আঞ্চলিক সংবাদ

August 31, 2025 9:49 PM August 31, 2025 9:49 PM

views 12

বি টি চি নিৰ্বাচনৰ মনোনয়ন প্রত্যাহাৰ সন্দৰ্ভত তামুলপুৰ জিলাৰ জিলা আয়ুক্তৰ বিশেষ নির্দেশনা

সমাগত বি টি চি নিৰ্বাচনৰ মনোনয়ন প্রত্যাহাৰ সন্দৰ্ভত তামুলপুৰ জিলাৰ জিলা আয়ুক্ত তথা জিলা নির্বাচনী বিষয়া পংকজ চক্ৰৱৰ্ত্তীয়ে বিশেষ নির্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি প্রার্থীসহ মুঠ ৫ গৰাকী লোককহে মনোনয়ন প্ৰত্যাহাৰৰ সময়ত জিলা নির্বাচনী বিষয়া বা সহকাৰী নিৰ্বাচনী বিষয়াৰ কাৰ্লালয়ত প্ৰবেশৰ ...

August 31, 2025 9:47 PM August 31, 2025 9:47 PM

views 22

শিলচৰৰ উধাৰবন্দৰ কাঁছাকান্তি মন্দিৰ দৰ্শন কৰাৰ লগতে কাঁছাকান্তি বিদ্যামন্দিৰৰ মুকলি মঞ্চৰ আধাৰশিলা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শিলচৰৰ উধাৰবন্দৰ কাঁছাকান্তি মন্দিৰ দৰ্শন কৰাৰ লগতে কাঁছাকান্তি বিদ্যামন্দিৰৰ মুকলি মঞ্চৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্য চৰকাৰৰ ২০২৫-২৬ বৰ্ষৰ আনটাইড পুঁজিৰ অধীনত এই মুকলি মঞ্চ নিৰ্মাণ কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকী বৰাক উপত্যকাৰ দুদিনীয়া ভ্ৰমণসূচীৰে আজি দুপৰীয়া শিলচ...

August 31, 2025 9:35 PM August 31, 2025 9:35 PM

views 9

দেশে স্থানীয় সামগ্ৰীৰ ব্যৱহাৰত উদগণি যোগোৱা ভোকেল ফৰ লোকেল, আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰতৰ মন্ত্ৰৰে আগবঢ়া উচিতঃ প্রধানমন্ত্ৰী

দেশে স্থানীয় সামগ্ৰীৰ ব্যৱহাৰত উদগণি যোগোৱা ভোকেল ফৰ লোকেল, আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰতৰ মন্ত্ৰৰে আগবঢ়া উচিত বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানত শ্ৰীমোদীয়ে আজি কয়, যে উৎসৱৰ বতৰত দেশবাসীয়ে স্বদেশী সামগ্ৰীৰ কথা পাহৰা উচিত নহয়। জীৱনৰ সৈতে জড়িত সকলো...

August 31, 2025 11:50 AM August 31, 2025 11:50 AM

views 25

সমাজত ইতিবাচক পৰিৱৰ্তন সাধনৰ বাবে অধিকাংশ লোকৰ মনত সংস্কাৰকামী আৰু পৰিৱৰ্তনমুখী চিন্তাৰ উদ্ৰেক হোৱাৰ প্ৰয়োজনঃ সাংবাদিক হাইদৰ হুছেইন

সমাজত ইতিবাচক পৰিৱৰ্তন সাধনৰ বাবে অধিকাংশ লোকৰ মনত সংস্কাৰকামী আৰু পৰিৱৰ্তনমুখী চিন্তাৰ উদ্ৰেক হোৱাৰ প্ৰয়োজন। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত কালি বর্ষীয়ান সাংবাদিক হাইদৰ হুছেইনে এই মন্তব্য কৰে। অনুষ্ঠানটোত সাংবাদিকগৰাকীয়ে তেওঁৰ সাংবাদিকতাৰ আৰম্ভণিৰ সময়ৰে পৰা বিভিন্ন ৰাজনৈতিক, সামাজিক উত্...

August 31, 2025 11:39 AM August 31, 2025 11:39 AM

views 12

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যৰ বহিঃ সাহায্যপ্রাপ্ত প্রকল্পসমূহৰ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ ল’বলৈ গুৰুত্বপূৰ্ণ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ৰাজ্যৰ বহিঃ সাহায্যপ্রাপ্ত প্রকল্পসমূহৰ ৰূপায়ণৰ অগ্ৰগতিৰ বুজ ল'বলৈ এখন গুৰুত্বপূৰ্ণ বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত বিভিন্ন খণ্ডৰ প্ৰকল্পসমূহৰ বিষয়ে পর্যালোচনা কৰি মুখ্যমন্ত্রীয়ে মুখ্য সচিব ড০ ৰবি কোটাক প্রকল্পসমূহ নিয়মিতৰূপত পৰ্যৱেক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে...

August 31, 2025 11:22 AM August 31, 2025 11:22 AM

views 6

বাংলাদেশী অনুপ্রৱেশকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰে পূৰ্ণ সমর্থন দিছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

ৰাজ্য চৰকাৰে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থা আৰু উচ্ছেদ অভিযানৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ণ সমর্থন আছে আৰু এইক্ষেত্ৰত কেন্দ্ৰই অসমক সকলো ধৰণে সহায় কৰিব। কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে বিজেপি আৰু অগপৰ পঞ্চায়ত প্ৰতিনিধিৰ সন্মিলনত দিয়া ভাষণত কেন্দ্ৰীয় চৰকাৰৰ এই দৃষ্টিভংগী ...

August 30, 2025 10:36 PM August 30, 2025 10:36 PM

views 5

নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকক নিলম্বন

নগাঁও কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক মুকুল ভূঞাক আজি তৎকালীন ভাৱে বলবৎ হোৱাকৈ ৰাজ্য চৰকাৰে নিলম্বন কৰে। উল্লেখযোগ্য যে-কাৰাগাঁৰ গৰাকীৰ অধীক্ষকৰ ছত্ৰচায়াতে কাৰাগাৰ খনত বিগত সময়খিনিত কেতবোৰ অবৈধ কৰ্মকাণ্ড চলি আছিল। কালি নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই কেন্দ্ৰী...

August 30, 2025 10:24 PM August 30, 2025 10:24 PM

views 6

আকাশবাণীত কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ এঘাৰ বজাত মন কী বাত অনুষ্ঠানত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব আকাশবাণীযোগে প্ৰচাৰিত মন কী বাতৰ ১২৫ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি airnews ৱেৱছাইট আৰু newsonair মোবাইল এপত শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, ত...

August 30, 2025 10:19 PM August 30, 2025 10:19 PM

views 8

দিছপুৰৰ লোকসেৱা ভৱনত জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি দিছপুৰৰ লোকসেৱা ভৱনৰ পৰা জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে এখন বৈঠকত মিলিত হয়। বৈঠকত ১৭ৰ পৰা ২৩ ছেপ্তেম্বৰলৈ উদযাপন কৰিবলগীয়া সেৱা সপ্তাহৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হয়। সেৱা সপ্তাহৰ সময়ছোৱাত অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ শুভাৰম...

August 30, 2025 10:14 PM August 30, 2025 10:14 PM

views 26

বিটিচিৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰ; প্ৰশাসনৰ কেতবোৰ নিৰ্দশনা জাৰি

সমাগত বিটিচিৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। ৰাজনৈতিক দলসমূহে বিভিন্ন সমষ্টিৰ বাবে নিজ নিজ দলৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ সমান্তৰালকৈ প্ৰশাসনেও কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। কোকৰাঝাৰ জিলাত আজি শাসনাধিষ্ঠ ইউপিপিএল দলে নির্বাচনী কার্যালয় মুকলি কৰে । এই নির্বাচনত ...