September 4, 2025 8:16 PM September 4, 2025 8:16 PM
4
উত্তৰ পূৰ্বাঞ্চলৰ বাবে বাজেটত আৱণ্টিত ধনৰ পৰিমাণ ২০১৪-১৫ বৰ্ষৰ পৰা ১৫৩ শতাংশ বৃদ্ধি
উত্তৰ পূৰ্বাঞ্চলৰ বাবে বাজেটত আৱণ্টিত ধনৰ পৰিমাণ ২০১৪-১৫ চনৰে পৰা ১৫৩ শতাংশ বৃদ্ধি পাইছে বুলি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডু কিঞ্জাৰাপুৱে প্ৰকাশ কৰিছে। অৰুণাচল প্ৰদেশৰ ইটানগৰত আয়োজিত অসামৰিক বিমান পৰিবহণ বিষয়ক উত্তৰ পূৰ্বাঞ্চলৰ মন্ত্ৰী সন্মিলন তথা তৃতীয় উত্তৰ-পূব পৰিবহণ সন...