আঞ্চলিক সংবাদ

September 24, 2025 9:58 PM

views 12

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শ‍ইকীয়া গাৰ্গৰ লগতে আত্মীয়ক সাক্ষাৎ কৰি মন্ত্ৰী পীযূষ হাজৰিকাৰ সমবেদনা জ্ঞাপন

মন্ত্ৰী পীযূষ হাজৰিকাই আজি প্রয়াত শিল্পীগৰাকীৰ কাহিলিপাৰাৰ বাসগৃহত উপস্থিত হৈ পত্নী গৰিমা শ‍ইকীয়া গাৰ্গৰ লগতে আত্মীয়ক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ কয়, যে জুবিন গাৰ্গৰ সৃষ্টিৰাজি সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰ দায়বদ্ধ। সকলোৰে অতিকৈ প্ৰিয় শিল্পীগৰাকীৰ আকস্মিক বিয...

September 24, 2025 9:27 PM

views 14

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি এজন অধিবক্তাই দাখিল কৰা ৰাজহুৱা স্বার্থজড়িত আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গ্রহণ

জুবিন গাৰ্গৰ ছিংগাপুৰত অস্বাভাৱিকভাৱে মৃত্যু হোৱা ঘটনাৰ তদন্ত বিচাৰি এজন অধিবক্তাই দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি গ্রহণ কৰিছে। অহা ৮ নৱেম্বৰত এই আবেদনখনৰ শুনানিৰ বাবে তালিকাভুক্ত কৰিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে। অৱশ্যে কোনো ব্যক্তিগত স্বার্থত যদি এই আবেদন...

September 24, 2025 9:19 PM

views 179

ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হয়। জুবিন গাৰ্গৰ স্মৃতিত নগাঁও চহৰৰ নেহৰুবালিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজিত হয়। জিলাখনৰ ৫০০ৰো অধিক শিক্ষানুষ্ঠান, দলসংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে মৰমৰ শিল্পীগৰাকীৰ চিতাভস্মত শ্ৰদ্ধাঞ্জলি জনায়। ইয়াৰ লগতে সকলোৱে ম...

September 24, 2025 9:14 PM

views 26

জনতাৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে বিশেষ অনুসন্ধানকাৰী গোট গঠন

জনতাৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে অসম চৰকাৰে এটা বিশেষ অনুসন্ধানকাৰী গোট চমুকৈ এছ আই টি গঠন কৰাৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি কিছু সময়ৰ পূৰ্বে সামাজিক মাধ্যম এক্সত এই বিষয়ে প্ৰকাশ কৰি কয়, যে শিল্পীগৰাকীৰ মৃত্যুৰ সৈতে জড়িত কোনো লোককে ৰেহাই দিয়া ন...

September 24, 2025 9:11 PM

views 23

ৰাজ্যত শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে জড়িত সংগঠন বা সংস্থাৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা

অসম চৰকাৰে ব্যৱসায়ী আৰু নিজকে সাংস্কৃতিক কৰ্মী বুলি দাবী কৰা শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে জড়িত যিকোনো সংগঠন বা সংস্থাই ৰাজ্যখনৰ ভিতৰত কোনোধৰণৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। তদুপৰি ৰাজ্য চৰকাৰে সেই ব্যক্তিজনৰ সৈতে জড়িত কোনো অনুষ্ঠানক প্রত্যক্ষ বা পৰোক্ষভাৱে কোনোধৰণৰ আৰ্থি...

September 24, 2025 1:01 PM

views 14

৩৬ সংখ্যক পূব মণ্ডল জুনিয়ৰ এথলেটিকছ প্রতিযোগিতাত অসমৰ সুন্দৰ প্ৰদৰ্শন

ঝাৰখণ্ডৰ ৰাঁছীত অনুষ্ঠিত ৩৬ সংখ্যক পূব মণ্ডল জুনিয়ৰ এথলেটিকছ প্রতিযোগিতাত অসমে সুন্দৰ প্ৰদৰ্শনেৰে এইপর্যন্ত ২৫টা পদক অৰ্জন কৰিছে। প্ৰতিযোগিতাখনৰ প্ৰথম দিনা ১৪টা পদক অৰ্জন কৰা অসমে কালি দ্বিতীয় দিনা ৪টা সোণ, ৩টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সমৰ্থ হৈছে। কালি অসমৰ হৈ ১৮ বছৰ অনুৰ্ধৰ ল'ৰাৰ ৫ হাজা...

September 24, 2025 12:32 PM

views 41

অসমবাসীক শোকাহত কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন

অসমবাসীক শোকাহত কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য কালি গুৱাহাটীৰ সমীপৰ কমাৰকুছিৰ ‘জুবিনক্ষেত্ৰ’ত সম্পূৰ্ণ ৰাষ্ট্ৰীয় মর্যাদাৰে সম্পন্ন কৰা হয়। তেওঁৰ নশ্বৰ দেহত মুখাগ্নি কৰাৰ লগে লগে অগণিত অনুৰাগীয়ে অশ্রু-অঞ্জলিৰে প্ৰাণৰ শিল্পীজনক সমস্বৰে মায়াবিনী গীত গাই শেষ শ্রদ্ধা জ...

September 23, 2025 8:15 PM

views 15

জনতাৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্যৰ পৰিপ্ৰেক্ষিতত প্ৰতিখন জিলাৰ জনজীৱন স্থবিৰ

জনতাৰ শিল্পী জুবিন গাৰ্গৰ আজি শেষকৃত্যৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ প্ৰতিখন জিলাৰ জনজীৱন স্থবিৰ হৈ পৰে। সকলো জিলাতে শিক্ষানুষ্ঠানসমূহ বন্ধ ৰখাৰ লগতে দোকান-পোহাৰসমূহো বন্ধ হৈ থাকে। ডিব্ৰুগড় জিলা নালিয়াপুল যুৱ উন্নয়ন পৰিষদে আজি অসম চিকিৎ‍সা মহাবিদ্যালয়ত ৰোগীসকলৰ লগতে আত্মীয়সকলক প্রিয় শিল্পী জুবিন গাৰ...

September 23, 2025 8:08 PM

views 13

উৎসৱৰ সময়ছোৱাত ৪৬ খন বিশেষ ৰে’লগাড়ীৰ ব্যৱস্থাৰ ঘোষণা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

উৎসৱৰ সময়ছোৱাত উত্তৰ-পূব সীমান্ত ৰে'লৱেই ৪৬ খন বিশেষ ৰে’লগাড়ীৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছে। দুৰ্গা পূজা, দীপাৱলী আৰু ষট পূজাৰ সময়ছোৱাত যাতে যাত্ৰীসকল অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়, তাৰপ্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই উৎসৱ বিশেষ ৰে’লগাড়ীসমূহ কাটিহাৰ, সোণপুৰ, দৌৰাম মাধেপুৰা, ...

September 23, 2025 7:41 PM

views 26

২০২৩ বৰ্ষৰ ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটাসমূহ প্রদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নতুন দিল্লীত আজি ২০২৩ বৰ্ষৰ ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্র বঁটাসমূহ প্রদান কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত প্রখ্যাত অভিনেতা, পৰিচালক তথা প্রযোজক মোহন লালক চলচ্চিত্র জগতৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা আগবঢ়োৱা হয়। হিন্দী চলচ্চিত্র টুৱেল্ভথ ফে’ললৈ শ্ৰেষ্...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।