আঞ্চলিক সংবাদ

September 30, 2025 6:49 PM

views 49

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত ছিংগাপুৰলৈ অসম আৰক্ষী অপৰাধ অনুসন্ধান শাখাৰ দুগৰাকী বিষয়া ৰাওনা

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আজি ছিংগাপুৰলৈ অসম আৰক্ষী অপৰাধ অনুসন্ধান শাখাৰ দুগৰাকী বিষয়া ৰাওনা হয়। এই ঘটনাৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিৰ বিষয়াইও দিল্লীত ঘটনাৰ অনুসন্ধানৰ বাবে উপস্থিত আছে। জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যু সন্দৰ্ভত অসম আৰক্ষীয়ে দাখিল কৰা এজাহাৰ সন্দৰ্ভত গৃহ পৰিক্ৰমা মন্ত...

September 30, 2025 6:38 PM

views 51

শাৰদীয় দুর্গা পূজাৰ মহাষ্টমীত দেৱীক মহাগৌৰীৰ ৰূপত পূজা-অৰ্চনা

শাৰদীয় দুর্গা পূজাৰ আজি মহাষ্টমীত দেৱীক মহাগৌৰীৰ ৰূপত পূজা-অৰ্চনা কৰা হৈছে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে জনসাধাৰণে অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয় বিচাৰি শক্তিৰূপিনী দুৰ্গাৰ আৰাধনা কৰিছে। শক্তিপীঠ কামাখ্যা ধাম, বেলশৰৰ বিল্বেশ্বৰ দেৱালয়ক...

September 30, 2025 12:45 PM

views 45

শিল্পী জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দিপন গাৰ্গক বিশেষ তদন্তকাৰী গোটৰ সোধাপোছা আৰম্ভ

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আজি ছিংগাপুৰলৈ অসম আৰক্ষী অপৰাধ অনুসন্ধন শাখাৰ দুগৰাকী বিষয়া ৰাওনা হ'ব। এই ঘটনাৰ তদন্তৰ বাবে গঠন কৰা এছ আই টিৰ বিষয়াইও দিল্লীত ঘটনাৰ অনুসন্ধাৰ বাবে উপস্থিত আছে। ইপিনে ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ ঘটনাৰ তদন্তৰ পৰিপ্ৰেক্ষিতত ছিংগাপুৰৰ সৈতে পাৰস্পৰিক আ...

September 30, 2025 12:38 PM

views 27

জুবিন গাৰ্গৰ বিয়োগে অসমত অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিছে বুলি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যৰ মন্তব্য

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কালি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শনৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত জুবিন গাৰ্গৰ বিয়োগে অসমত অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰে। তেওঁ কয়, যে এয়া শিল্পীগৰাকীৰ পৰিয়ালৰ বাবে কেৱল নহয়, বৰং সমগ্ৰ ৰাজ্য আৰু দেশৰ বাবে বৃহৎ ক্ষতি। ইপিনে, শিল্পীগৰাকীৰ...

September 30, 2025 12:22 PM

views 23

জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ উপলক্ষে বিহালীত হবলগীয়া ৩৩ সংখ্যক কাৰ্বি যুৱ মহোৎসৱখন ৩ৰ পৰা ৫ অক্টোবৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত

জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানৰ প্ৰতি সন্মান জনাই বিশ্বনাথ জিলাৰ কাৰ্বি সাংস্কৃতিক সমাজে বিহালীৰ ভৰালীজুলিৰ ল’ৰেছাৰপ' বাকৰিত কাইলৈৰপৰা অনুষ্ঠিত হ'বলগীয়া ৩৩ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এটা বিবৃতিযোগে বিশ্বনাথ জিলাৰ কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি যোগেন টেনে এই কথ...

September 30, 2025 12:12 PM

views 49

কাছাৰ আৰক্ষীৰ শিলচৰ-আইজল বাইপাছত চলোৱা এক অভিযানত ৩০ হাজাৰৰো অধিক নিচাযুক্ত টেবলেট জব্দ

কাছাৰ আৰক্ষীয়ে কালি নিশা শিলচৰ-আইজল বাইপাছত চলোৱা এক অভিযানত ৩০ হাজাৰৰো অধিক নিচাযুক্ত টেবলেট জব্দ কৰে। জব্দ কৰা এই বৃহৎ পৰিমাণৰ টেবলেটখিনিত মূল্য ৯ কোটিৰো অধিক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট কঢ়িওৱা ট্রাকসহ দুই সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰে।

September 30, 2025 11:54 AM

views 93

শাৰদীয় দুর্গা পূজাৰ আজি মহাঅষ্টমী

শাৰদীয় দুর্গা পূজাৰ আজি মহাঅষ্টমী। আজি দেৱীক মহাগৌৰীৰ ৰূপত পূজা-অৰ্চনা কৰা হৈছে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে জনসাধাৰণে অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয় বিচাৰি শক্তিৰূপিনী দুৰ্গাৰ আৰাধনা কৰিছে। শক্তিপীঠ কামাখ্যা ধাম, বেলশৰৰ বিল্বেশ্বৰ দেৱ...

September 29, 2025 7:44 PM

views 20

দুর্গা পূজাৰ সময়ত শান্তি শৃংখলা আৰু অন্যান্য যাবতীয় ব্যৱস্থা নিশ্চিত কৰিবলৈ যোৰহাট জিলা আয়ুক্তৰ বিভিন্ন স্থান পৰিদৰ্শন

যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানীয়ে জিলাখনত দুর্গা পূজাৰ সময়ত শান্তি শৃংখলা আৰু অন্যান্য যাবতীয় ব্যৱস্থা নিশ্চিত কৰিবলৈ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সৈতে বিভিন্ন স্থান পৰিদৰ্শন কৰে। জিলাখনৰ বিভিন্ন পূজা মণ্ডপত উপস্থিত হৈ পর্যাপ্ত স্বেচ্ছাসেৱক, চিচিটিভি, পূজাস্থলীৰ নিৰাপত্তা আৰু অগ্নিনির্বাপক সঁজুলিৰ লগতে জৰ...

September 29, 2025 6:42 PM

views 36

শাৰদীয় দুর্গাপূজাৰ সপ্তমীৰ দিন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰীৰ কেইবাখনো পূজা মণ্ডপত দেৱীৰ আশীষ গ্রহণ

আজি শাৰদীয় দুর্গাপূজাৰ সপ্তমী। কালি ষষ্ঠীত দেৱী দুৰ্গাৰ প্ৰাণ প্রতিষ্ঠা কৰা হয়। আজি দেৱীক কালৰাত্ৰি ৰূপত পূজা-অৰ্চনা কৰা হয়। এইবাৰ দেৱী দুৰ্গাৰ হস্তীত আগমন ঘটিছে আৰু দোলাত গমন হ'ব বুলি বিশ্বাস কৰা হৈছে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে জনসাধ...

September 29, 2025 7:39 PM

views 77

জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ ঘটনাৰে জড়িত অভিযুক্তক অতি শীঘ্ৰে গ্রেপ্তাৰৰ সম্ভাৱনা

ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ ঘটনাৰ তদন্তৰ পৰিপ্ৰেক্ষিতত ছিংগাপুৰৰ সৈতে পাৰস্পৰিক আইনী সাহায্য চুক্তিৰ আহ্বান জনাবলৈ কেন্দ্রীয় গৃহ মন্ত্র্যালয়ক আনুষ্ঠানিকভাবে আবেদন জনাইছে। এই আহ্বানৰ পাছতে গোচৰটোৰ তদন্তৰ ক্ষেত্ৰত ছিংগাপুৰে সবিশেষ তথ্য প্ৰদান কৰাৰ লগতে অভিযুক্তক ওভতাই অনা আৰু ন্যায় প্রদান...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।