কৰা এই অনুষ্ঠানত বড়ো সাহিত্য সভাৰ সভাপতি ড° সুৰৰ্থ নাৰ্জাৰীয়ে সভাৰ পতা...