আঞ্চলিক সংবাদ

October 9, 2025 8:59 PM

views 18

শিলচৰত মাদক দ্রব্যসহ দুজন সৰবৰাহকাৰীক আটক

কাছাৰ আৰক্ষীয়ে শিলচৰৰ ৰংপুৰত মাদক দ্রব্য বিৰোধী অভিযান চলাই বিশেষ সফলতা লাভ কৰিছে। আৰক্ষীয়ে আজি চুবুৰীয়া ৰাজ্যৰ পৰা অহা এখন বাহনত তালাচী চলাই ২১ হাজাৰ ৬০০ বটল নিষিদ্ধ কফছিৰাপ জব্দ কৰে। জব্দ কৰা কফছিৰাপখিনিৰ বজাৰ মূল্য ২ কোটি টকাৰো অধিক বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। কাছাৰ আৰক্ষীয়ে এই সংক্ৰান্তত দু...

October 9, 2025 8:54 PM

views 20

নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ কাৰ্যালয়ত উৎকোচ লোৱাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ

মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ এটা দলে আজি নগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ কাৰ্যালয়ত অভিযান চলাই এগৰাকী বিষয়াক উৎকোচ লোৱা অৱস্থাত হাতে-লোটে ধৰা পেলায়। লোকজন আয়ুষ মিছনৰ জিলা আঁচনি বিষয়া শ্ৰৱণ কুমাৰ বৰা বুলি জানিব পৰা গৈছে। আৰক্ষী সূত্ৰৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই প্ৰকাশ কৰা মতে এই লো...

October 9, 2025 8:50 PM

views 12

যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় জৈৱ কীটনাশক সন্মিলন

যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা দুদিনীয়াকৈ ৰাষ্ট্ৰীয় জৈৱ কীটনাশক সন্মিলন অনুষ্ঠিত হৈছে। মহাৰাষ্ট্ৰৰ এগ্রিকালচাৰেল মাইক্ৰ'অৰ্গেনিজিম মেন্যুফেকচাৰাৰ্ছ এণ্ড ফার্মাৰ্ছ এছোচিয়েচন আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত এই সন্মিলন অনুষ্ঠিত হৈছে। এই উপলক্ষে বিশ্ববিদ্যালয়খনৰ মাধৱ চন্দ্ৰ দাস সোঁৱ...

October 9, 2025 7:44 PM

views 167

নাৰী শক্তিক আত্মনিৰ্ভৰশীল কৰি তোলাত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান এটা আৰম্ভণিঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নাৰী শক্তিক আত্মনিৰ্ভৰশীল কৰি তোলাৰ দিশত এটা আৰম্ভণি বুলি প্ৰকাশ কৰিছে। তেওঁ কয়, যে আত্মসহায়ক গোটৰ সদস্যা সকলক লাখপতি বাইদেউলৈ উন্নীত কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ধেমাজি জিলাৰ চিমেন চাপৰিত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যম...

October 9, 2025 6:30 PM

views 38

অসম আৰক্ষীৰ বিভিন্ন পদৰ পৰীক্ষাৰ চূড়ান্ত ফলাফল কাইলৈ ঘোষণা

অসম আৰক্ষীৰ বিভিন্ন পদৰ পৰীক্ষাৰ চূড়ান্ত ফলাফলসমূহো কাইলৈ ঘোষণা কৰা হ'ব। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বোৰ্ডৰ www.slprbassam.in ৱেবছাইটত কাইলৈ পুৱা চাৰে ১১ বজাত ফলাফলসমূহ উপলব্ধ হ'ব। কাইলৈ অসম আৰক্ষীৰ ১৪৪টা উপ-পৰিদৰ্শক পদ, অসম আৰক্ষী অনাতাঁৰ সংগঠনৰ ৭টা উপপৰিদৰ্শক পদ, অসম কামাণ্ডো বেটলিয়নৰ ৫১টা ...

October 9, 2025 6:16 PM

views 46

প্ৰাক্তন ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ বিজেপি ত্যাগ

প্ৰাক্তন ৰে'ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে আজি বিজেপিৰ সদস্য পদৰ পৰা পদত্যাগ কৰে। শ্ৰীগোহাঁয়ে গুৱাহাটীৰ বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াক তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে। দলত্যাগৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীগোহাঁয়ে কয়, যে অটল বিহাৰী বাজপেয়ী, মূৰলী ম...

October 9, 2025 6:13 PM

views 20

বৰপেটা জিলাত জল জীৱন অভিযানৰ বিভিন্ন আঁচনিৰ পৰ্যালোচনা বৈঠক

জল জীৱন অভিযানৰ জৰিয়তে বৰপেটা জিলাত যোগান ধৰি অহা পানীৰ গুণগত মান আৰু ইয়াৰ অন্তৰ্গত আঁচনিবোৰৰ বৰ্তমান অৱস্থা সন্দৰ্ভত উত্থাপিত বহু অভিযোগ সংক্ৰান্তত আজি এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৰপেটাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত জিলা পৰ্যায়ৰ এই সভাত কাৰ্যক্ষম হৈ থকা পানী যোগান প্ৰকল্পবোৰৰ বৰ্তমান...

October 9, 2025 6:11 PM

views 30

আমিনগাঁৱত চলি থকা ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰত ছেমি ফাইনেলত

আমিনগাঁৱত চলি থকা ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি চতুর্থ দিনা ভাৰতে দক্ষিণ কোৰিয়াক হৰুৱাই ছেমি ফাইনেলত প্ৰবেশ কৰে। প্ৰথম ছেটত ভাৰতে ৪৪-৪৫ পইণ্টত দক্ষিণ কোৰিয়াৰ হাতত পৰাস্ত হৈ দ্বিতীয় ছেটত ৪৫-৩০ আৰু তৃতীয় ছেটত ৪৫-৩৩ পইণ্টত ধাৰাবাহিকভাৱে জয়লাভ কৰি ছেমি ফাইনেলত প্ৰবেশ কৰে। ছে...

October 8, 2025 8:43 PM

views 28

বঙাইগাওঁ শোধানাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰত শ্রমিক সংগঠনৰ প্ৰতিবাদ সাব্যস্ত

বঙাইগাওঁ শোধনাগাৰ কৰ্তৃপক্ষৰ লগতে শোধানাগাৰৰ ঠিকাভিত্তিক প্ৰতিষ্ঠানৰ শ্রমিক বিৰোধী নীতিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি চিৰাং জিলাৰ ঢালিগাঁৱৰ বঙাইগাওঁ শোধানাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰত আজি শ্রমিক সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। শোধানাগাৰৰ ভিতৰচ'ৰাত নিৰ্মাণকাৰ্যত জড়িত ঠিকাদাৰ গোষ্ঠীক অস্থায়ী শ্ৰমিকসকলক কামৰ...

October 8, 2025 8:41 PM

views 31

কাৰ্বি আংলং জিলাত শুকুৰবাৰে ৫ বছৰৰ বয়সৰ তলৰ শিশুক পলিঅ’ প্ৰতিষেধক প্ৰদান কৰা হ’ব

কাৰ্বি আংলং জিলাত পৰহিলৈ ৫ বছৰৰ বয়সৰ তলৰ শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। জিলাখনত ৯০ হাজাৰতকৈ অধিক শিশুক সামৰি মুঠ ৬৫৪ টা পলিঅ' বুথত এই খোৰাক দিবৰ বাবে ২ হেজাৰ ৫৬০ গৰাকী কৰ্মী নিয়োজিত কৰা হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত আয়োজিত জিলা টাস্ক ফোৰ্চৰ সভাত স্বাস্থ্য আৰু পৰিয়াল কল...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।