আঞ্চলিক সংবাদ

October 11, 2025 7:02 PM

views 18

তামুলপুৰত সমাগত মেগা স্বাস্থ্য শিবিৰ সন্দৰ্ভত জিলা পৰ্যায়ৰ কৰ্মশালা

তামুলপুৰৰ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত তামুলপুৰৰ শ্ৰীমন্ত শংকৰদেৱ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি বিধানসভা ভিত্তিত আয়োজিত সমাগত মেগা স্বাস্থ্য শিবিৰ সন্দৰ্ভত জিলা পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয়। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত অনুষ্ঠিত কর্মশালাখনিত আয়ুক্তগৰাকীয়ে স্বাস্থ...

October 11, 2025 6:54 PM

views 46

শিলচৰত অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ তৃতীয় কাৰ্যনিৰ্বাহকৰ পূৰ্ণাংগ অধিবেশন

ঐক্য, শান্তি আৰু সমন্বয়ৰ সংকল্পৰে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে শিলচৰৰ বংগ ভৱনত অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ তৃতীয় কাৰ্যনিৰ্বাহকৰ পূৰ্ণাংগ অধিবেশন অনুষ্ঠিত হৈছে। আজি পুৱা পতাকা উত্তোলনেৰে সভাৰ কাৰ্যসূচী আৰম্ভ হয়। পতাকা উত্তোলন কৰে কাছাৰ জিলাৰ সাহিত্য সভাৰ সভাপতি ড০ যোগেশ্বৰ বৰ্মনে। ৰাজ্যৰ ভ...

October 11, 2025 6:52 PM

views 34

যোৰহাটৰ তিতাবৰত শুশ্রূষা সেতু শীৰ্ষক স্বাস্থ্য মেলা উদ্বোধন

ৰাজ্যৰ নৱপ্ৰজন্মক উন্নত স্বাস্থ্য সেৱা প্ৰদানৰ লক্ষ্যৰে অসম চৰকাৰে প্ৰতিটো বিধানসভা সমষ্টিত শুশ্রূষা সেতু শীৰ্ষক স্বাস্থ্য মেলা অনুষ্ঠিত কৰিছে। যোৰহাট জিলাৰ তিতাবৰ বিধানসভা সমষ্টিত আজি কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই এই মেলা উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছতে বৰহোলাৰ খেৰেমা বনুৱা আদৰ্শ অ...

October 11, 2025 6:46 PM

views 24

কৃষিক্ষেত্ৰৰ দুটা উদ্যান মুকলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, পোনপটীয়া সম্প্ৰচাৰত কৃষি মন্ত্ৰী অতুল বৰা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ কৃষি গৱেষণা প্ৰতিষ্ঠানত ৩৫ হাজাৰ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে প্রধানমন্ত্ৰীৰ ধন-ধান্য কৃষি যোজনা আৰু দাইল উৎপাদনত আত্মনিৰ্ভৰশীলতা অভিযান নামৰ কৃষিক্ষেত্ৰৰ দুটা উদ্যান মুকলি কৰে। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত এই কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰত কৃষি...

October 11, 2025 1:41 PM

views 22

মাজুলীত এইবাৰ শ্ৰীশ্ৰীকৃষ্ণ ৰাসলীলা মহোৎসৱ জুবিন গাৰ্গৰ নামত উৎসৰ্গা

মাজুলীত এইবাৰ শ্ৰীশ্ৰীকৃষ্ণ ৰাসলীলা মহোৎসৱ জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হ'ব। মাজুলী জিলা উপায়ুক্তৰ কাৰ্যালয় সভাকক্ষত কালি অনুষ্ঠিত এখন ৰাজহুৱা সভাত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাখনত মাজুলীৰ ৭০ খন ৰাস মহোৎসৱৰ প্ৰতিনিধি উপস্থিত থাকে। এইবাৰ মাজুলীবাসীয়ে দেৱালী উৎসৱতো আটচবাজি পৰিহাৰ কৰ...

October 11, 2025 1:40 PM

views 44

দক্ষিণ শালমাৰা মানকাচৰ জিলাত কাইলৈৰ পৰা তিনিদিনীয়াকৈ পলিঅ’ টীকাকৰণ কাৰ্যসূচী

ৰাজ্যৰ আন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাতো কাইলৈৰ পৰা তিনিদিনীয়াকৈ পলিঅ' টীকাকৰণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। জিলাখনৰ ৩২২টা স্থানত প্ৰায় ৮০ হাজাৰ শিশুক পলিঅ' টীকা দিয়া হ'ব বুলি জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই এখন সংবাদমেলযোগে জানিবলৈ দিয়ে। তেওঁ কয়, যে কাইলৈ ৩২২টা স্থানত ৫ বছৰ তলৰ বয়সৰ শ...

October 11, 2025 1:38 PM

views 16

বিশ্বনাথ জিলাৰ গহপুৰত স্বাস্থ্য শিবিৰ, সহস্ৰাধিক শিশুৰ স্বাস্থ্য পৰীক্ষা

বিশ্বনাথ জিলাৰ গহপুৰত কালি বৃহৎ স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। পেৰেড গ্রাউণ্ডত অনুষ্ঠিত এই স্বাস্থ্য শিবিৰটো বিধায়ক উৎপল বৰাই উদ্বোধন কৰে। স্বাস্থ্য শিবিৰত ১৮ বছৰ অনূৰ্ধ্বৰ দুই সহস্ৰাধিক শিশুৰ ৫০ বিধতকৈও অধিক স্বাস্থ্য জনিত অৱস্থাৰ বাবে চিকিৎসা সেৱা আগবঢ়োৱা হয়। স্বাস্থ্য শিবিৰত গহপুৰ সমজিলাৰ আয়ুক...

October 11, 2025 1:37 PM

views 19

আকাশবাণী গুৱাহাটীৰ আজিৰ বিশেষ ‘দৃষ্টিপাত’ অনুষ্ঠানত বিশিষ্ট বিজ্ঞানী, কল্পবিজ্ঞান লেখক ড০ দীনেশ চন্দ্ৰ গোস্বামী

আকাশবাণীৰ সৈতে সম্পৰ্ক আৰু আকাশবাণীৰ বৰ্তমানৰ অনুষ্ঠানসমূহৰ মান সম্পৰ্কত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে আগবঢ়োৱা মতামতে আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ কৰা হ'ব এটা বিশেষ দৃষ্টিপাত। এই অনুষ্ঠানত ভাগ ল’ব বিশিষ্ট বিজ্ঞানী কল্পবিজ্ঞান লেখক ড০ দীনেশ চন্দ্ৰ গোস্বামী,  অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত শীৰ্ষ বিষয়া ধ...

October 11, 2025 1:36 PM

views 30

আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ ফাইনেলত আজি ইণ্ডোনেছিয়া-চীন

কামৰূপ জিলাৰ আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ ফাইনেলত আজি ইণ্ডোনেছিয়া চীনৰ মুখামুখি হ'ব। কালি অনুষ্ঠিত প্রথমখন ছেমি ফাইনেলত ইণ্ডোনেছিয়াই ভাৰতক পৰাস্ত কৰে। আনহাতে দ্বিতীয়খন ছেমি ফাইনেলত চীনে জাপানক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। উল্লেখযোগ্য যে ছেমি ফাইনেলত ...

October 11, 2025 1:35 PM

views 25

গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা বছৰৰ ২৫ জানুৱাৰীত ভাৰত-নিউজিলেণ্ডৰ টি-টুৱেণ্টি মেচ

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত হ'বলগীয়া টি-টুৱেণ্টি ক্রিকেট শৃংখলাৰ এখন খেল গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা বছৰৰ ২৫ জানুৱাৰীত অনুষ্ঠিত হ'ব। শৃংখলাৰ তৃতীয়খন খেল গুৱাহাটীত অনুষ্ঠিত হ'ব বুলি অসম ক্রিকেট সংস্থাই কালি এখন প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে ভাৰত ভ্ৰমণসূচীত নিউজিলেণ্ডে তিনি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।