December 15, 2025 6:25 PM December 15, 2025 6:25 PM
সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে বৈজয়ন্ত পাণ্ডাক বিজেপিৰ নিৰ্বাচনী তত্ত্বাৱধায়ক নিযুক্তি
ভাৰতীয় জনতা পাৰ্টিয়ে সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে দলৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত পাণ্ডাক নির্বাচনী তত্ত্বাৱধায়ক হিচাপে নিযুক্তি দিছে। দলে লগতে বিধায়ক আৰু জম্মু-কাশ্মীৰ বিধানসভাত বিৰোধী দলৰ নেতা সুনীল কুমাৰ শৰ্মা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দর্শনা বেন জর্ডোছক এই নির্বাচনৰ সহ-তত্বাৱধায...