আঞ্চলিক সংবাদ

September 2, 2025 8:26 PM September 2, 2025 8:26 PM

views 14

ভাৰতীয় ৰাষ্ট্ৰীয় বাণিজ্য সংঘ কংগ্রেছৰ ৰাজ্যিক পৰ্যায়ৰ বৈঠক অনুষ্ঠিত

ভাৰতীয় ৰাষ্ট্ৰীয় বাণিজ্য সংঘ কংগ্রেছ- আই এন টি ইউ চিৰ ৰাজ্যিক পৰ্যায়ৰ এখন বৈঠক আজি গুৱাহাটীত অনুষ্ঠিত হয়। এই বৈঠকত ৰমন্না বৰুৱাই সংস্থাটোৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। তেওঁৰ লগতে চবনম চুলতানাই ৰাজ্যিক সভানেত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰে। এই অনুষ্ঠানত ৭৫ গৰাকী সক্ৰিয় সদস্য আৰু জ্যেষ্ঠ নেতা...

September 2, 2025 8:24 PM September 2, 2025 8:24 PM

views 17

অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জল পৰিবহন আন্তঃগাথনিত ১ হাজাৰ কোটিৰো অধিক ধন বিনিয়োগ কৰা হৈছে বুলি সৰ্বানন্দ সোণোৱালৰ প্ৰকাশ

অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আভ্যন্তৰীণ জল পৰিবহন আন্তঃগাথনিত বিগত দুবছৰত এহেজাৰ কোটিৰো অধিক ধন বিনিয়োগ কৰা হৈছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অহা ২৭ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ মুম্বাইত হ'বলগীয়া ভাৰতীয় সামুদ্রিক সপ্তাহ, ২০২৫-ৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটীত আয়ো...

September 2, 2025 8:17 PM September 2, 2025 8:17 PM

views 4

অহা ২২ ছেপ্তেম্বৰত হ’বলগীয়া বিটিচি নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্বৰ সামৰণি

অহা ২২ ছেপ্তেম্বৰত হ'বলগীয়া বিটিচি নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্বৰ আজি বিয়লি ৪ বজাত সামৰণি পৰে। তামুলপুৰত পাঁচটা পৰিষদীয় সমষ্টিৰ একাংশ প্রার্থীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰে। দৰঙাজুলি, নাগ্ৰীজুলি আৰু শুক্লাই চেৰফাং সমষ্টিৰ মনোনয়ন পত্ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত গ্ৰহণ কৰা হয়। গয়বাৰী আৰু গোৰেশ্বৰ সম...

September 2, 2025 7:23 PM September 2, 2025 7:23 PM

views 41

৬ ছেপ্তেম্বৰত আকাশবাণীৰ দৃষ্টিপাতত ভূপেন হাজৰিকাৰ জন্মশতবার্ষিকীৰ সৈতে সংগতি ৰাখি বিশেষ অনুষ্ঠান প্ৰচাৰ

সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মশতবার্ষিকীৰ সৈতে সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ৬ ছেপ্তেম্বৰ শনিবাৰে নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত গীতিকাৰ, সাহিত্যিক, সাংবাদিক আৰু চিত্ৰকৰ হিচাপে ড° ভূপেন হাজৰিকাৰ মূল্যায়ন কৰাৰ প্ৰয়াস কৰা হ'ব। বিশিষ...

September 2, 2025 7:10 PM September 2, 2025 7:10 PM

views 3

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নৱজাতকৰ মৃত্যুৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নৱজাতকৰ আই চি ইউ বেডৰ পৰা পৰি এটি শিশুৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত চিকিৎ‍সকসহ ৭ জনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ দেৱজিত চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, এই ঘটনা সন্দৰ্ভত হাস্পতালখনৰ শিশু চিকিৎসা বিভ...

September 2, 2025 7:06 PM September 2, 2025 7:06 PM

views 4

ডিব্ৰুগড়ত কিশোৰ-কিশোৰীসকলৰ মানসিক স্বাস্থ্য সম্পৰ্কত সজাগতা সভা অনুষ্ঠিত

ডিব্ৰুগড় জিলা প্ৰশাসনৰ মহিলা সবলীকৰণ কেন্দ্ৰই অসম চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত নাহৰতলী চাহ বাগিছা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত কিশোৰ-কিশোৰীসকলৰ মানসিক স্বাস্থ্য সম্পৰ্কত এখন সজাগতা সভা অনুষ্ঠিত কৰে। সভাখনত অসম চিকিৎসা মহাবিদ্যালয়ৰ মনোৰোগ চিকিৎসক ডাঃ প্ৰয়াসী কাশ্যপ আৰু গৱেষক কিৰণ ...

September 2, 2025 7:04 PM September 2, 2025 7:04 PM

views 12

হোজাইত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক প্ৰদান

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি হোজাই জিলাত ৩১ হাজাৰ ৯১০ গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক প্ৰদান কৰে। এই অভিযানৰ জৰিয়তে কৃষি, পশুপালন, বয়নশিল্প, হস্তশিল্পকে ধৰি বিভিন্ন খণ্ডত স্বাৱলম্বী মহিলা উদ্যমীসকল উপকৃত হব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ড° শৰ্মাই জিলা সদৰ শ...

September 2, 2025 1:37 PM September 2, 2025 1:37 PM

views 7

গোৱালপাৰা জিলাৰ মাটিয়াত আৰক্ষীৰ গুলীত আহত ডকাইত

গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত কদমতোলা গোপালপুৰত কালি নিশা আৰক্ষীৰ গুলীত এজন ডকাইত আহত হয়। আহত ডকাইতজনক ৰাজিবুল আলী বুলি চিনাক্ত কৰা হৈছে। শুকুৰবাৰে নিশা টিপলাইট সংঘটিত ডকাইতিৰ ঘটনাত ৰাজিবুল আলী জড়িত আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আনহাতে টিপলাইট হোৱা ডকাইতি ঘটনাত জড়িত ৰাহুল কোচ, অপূৰ্ব...

September 2, 2025 1:35 PM September 2, 2025 1:35 PM

views 8

নতুন দিল্লীত অহা বছৰৰ আগষ্টত বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপছ

নতুন দিল্লীত অহা বছৰৰ আগষ্টত বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপছ অনুষ্ঠিত হ'ব। পেৰিছত অনুষ্ঠিত চলিত বৰ্ষৰ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপছৰ সামৰণী অনুষ্ঠানত কালি বেডমিণ্টন ৱর্ল্ড ফেডাৰেচন, বি ডব্লিউ এফে এই সিদ্ধান্ত সদৰি কৰে। ২০০৯ চনত হায়দাবাদত ভাৰতে অন্তিমবাৰৰ বাবে এই আগশাৰীৰ প্ৰতিযোগিতাখনৰ আয়োজন কৰিছ...

September 2, 2025 1:33 PM September 2, 2025 1:33 PM

views 16

গুৱাহাটীত কাইলৈ কেন্দ্ৰীয়ভাৱে অভিৰুচি ক্ৰীড়া দিৱসৰ আয়োজন

অর্জুন বঁটাৰে সন্মানিত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে কাইলৈ অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হ'ব। এই দিৱসৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে বুলি কালি ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইন্দোৰ ষ্টেডিয়ামত এখন সংবাদমেলত আয়োজক সংস...