আঞ্চলিক সংবাদ

October 12, 2025 12:16 PM

views 32

শিলচৰৰ বংগ ভৱনত অনুষ্ঠিত অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ তৃতীয় কার্যনির্বাহকৰ পূৰ্ণাংগ অধিবেশনৰ আজি সামৰণি

ঐক্য, শান্তি আৰু সমন্বয়ৰ সংকল্পৰে কালিৰে পৰা শিলচৰৰ বংগ ভৱনত অনুষ্ঠিত অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ তৃতীয় কার্যনির্বাহকৰ পূৰ্ণাংগ অধিবেশনৰ আজি সামৰণি পৰিব। আজি দিনৰ ১০ বজাত অসম সাহিত্য সভাৰ সভাপতিৰ লগতে বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভাৰ সভাপতিৰ অংশগ্রহণেৰে এটা বর্ণময় সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়।...

October 12, 2025 12:13 PM

views 38

সংবাদ চলন্তিকাত আজি বে-চৰকাৰী স্বেচ্ছাসেবী সংস্থাসমূহৰ জনসেবাৰ প্ৰতি নেতিবাচক আৰু ইতিবাচক সেৱা সম্পৰ্কীয় আলোচনা

সাম্প্রতিক সময়ত স্বেচ্ছাসেবী সংস্থা বা এন জি অ সম্পর্কত বহু নেতিবাচক কথা চর্চালৈ আহিছে। কিন্তু একে সময়তে বহু বে-চৰকাৰী স্বেচ্ছাসেবী সংস্থা নিৰৱচ্ছিন্নভাবে জনসেবাত ব্রতী হৈ আছে। আজি সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাত আপোনালোকে লগ পাব গুৱাহাটীৰ পথিক নামৰ স্বেচ্ছাসেবী সংগঠন আৰু মঙলদৈৰ ক্রিষ্টল ভি...

October 12, 2025 12:00 PM

views 54

আকাশবাণীক লৈ বহুজনৰ সুদীর্ঘ দিনৰ অভিজ্ঞতা আৰু স্মৃতি সোঁৱৰণ

আকাশবাণীক লৈ বহুজনৰ সুদীর্ঘ দিনৰ অভিজ্ঞতা আৰু স্মৃতি আছে। আকাশবাণী গুৱাহাটীৰ  দৃষ্টিপাত অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ৰেডিঅ' শুনাৰ আৰু আকাশবাণীৰ সৈতে জড়িত হোৱাৰ এনে স্মৃতি আৰু অভিজ্ঞতাৰ কথা উল্লেখ কৰে। এই অনুষ্ঠানত বিশিষ্ট বিজ্ঞানী কল্পবিজ্ঞান লেখক ড০ দীনেশ চন্দ্র গোস্বামীয়ে ৰেডিঅ'ৰ সৈতে নি...

October 12, 2025 11:53 AM

views 32

অসমৰ চৰকাৰৰ স্বাস্থ্য বিভাগে ৩৬৯৮টা পদৰ বাবে অনুষ্ঠিত নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব

অসমৰ চৰকাৰৰ স্বাস্থ্য বিভাগে আজি ৩৬৯৮টা পদৰ বাবে অনুষ্ঠিত নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। চিকিৎসা শিক্ষা সঞ্চালকালয়, স্বাস্থ্য সেৱা সঞ্চালকালয় আৰু আয়ুষকে ধৰি স্বাস্থ্য বিভাগৰ অধীনৰ এই পদসমূহৰ ফলাফল ঘোষণাৰে স্বচ্ছ নিযুক্তিৰ ক্ষেত্ৰত আন এক মাইলৰ খুঁটি স্থাপন হ'ব বুলি ড০ হিমন্ত বিশ্ব শৰ্মাই প্রক...

October 12, 2025 11:49 AM

views 25

কেন্দ্ৰীয় ফৰেনচিক গৱেষণাগাৰে কালি প্ৰেৰণ কৰা জনতাৰ শিল্পী জুবিন গাৰ্গৰ ভিছেৰা পৰীক্ষাৰ প্ৰতিবেদন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দাখিল

কেন্দ্ৰীয় ফৰেনচিক গৱেষণাগাৰে কালি প্ৰেৰণ কৰা জনতাৰ শিল্পী জুবিন গাৰ্গৰ ভিছেৰা পৰীক্ষাৰ প্ৰতিবেদন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দাখিল কৰা হৈছে। চিকিৎসা মহাবিদ্যালয়খনে কৰা মৰণোত্তৰ পৰীক্ষা আৰু ভিছেৰা পৰীক্ষাৰ প্ৰতিবেদনৰ ভিত্তিত বিশেষজ্ঞ চিকিৎসকৰ দলে চূড়ান্ত প্রতিবেদন প্রস্তুত কৰিব। শিল্পী...

October 11, 2025 7:51 PM

views 32

আজি আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস

আজি আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস। প্ৰতিগৰাকী কন্যাই যাতে সুৰক্ষা আৰু মৰ্যাদাপূর্ণ জীবন লাভ কৰিব পাৰে তাৰ বাবে সজাগ ভূমিকা পালন কৰিবলৈ মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শর্মাই আহ্বান জনাইছে। তেওঁ লগতে দিৱস উপলক্ষে প্ৰতিগৰাকী কন্যা সন্তানলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাজ্যৰ বিভিন্ন জিলাত আজি দিৱসৰ সৈতে সংগতি...

October 11, 2025 7:48 PM

views 29

ঝাৰখণ্ডত আই ই ডি বিস্ফোৰণত নগাঁৱৰ চি আৰ পি এফ কনিষ্টবলৰ মৃত্যু

ঝাৰখণ্ডত এটা আই ই ডি বিস্ফোৰণত নগাঁৱৰ চি আৰ পি এফ কনিষ্টবল মহেন্দ্ৰ লস্কৰৰ মৃত্যু হৈছে। মহেন্দ্ৰ লস্কৰ চি আৰ পি এফৰ ৬০ নম্বৰ বেটেলিয়নৰ কণিষ্টবল আছিল। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মহেন্দ্র লস্কৰৰ মৃত্যুত শ্রদ্ধাঞ্জলি জনাই শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। ছ’ছিয়েল মিডিয়াৰ এটা বার্তাযোগে...

October 11, 2025 7:45 PM

views 19

জনতাৰ শিল্পী জুবিন গাৰ্গৰ ভিছেৰা প্ৰতিবেদন GMCHলৈ প্ৰেৰণ

জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উন্মোচনৰ বাবে কেন্দ্ৰীয় ফৰেনচিক গৱেষণাগাৰলৈ প্ৰেৰণ কৰা শিল্পীগৰাকীৰ ভিছেৰা প্ৰতিবেদন আজি আৰক্ষীয়ে লাভ কৰাৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে। চিকিৎসা মহাবিদ্যালয়খনে এই সন্দৰ্ভত গঠন কৰা তদন্ত সমিতিয়ে প্রতিবেদন পুংখানুপুংখভাৱে পৰীক্ষ...

October 11, 2025 7:33 PM

views 50

অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা

অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে কনিষ্টবল পদত থকা স্থগিতাদেশ প্রত্যাহাৰ কৰাৰ পাছত আজি ৫ হাজাৰ ৬১৪টা পদৰ ফলাফল ঘোষণা কৰা হয়। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি পৰিষদৰ আনুষ্ঠানিক ৱেবছাইট SLPRB ASSAM.IN আপলোড কৰা হৈছে। ইপিনে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি বোর্ডে ক...

October 11, 2025 7:31 PM

views 21

ন্যায় প্রদান ব্যৱস্থা ডিজিটেল ৰূপান্তৰকৰণে ন্যায়প্রাপ্তিক অধিক সহজলভ্য কৰি তুলিছে : মুখ্যমন্ত্ৰী

ন্যায় প্রদান ব্যৱস্থা ডিজিটেল ৰূপান্তৰকৰণে ন্যায়প্রাপ্তিক অধিক সহজলভ্য কৰি তুলিছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মত প্রকাশ কৰিছে। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালৰ উপস্থিতিত আজি গুৱাহাটীত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ পূৰ্বাঞ্চলীয় আঞ্চলিক সন্মিলনত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে এই...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।