আঞ্চলিক সংবাদ

October 7, 2025 12:37 PM

views 33

ডিব্ৰুগড়ৰ নাৰ্চি অধ্যায়ৰ সহযোগত পৰা ৪১ সংখ্যক দ্বিবার্ষিক সন্মিলন

● অসম ৰাজ্যিক টি এন এ আইৰ উদ্যোগত আৰু ডিব্ৰুগড়ৰ নাৰ্চি অধ্যায়ৰ সহযোগত কালিৰে পৰা ৪১ সংখ্যক দ্বিবার্ষিক সন্মিলন অনুষ্ঠিত হৈছে। সন্মিলনৰ কালি অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত সাংবাদিক নিতুমণি শ‍ইকীয়াই অংশগ্ৰহণ কৰে। সন্মিলনত নাৰ্চসকলৰ স্বাৰ্থৰ পোষকতা কৰাৰ ওপৰত আলোচনা কৰা হয়। এই সন্মিলনত ৰাজ্যৰ ভিন্ন প্ৰ...

October 7, 2025 12:45 PM

views 46

অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় ৰূপায়ণৰ সকলো ব্যৱস্থা সম্পূৰ্ণ

● বুনিয়াদী অর্থনীতি সবলীকৰণেৰে ৰাজ্যক প্ৰগতিৰ দিশত লৈ যোৱাৰ লক্ষ্যৰে অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় ৰূপায়ণৰ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে। আজি গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভণী অনুষ্ঠান অনুষ্ঠিত হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্...

October 6, 2025 8:24 PM

views 28

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আজি ১৬১ সংখ্যক ওপজা দিন

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ১৬১ সংখ্যক ওপজা দিন আজি শিৱসাগৰ নগৰৰ লক্ষ্মীনাথ বেজবৰুৱা উদ্যানত বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয়। উল্লেখযোগ্য যে, ১৮৬৪ চনৰ লক্ষ্মী পূৰ্ণিমাৰ দিনা ৰসৰাজ বেজৰুৱাৰ জন্ম হৈছিল আৰু সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই ২০২১ চনৰ পৰা লক্ষ্মী পূৰ্ণিমাৰ দিনটোত এই দিৱস উদযাপন কৰি আহ...

October 6, 2025 8:19 PM

views 24

ৰাজ্যজুৰি ধন আৰু ঐশ্বৰ্যৰ দেৱী শ্ৰীশ্ৰীলক্ষ্মী দেৱীৰ পূজা উদযাপন

ধন আৰু ঐশ্বৰ্যৰ দেৱী শ্ৰীশ্ৰীলক্ষ্মী দেৱীৰ পূজা আজি সমগ্ৰ ৰাজ্যতে অনুষ্ঠিত হৈছে। ভক্তসকলে ঘৰে ঘৰে নৈবদ্য, ধূপ-দীপ আগবঢ়াই নিজ নিজ গৃহলৈ ঐশ্বর্যবিভূতি আগমনৰ কামনা কৰিছে। কোনো কোনো ঠাইত ৰাজহুৱাভাৱেও লক্ষ্মী দেৱীৰ পূজাৰ আয়োজন কৰা হৈছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ বাবে এইবাৰৰ ৰাজহুৱা লক্ষ্ম...

October 6, 2025 8:14 PM

views 44

শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ আই টিৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত

শিল্পী জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ আই টিৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। গোচৰ সংক্ৰান্তত আছ আই টিয়ে আজি জুবিন গাৰ্গৰ ষ্টুডিঅ'ৰ কেয়াৰ টেকাৰ অভিমন্যু তাঁতী, ব্যক্তিগত সহায়ক সাধন নাথ, ঋতু প্রয়াগ গাৰ্গকে ধৰি আন কেইবাগৰাকীৰো ভাষ্য গ্রহণ কৰে। এছ আই টিয়ে ঘটনাৰ অন্যতম অভিযুক...

October 6, 2025 8:05 PM

views 44

শ্রদ্ধাঞ্জলি আঁচনি মুকলি ৰাজ্য চৰকাৰৰ

শিক্ষা অথবা কর্মসূত্ৰে ৰাজ্যৰ বাহিৰত থকা কোনো অসম সন্তানৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হ'লে ৰাজ্য চৰকাৰে সন্মান সহকাৰে তেওঁৰ নশ্বৰদেহ ৰাজ্যলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিব। এই উদ্দেশ্যে ৰাজ্য চৰকাৰে আজি শ্রদ্ধাঞ্জলি আঁচনিখন মুকলি কৰে। ৰাজ্য চৰকাৰে উল্লেখ কৰা হেল্পলাইন নম্বৰত এই বিষয়ে প্রতিবেদন লাভ কৰাৰ পাছত ...

October 6, 2025 7:53 PM

views 31

অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি লোকসেৱা ভৱনত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ এখন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত ৰাষ্ট্ৰীয় পেন্সন আঁচনিৰ অধীনত সামৰি লোৱা ৰাজ্যিক কৰ্মচাৰীৰ বাবে ইউনিফাইড পেন্সন আঁচনি প্ৰৱৰ্তনত অনুমোদন জনোৱা হয়। সেৱা কাল সম্পূৰ্ণ হোৱাৰ পাছত স্ব...

October 6, 2025 2:14 PM

views 30

গুৱাহাটীৰ খানাপাৰাত কাইলৈ অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভণী অনুষ্ঠান

বুনিয়াদী অর্থনীতি সবলীকৰণেৰে ৰাজ্যক প্ৰগতিৰ দিশত লৈ যোৱাৰ লক্ষ্যৰে অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় ৰূপায়ণৰ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে। কাইলৈ গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভণী অনুষ্ঠান অনুষ্ঠিত হ'ব। অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্...

October 6, 2025 2:12 PM

views 30

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প আজিৰে পৰা আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। অসম চৰকাৰৰ বন্যপ্ৰাণী বিভাগৰ প্ৰধান মুখ্য বন সংরক্ষক ড০ বিনয় গুপ্তাই আজি উদ্যানখনত আয়োজিত এটা অনুষ্ঠানত ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে উদ্যানখন মুকলি কৰে। অনুষ্ঠানত মঙলদৈ বন্যপ্রাণী সংমণ্ডল বিষয়া ড০ প্ৰদীপ...

October 6, 2025 2:10 PM

views 26

হিমালয়ত হোৱা প্ৰবল বৰষুণৰ ফলত উত্তৰবংগ আৰু ছিকিমত অভূতপূৰ্ব বান

হিমালয়ৰ উৎস অংশত হোৱা প্ৰৱল বৰষুণৰ ফলত উত্তৰ বংগ আৰু ছিকিমৰ প্ৰায়বোৰ নদী ফেনে-ফোটোকাৰে বাঢ়ি অহাৰ ফলত সমগ্ৰ অঞ্চলটো অভূতপূৰ্ব বানৰ কবলত পৰিছে। তিস্তা আৰু তৰ্ছা নৈৰ জলপৃষ্ঠ বিপদসীমাৰ ভালেখিনি ওপৰেৰে বৈ থকাৰ ফলত বিস্তীর্ণ অঞ্চল প্লাৱিত হোৱাৰ লগতে পথ আৰু ৰে'ল যোগাযোগ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। ছিকিম আ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।