আঞ্চলিক সংবাদ

September 23, 2025 7:33 PM

views 24

অসম ভূমিত সমাধিস্থ হ’ল গানৰ উজ্বল জ্যোতিষ্ক

লক্ষ লক্ষ অনুৰাগীক কন্দুৱাই আজি অসম ভূমিত সমাধিস্থ হ’ল গানৰ উজ্বল জ্যোতিষ্ক। তেজ মঙহৰ পৃথিৱী নেওচি গুণমুগ্ধসকলৰ পৰা কায়িকভাৱে চিৰ বিদায় লৈছে আপোন শিল্পী জুবিন গাৰ্গে। অসমবাসীক শোকাহত কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য আজি গুৱাহাটীৰ সমীপৰ কমাৰকুছিৰ ‘জুবিনক্ষেত্ৰত সম্পূৰ্...

September 23, 2025 11:24 AM

views 12

আকাশবাণী গুৱাহাটীৰ অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন

আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োঁতা গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু বার্ষিকী উপলক্ষে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্রতিযোগীয়ে সাম্প্রতিক ঘটনাৱলী সম্পৰ্কীয় ১ মিনিটৰ বাতৰিৰ অ'ডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰ...

September 23, 2025 11:21 AM

views 39

এছিয়া কাপ টি-২০ প্রতিযোগিতাৰ ছুপাৰ-ফ’ৰ পৰ্যায়ত আজি পাকিস্তান-শ্ৰীলংকাৰ খেল

এছিয়া কাপ টি-২০ প্রতিযোগিতাৰ ছুপাৰ-ফ'ৰ পৰ্যায়ৰ এখন খেলত আজি পাকিস্তান শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আবু ধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত হ’বলগীয়া এই খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত আৰম্ভ হ'ব। ভাৰত আৰু বাংলাদেশে ইতিমধ্যে ২ পইণ্টতকৈ লাভ কৰিছে যদিও পাকিস্তান আৰু শ্ৰীলংকাই এতিয়াও ছুপাৰ-ফ’ৰত কো...

September 23, 2025 11:19 AM

views 24

উৎসৱৰ সময়ছোৱাত উত্তৰ-পূব সীমান্ত ৰে’লৰ ৪৬খন বিশেষ ৰে’লৰ ব্যৱস্থা

উৎসৱৰ সময়ছোৱাত উত্তৰ-পূব সীমান্ত ৰে’লে ৪৬ খন বিশেষ ৰে'লৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছে । দুৰ্গা পূজা, দীপাৱলী আৰু ষট পূজাৰ সময়ছোৱাত যাতে যাত্ৰীসকল অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়, তাৰপ্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই উৎসৱ বিশেষ ৰে'লসমূহ কাটিহাৰ, সোণপুৰ, দৌৰাম মাধেপুৰা, মণিহাৰী, আগ...

September 23, 2025 11:18 AM

views 20

দুৰ্গা পূজা উপলক্ষে ৰাজ্যিক কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ ছেপ্টেম্বৰ মাহৰ দৰমহা আজিৰ পৰা মুকলি কৰি দিয়াৰ ব্যৱস্থা

ৰাজ্য চৰকাৰে দুৰ্গা পূজা উপলক্ষে ৰাজ্যিক কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ ছেপ্তেম্বৰ মাহৰ দৰমহা আজিৰ পৰা মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰি দিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয়, যে দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ছেপ্তেম্বৰ মাহৰ দৰমহা ১ অক্টোবৰৰ পৰিৱৰ্তে আজিৰ ...

September 23, 2025 11:15 AM

views 62

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্রহণ শান্তিপূর্ণভাৱে সম্পন্ন

বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্রহণ কালি শান্তিপূর্ণভাৱে সম্পন্ন হয়। ৰাজ্যিক নির্বাচন আয়োগৰ তথ্য অনুসৰি কালি পুৱা পুৱা চাৰে ৭ বজাৰ পৰা বিয়লি চাৰে ৪ বজালৈ অনুষ্ঠিত ভোটগ্ৰহণত ৭৮ দশমিক ৪-২ শতাংশ লোকে ভোটদান কৰে। আমাৰ সংবাদ দাতাসকলে জনোৱা অনুসৰি বাক্সা জিলাত ৭৬ দশমিক ৯-২ শতাংশ ভোটদান হয়। কোকৰাঝাৰ জিল...

September 23, 2025 11:14 AM

views 16

ডিব্ৰুগড় জিলাৰ লোহাৰপট্টি অঞ্চলৰ জুবিন গাৰ্গৰ অনুৰাগীসকলৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ ৰোগী-আত্মীয়ক খাদ্য বিতৰণ

ডিব্ৰুগড় জিলাৰ লোহাৰপট্টি অঞ্চলৰ জুবিন গাৰ্গৰ অনুৰাগীসকলে কালি নিশা অসম চিকিৎসা মহাবিদ্যালয়ৰ ৰোগী তথা আত্মীয়সকলক খাদ্য বিতৰণ কৰি শিল্পীগৰাকীৰ আদৰ্শক জীয়াই ৰখাৰ প্ৰচেষ্টা গ্রহণ কৰে। উল্লেখযোগ্য যে শিল্পীগৰাকীৰ আকস্মিক মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে ডিব্ৰুগড় জিলাতো বন...

September 23, 2025 11:09 AM

views 46

সোণাপুৰৰ কমাৰকুছিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য

আজি অসমবাসীৰ হৃদয় উকা কৰি গানৰ জ্যোতিষ্ক নিৰ্বাপিত হ'ব। সুৰৰ আঁচল ধৰি বহু দূৰলৈ গুচি যোৱা বিৰল প্ৰতিভাৰ আজি কায়িকভাৱে মহা অৱসান ঘটিব। ৰাজ্যৰ সংগীত ক্ষেত্ৰত কাহানিও পূৰাব নোৱৰা শূন্যতাৰ সৃষ্টি কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তেষ্টিক্রিয়া আজি দিনৰ ভাগত যোৰাবাটৰ সমীপৰ কমাৰকু...

September 23, 2025 11:07 AM

views 25

জনতাৰ আদৰৰ শিল্পী জুবিন গাৰ্গৰ পুনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন

অসমৰ জনসাধাৰণৰ বিপুল দাবীৰ পৰিপ্ৰেক্ষিতত আদৰৰ শিল্পী জুবিন গাৰ্গৰ আজি পুনৰ মৰণোত্তৰ পৰীক্ষা কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি এখন সংবাদমেল যোগে এই সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ছিংগাপুৰত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল যদিও ৰাইজে সমগ্ৰ ঘটনাটোক লৈ সন্দেহ প্ৰকাশ কৰাৰ লগ...

September 23, 2025 11:05 AM

views 49

জুবিন গাৰ্গ আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে সামাজিক মাধ্যমত আপত্তিজনক কথা প্ৰচাৰৰ অভিযোগত কেইবাজনো লোকক আটক

জুবিন গাৰ্গ আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে সামাজিক মাধ্যমত আপত্তিজনক কথা প্ৰচাৰ কৰাৰ অভিযোগত আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাজনো লোকক আটক কৰিছে। দৰং আৰক্ষীয়ে কালি দলগাঁৱৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ এগৰাকী শিক্ষকক এনে আপত্তিজনক মন্তব্যৰ অভিযোগত গ্ৰেপ্তাৰ কৰে। শিক্ষকজনৰ বিৰুদ্ধে দলগাঁও থ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।