September 15, 2025 1:15 PM September 15, 2025 1:15 PM
24
নুমলীগড়ত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্ৱোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
নুমলীগড় শোধনাগাৰত নিৰ্মাণ কৰা বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্পই অসমৰ ৫০ হাজাৰ বাঁহ খেতিয়কক আর্থিকভাৱে সবল কৰি তোলাৰ লগতে বহনক্ষম উন্নয়নৰ পথ মুকলি কৰিব। গোলাঘাট জিলাৰ নুমলীগড়ত কালি এই প্রকল্প উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে ৫ হাজাৰ কোটি টকা ব্...