আঞ্চলিক সংবাদ

September 1, 2025 3:16 PM September 1, 2025 3:16 PM

views 16

চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ সপ্তম অধিৱেশন কাইলৈ আৰম্ভ হ’ব

● চতুৰ্দশ নাগালেণ্ড বিধানসভাৰ সপ্তম অধিৱেশন কাইলৈ আৰম্ভ হ'ব। দুদিনীয়াকৈ হ'বলগীয়া এই অধিৱেশন শ্রদ্ধাঞ্জলি জ্ঞাপনেৰে আৰম্ভ হ'ব। তাৰ পাছতে প্রশ্নোত্তৰ পৰ্ব অনুষ্ঠিত হ'ব। অধিৱেশনত ৰাজহুৱা স্বার্থজড়িত বহু আলোচনা অনুষ্ঠিত হোৱাৰ লগতে কেইবাখনো চৰকাৰী বিধেয়ক উত্থাপন কৰা হ'ব আৰু কেইবাটাও চৰকাৰী সিদ্ধান্ত ...

September 1, 2025 3:00 PM September 1, 2025 3:00 PM

views 13

বৃত্তিমুখী শিক্ষা আৰু প্ৰশিক্ষণৰ ৰাষ্ট্ৰীয় আয়োগৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গুৱাহাটীত কৰ্মশালাৰ আয়োজন

■ বৃত্তিমুখী শিক্ষা আৰু প্ৰশিক্ষণৰ ৰাষ্ট্ৰীয় আয়োগে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে কাইলৈ গুৱাহাটীত এখন কৰ্মশালাৰ আয়োজন কৰিছে। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত হ'বলগীয়া এই কৰ্মশালাত অসমৰ উপৰি অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ...

September 1, 2025 11:50 AM September 1, 2025 11:50 AM

views 68

মাদক দ্ৰব্যৰ অবৈধ ব্যৱসায় ৰোধৰ বাবে মিজোৰাম চৰকাৰৰ আজিৰে পৰা ৪ মহীয়া বিশেষ অভিযান আৰম্ভ

■ মিজোৰাম চৰকাৰে মাদক দ্ৰব্যৰ অবৈধ ব্যৱসায় ৰোধ কৰাৰ বাবে আজিৰে পৰা চাৰিমহীয়া বিশেষ অভিযান আৰম্ভ কৰিছে। ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে সুদীর্ঘ এই বিশেষ চাৰিমহীয়া অভিযান আজিৰে পৰা আৰম্ভ হৈছে আৰু ই চলিত বছৰৰ ৩১ ডিচেম্বৰত অন্ত পৰিব। আৰক্ষী, আইন বলৱৎকাৰী বিভিন্ন সংস্থা আৰু ইয়ং মিজো ...

September 1, 2025 11:34 AM September 1, 2025 11:34 AM

views 16

নাৰী শিক্ষাৰ অগ্ৰণী সংগঠন ইডুকেট গার্লছলৈ ২০২৫ বৰ্ষৰ ৰমণ মেগছেছে বঁটা

■ নাৰী শিক্ষাৰ অগ্ৰণী সংগঠন ইডুকেট গার্লছলৈ ২০২৫ বৰ্ষৰ ৰমণ মেগছেছে বঁটা আগবঢ়োৱা হৈছে। ৰমণ মেগছেছে এৱাৰ্ড ফাউণ্ডেচনে এটা বিবৃতিৰ জৰিয়তে নাৰী শিক্ষাত আগবঢ়োৱা অৱদানৰ বাবে ভাৰতীয় স্বেচ্ছাসেৱী সংগঠনটোলৈ এছিয়াৰ ন'বেল বঁটা হিচাপে খ্যাত এই বঁটা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এই বঁটা ঘোষণা কৰাৰ পাছতেই ইডুকে...

September 1, 2025 11:31 AM September 1, 2025 11:31 AM

views 16

ডিব্ৰুগড়ত ৩ টা প্ৰকল্প উদ্বোধন কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

■ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত তিনিটা প্ৰকল্প উদ্বোধন কৰিব। শ্ৰী সোণোৱালে ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ ড০ যোগীৰাজ বসু বিজ্ঞান আৰু প্রযুক্তি বিদ্যা ভৱন উদ্বোধন কৰিব। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰৰ সাংসদ পুঁজিৰে নিৰ্মাণ কৰা এটা শৰীৰ চ...

September 1, 2025 11:24 AM September 1, 2025 11:24 AM

views 13

বৰাক উপত্যকাতো বনভূমি দখল কৰা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা হ’ব: মুখ্যমন্ত্ৰী

● ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৰে বৰাক উপত্যকাতো বনভূমি দখল কৰা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি শিলচৰৰ ৰংগীৰখাৰি বঁটাৰীত এখন জনসভাত অংশ লৈ এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে অবৈধভাৱে চৰকাৰী ভূমি দখল কৰা লোকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান অব্যাহত ৰাখিব। ব...

September 1, 2025 11:20 AM September 1, 2025 11:20 AM

views 31

বিটিচি নিৰ্বাচনৰ বাবে বিজেপিৰ দ্বিতীয় তালিকা প্ৰকাশৰ সম্ভাৱনা

● বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে বিটিআৰত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। আটাইকেইটা ৰাজনৈতিক দলে পর্যায়ক্রমে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ পাছত প্ৰচাৰে বিশেষত্ব লাভ কৰিছে। অৱশ্যে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা সকলৰ মাজত ক্ষোভৰ সৃষ্টি হোৱাত দলীয় নেতাৰ বিৰুদ্ধে মুকলি বিদ্রোহো আৰম্ভ হৈছে। মিত্ৰ...

August 31, 2025 9:46 PM August 31, 2025 9:46 PM

views 4

তামুলপুৰ জিলাত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নম্বৰ ধাৰা অনুসৰি জিলা দণ্ডাধীশৰ বিশেষ নিৰ্দেশনা জাৰি

তামুলপুৰ জিলাত সমাগত বি টি চি নির্বাচন উপলক্ষে শান্তি-শৃংখলা বজাই ৰাখি নির্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে জিলা আয়ুক্ত তথা জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তী ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নম্বৰ ধাৰা অনুসৰি বিশেষ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি জিলাখনৰ ভিতৰত অনুজ্ঞাপত্ৰ থকা বন্দুক তথা অস্ত্ৰ-...

August 31, 2025 9:44 PM August 31, 2025 9:44 PM

views 66

বিটিচি নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীৰ তালিকা প্রকাশৰ লগতে প্ৰচাৰ অভিযান তীব্ৰতৰ

সমাগত বিটিচি নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহে প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰাৰ লগতে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। ইউ পি পি এল দলে আজি ১৬টা পৰিষদীয় সমষ্টিৰ বাবে দ্বিতীয়খন প্রার্থীৰ তালিকা ঘোষণা কৰে। দলটোৱে প্ৰথমখন তালিকাত প্ৰকাশ কৰা ১৮ জন প্রার্থীকে ধৰি বৰ্তমানলৈকে মুঠ ৩৬ জন প্রার্থীৰ নাম ঘো...

August 31, 2025 9:50 PM August 31, 2025 9:50 PM

views 23

বিজেপিৰ অসম প্ৰদেশ গোটৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱন ঘেৰাও

বিহাৰ নিৰ্বাচনৰ প্ৰাক্-ক্ষণত দাভাঙ্গাত এখন নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃ সন্দৰ্ভত কৰা অশোভনীয় মন্তব্যৰ বিৰোধিতাৰে বিজেপিৰ অসম প্ৰদেশ গোটে আজি কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱন ঘেৰাও কৰে। গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত বিজেপিৰ সহস্ৰাধিক কাৰ্যকৰ্তাই ৰ...