আঞ্চলিক সংবাদ

October 8, 2025 8:30 PM

views 30

কাইলৈ ধেমাজিৰ চিমেন চাপৰিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক গোটৰ মহিলাক চেক বিতৰণ কৰিব

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ধেমাজি জিলাৰ চিমেন চাপৰিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰায় ৩৭ হাজাৰ আত্মসহায়ক গোটৰ মহিলাক ১০ হাজাৰ টকাকৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰিব৷ চিমেন চাপৰিৰ ক্ৰীড়া প্ৰকল্পত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক উদ্দেশ্যি ভাষণ ...

October 8, 2025 8:28 PM

views 25

বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ৰিণিকি ভূঞা শৰ্মাৰ মানহানিৰ গোচৰ ৰুজু

বিশিষ্ট ব্যৱসায়ী তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই বিধায়ক অখিল গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছে। শ্ৰীমতী ভূঞাৰ গোল্ডেন থ্রেডছ অৱ আচাম নামৰ সংস্থাই ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত ফেশ্বন শ্ব' অনুষ্ঠিত কৰা বুলি বিধায়কগৰাকীয়ে কৰা অভিযোগ খণ্ডন কৰি তেওঁ কামৰূপ মহান...

October 8, 2025 8:19 PM

views 50

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত চলিত মাহতে দিল্লীত ছিংগাপুৰৰ উচ্চায়ুক্তক সাক্ষাৎ কৰিবঃ মুখ্যমন্ত্ৰী

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই চলিত মাহতে দিল্লীত ছিংগাপুৰৰ উচ্চায়ুক্তক সাক্ষাৎ কৰিব বুলি আজি ডিব্ৰুগড়ত প্ৰকাশ কৰে। এই ঘটনাৰ তদন্তৰ বাবে ছিংগাপুৰ আৰক্ষীৰ সহায় বিচাৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে এই ঘটনাৰ ন্যায় প্ৰদানৰ বাবে অসম চৰকাৰ...

October 8, 2025 7:40 PM

views 29

তিনিচুকীয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১৪ হাজাৰ ৩০১ গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক চেক প্ৰদান

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১৪ হাজাৰ ৩০১ গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক চেক প্ৰদান কৰে। ইয়াৰ ভিতৰত গ্ৰামাঞ্চলৰ ১০ হাজাৰ ৬৫৪ গৰাকী আৰু নগৰাঞ্চলৰ ৩ হাজাৰ ৬৪৭ গৰাকী হিতাধিকাৰী আছে। এই উপলক্ষে আজি কেহাং চাহ বাগিচাৰ টিংৰাই ক্লাব খেলপথ...

October 8, 2025 6:57 PM

views 54

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে

ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰিছে। নগৰখনৰ ফুলবাগানৰ সমীপৰ সুৰক্ষা বান্ধৰ নিচেই কাষতে হোৱা খহনীয়াত কালি এটা যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ লগতে কছাৰীঘাটৰ বহু অংশ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়। এই খহনীয়াৰ ফলত শতাধিক জিঅ' বেগো উটি যোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। এই খহনীয়াই নগৰখনৰ জগাৰ্ছ ...

October 8, 2025 6:52 PM

views 39

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্য্যটকৰ বাবে জীপ চাফাৰী মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চল আজিৰে পৰা পৰ্য্যটকৰ বাবে জীপ চাফাৰীৰ বাবে মুকলি কৰা হৈছে। আজি পুৱা উদ্যান কর্তৃপক্ষই বন্তি প্ৰজ্বলনেৰে বুঢ়া পাহাৰ বনাঞ্চলৰ আজিৰে পৰা শুভাৰম্ভ কৰা বুলি ঘোষণা কৰিছে।

October 8, 2025 6:20 PM

views 37

১০ অক্টোবৰৰ পৰা আই আই টি গুৱাহাটীত ৩ দিনীয়াকৈ দশম গৱেষণা আৰু ঔদ্যোগিক অভিৱৰ্তন

আই আই টি গুৱাহাটীত অহা ১০ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ দশম গৱেষণা আৰু ঔদ্যোগিক অভিৱৰ্তন অনুষ্ঠিত হ'ব। অভিৱৰ্তনৰ আয়োজক সমিতিয়ে প্ৰকাশ কৰা মতে এই অভিৱৰ্তনত দেশৰ কমেও ৩৩ খন বিশ্ববিদ্যালয়ৰ এহেজাৰ গৱেষক ছাত্ৰ-ছাত্ৰীৰ লগতে ৬০টাৰো অধিক ষ্টার্টআপ কোম্পানীয়ে অংশগ্ৰহণ কৰিব। ১০ অক্টোবৰৰ সন্ধিয়া উদ্বোধনী অনু...

October 8, 2025 6:18 PM

views 24

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত বনৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এজন চোৰাং চিকাৰী নিহত

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত যোৱা নিশা বনৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এজন চোৰাং চিকাৰী নিহত হয়। মৃত চোৰাং চিকাৰীজন দৰং জিলাৰ ভৱপুৰ গাঁৱৰ খলিলুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। কুখ্যাত চোৰাং চিকাৰী ৰহমানক যোৱা বছৰ দৰং আৰক্ষীয়ে অস্ত্ৰ-শস্ত্রসহ গ্ৰেপ্তাৰ কৰিছিল যদিও পাছত তেওঁ জামিনত ...

October 8, 2025 6:16 PM

views 26

বিটিচিৰ বিধায়িনী সভাৰ অধিবেশন কাইলৈ অনুষ্ঠিত

বিটিচিৰ বিধায়িনী সভাৰ অধিবেশন কাইলৈ অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই পঞ্চম বিটিচি পৰিষদীয় চৰকাৰৰ পাৰিষদসকলৰ শপত গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে এই অধিবেশনৰ আহ্বান জনাইছে। কোকৰাঝাৰৰ বডোফা নগৰত থকা বিটিচি বিধায়িনী ভৱনত দিনৰ ১০ বজাত এই অধিবেশন আৰম্ভ হ'ব।

October 8, 2025 6:14 PM

views 42

শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটৰ সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ

শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে আজি শিল্পীগৰাকীৰ সম্বন্ধীয় ভাতৃ তথা বকো সমজিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰে। বিশেষ তদন্তকাৰী গোটে আজি সন্দীপন গাৰ্গক ১৪ দিনৰ জিম্মাত বিচাৰি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।