September 3, 2025 7:17 PM September 3, 2025 7:17 PM
9
চাবুৱাৰ কস্তুৰবা গান্ধী বিদ্যালয়ৰ কেইবাগৰাকীও ছাত্রী অচিন ৰোগত আক্রান্ত
ডিব্ৰুগড় জিলাৰ চাবুৱাৰ কস্তুৰবা গান্ধী বিদ্যালয়ৰ কেইবাগৰাকীও ছাত্রী অচিন ৰোগত আক্রান্ত হৈছে। বিদ্যালয়খনৰ প্ৰায় ৬০ গৰাকী চাবুৱাৰ মডেল হাস্পতালত চিকিৎসাধীন হৈ আছে। বিগত দুদিনৰ ভিতৰত কেইবাগৰাকীও ছাত্ৰীৰ দেহত জ্বৰ, গাৰ বিষ আৰু বমিৰ লক্ষণে দেখা দিছিল। ছাত্ৰীসকলৰ ৰোগৰ কাৰণ বিচাৰি বিদ্যালয়ত খাদ্য পৰিদৰ্শক ...