আঞ্চলিক সংবাদ

September 22, 2025 7:00 PM

views 42

অৰুণাচলৰ ২৪০ মেগাৱাট শক্তিসম্পন্ন হো’ জলবিদ্যুৎ প্রকল্প আৰু ১৮৬ মেগাৱাট শক্তিসম্পন্ন টাটো জলবিদ্যুৎ প্ৰকল্পৰ প্ৰথমটো গোটৰ আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশৰ ২৪০ মেগাৱাট শক্তিসম্পন্ন হো' জলবিদ্যুৎ প্রকল্প আৰু ১৮৬ মেগাৱাট শক্তিসম্পন্ন টাটো জলবিদ্যুৎ প্ৰকল্পৰ প্ৰথমটো গোটৰ আধাৰশিলা স্থাপন কৰে। ৰাষ্ট্ৰীয় তাপবিদ্যুৎ নিগমৰ অধীনত ৩ হাজাৰ ৭০০ কোটি টকা ব্যয় সাপেক্ষ এই দুয়োটা প্ৰকল্প উত্তৰ পূৱ বিদ্যুৎ শক্তি নিগ...

September 22, 2025 6:56 PM

views 30

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীসকলৰ আজিও অভূতপূৰ্ব ৰূপত শ্রদ্ধা নিবেদন

ৰাজ্যৰ সংগীত ক্ষেত্ৰত কাহানিও পূৰাব নোৱোৰা শূন্যতাৰ সৃষ্টি কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীসকলে আজিও অভূতপূৰ্ব ৰূপত শ্রদ্ধা নিবেদন কৰে। হিয়াৰ আমঠু শিল্পীগৰাকীক শেষ দৰ্শনৰ বাবে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত কালি গোটেই নিশা অজস্র গুণমুগ্ধই ভিৰ কৰে। আজি প...

September 22, 2025 5:34 PM

views 61

কাইলৈ প্রধানমন্ত্ৰী মোদীৰ অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা ভ্ৰমণ

● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ অৰুণাচল প্ৰদেশত ৫ হাজাৰ ১০০ কোটি টকাতকৈও অধিক পৰিমানৰ পুঁজি বয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন কৰাৰ লগতে ৩ হাজাৰ ৭০০ কোটি টকা ব্যয় সাপেক্ষ দুটা বৃহৎ জলবিদ্যুৎ প্রকল্প আধাৰশিলাও স্থা...

September 22, 2025 11:42 AM

views 42

অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰশ্নকাকত অসমীয়াতো প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ অসম মন্ত্রীসভাৰ

অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰশ্নকাকত এতিয়াৰ পৰা অসমীয়াতো প্ৰস্তুত কৰাৰ বাবে অসম মন্ত্রীসভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। মন্ত্রীসভাই দুর্গা পূজা উপলক্ষে অসম চাহ নিগমৰ ...

September 22, 2025 11:40 AM

views 13

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্রহণ আজি পুৱাৰে পৰা আৰম্ভ

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্রহণ আজি পুৱাৰে পৰা আৰম্ভ হৈছে। ভোট কেন্দ্ৰ সমূহত পুৱাৰে পৰা ভোটদাতাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে দীঘলীয়া শাৰী পতা পৰিলক্ষিত হৈছে। বিটিচিৰ মুঠ ৪০ টা সমষ্টিৰ বাবে ৩ হাজাৰ তিনিশ ৫৯ টা ভোটকেন্দ্ৰত ভোট গ্রহণ কৰা হৈছে। এইবাৰ নিৰ্বাচনত ৩১৬ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ...

September 22, 2025 11:39 AM

views 35

জুবিন গাৰ্গৰ অকাল মৃত্যুত শোকত ম্রিয়মান সমগ্ৰ ৰাজ্যবাসী

সংগীতৰ অনন্য সুৰেৰে অগণিতজনৰ হৃদয় জয় কৰা জনপ্রিয় শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত সমগ্ৰ ৰাজ্যবাসী শোকত ম্রিয়মান হৈ আছে। তেওঁৰ বিয়োগত দেশৰ বিভিন্ন প্ৰান্তত অনুৰাগীসকলে শ্রদ্ধা নিবেদন কৰিছে। ডিব্ৰুগড়ৰ ড° লীলা গগৈ উৰণ সেতুৰ সমীপত কালি জাতীয় ঐক্য পৰিষদ অসমে মহান শিল্পীগৰাকীলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন ...

September 22, 2025 11:43 AM

views 33

যোৰাবাটৰ সমীপৰ কমাৰকুছিত কাইলৈ জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰাৰ সিদ্ধান্ত

ৰাজ্যৰ সংগীত ক্ষেত্ৰত বৃহৎ শূন্যতাৰ সৃষ্টি কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীসকলে অভূতপূৰ্ব ৰূপত শ্রদ্ধা জ্ঞাপন কৰিছে। হিয়াৰ আমঠু শিল্পীগৰাকীক শেষ দৰ্শনৰ বাবে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত কালি গোটেই নিশা অজস্র গুণমুগ্ধই ভিৰ কৰে। শিল্পীগৰাকীক সকলো অনুৰাগ...

September 22, 2025 11:29 AM

views 11

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা ভ্ৰমণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ অৰুণাচল প্ৰদেশত ৫ হাজাৰ ১০০ কোটি টকাতকৈও অধিক পৰিমানৰ পুঁজি ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন কৰাৰ লগতে ৩ হাজাৰ ৭০০ কোটি টকা ব্যয় সাপেক্ষ দুটা বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলাও স্থাপ...

September 21, 2025 9:28 PM

views 54

অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰশ্নকাকত ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে ছপা কৰাৰ সিদ্ধান্ত

শাৰদীয় দূৰ্গা পূজা উপলক্ষে ৰাজ্য চৰকাৰে অসম চাহ নিগমৰ শ্রমিক কৰ্মচাৰীসকলক ২০ শতাংশ বোনাচ প্ৰদান কৰিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত আজি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। মন্ত্রীসভাই আজি অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰশ্নকাকত ইংৰাজী আৰু অ...

September 21, 2025 9:16 PM

views 42

বিটিচি নিৰ্বাচনত কৰ্তব্যৰত কাজলগাওঁত অসম আৰক্ষীৰ এজন জোৱানৰ আকষ্মিকভাৱে মৃত্যু

বিটিচি নিৰ্বাচনত কৰ্তব্য পালন কৰি থকা অৱস্থাতে আজি কাজলগাওঁত অসম আৰক্ষীৰ এজন জোৱানৰ আকষ্মিকভাৱে মৃত্যু হয়। মৃত জোৱানজন অসম আৰক্ষীৰ চতুৰ্থ বেটেলিয়নৰ হাবিলদাৰ ৫৫ বছৰীয়া গোপিকা চক্ৰৱৰ্তী বুলি আমাৰ সংবাদদাতাই জনাইছে। বিটিচি নিৰ্বাচনৰ বাবে চিৰাং জিলাৰ কাজলগাওঁলৈ আহি কালি নিশা তেওঁ অসুস্থ হৈ পৰিছিল। আজ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।