আঞ্চলিক সংবাদ

September 16, 2025 12:56 PM September 16, 2025 12:56 PM

views 14

নেৰানেপেৰা বৰষুণৰ ফলত কাছাৰ জিলাৰ বৰাক নদীৰ জলস্তৰ বৃদ্ধি

বিগত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কাছাৰ জিলাৰ বৰাক নদীৰ জলস্তৰ বৃদ্ধি পাইছে। আজি পুৱাৰ ভাগত শিলচৰৰ অন্নপূর্ণা ঘাটৰ বৰাক নদীৰ জলস্তৰ বৃদ্ধি হৈ ২০ দশমিক ২৯ মিটাৰ হৈছে। ইয়াৰ ফলত শিলচৰকে ধৰি সমগ্ৰ জিলাখনত বানসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। এনে পৰিস্থিতিত জিলা প্ৰশাসন আৰু দুৰ...

September 16, 2025 12:53 PM September 16, 2025 12:53 PM

views 16

আন্দোলন কৰি সময়ৰ অপব্যৱহাৰ নকৰিবলৈ জনজাতীয় সংগঠনসমূহৰ প্ৰতি মুখ্যমন্ত্রীৰ আহ্বান

জনজাতিকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে ছটা জনগোষ্ঠীৰ লোকসকলে প্রাপ্য মর্যাদা লাভ কৰিব। সেয়েহে জনজাতিকৰণৰ বাবে আন্দোলন কৰি সময়ৰ অপব্যৱহাৰ নকৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই জনজাতীয় সংগঠনসমূহৰ প্ৰতি আহ্বান জনাইছে। কালি চিৰাং জিলা ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত এই বিষয়ে প...

September 16, 2025 12:49 PM September 16, 2025 12:49 PM

views 24

বিটিচি নিৰ্বাচনৰ বাবে শাসক-বিৰোধীৰ প্ৰচাৰ অভিযান তুংগত

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ মাজত তিনিটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসক-বিৰোধী উভয় পক্ষই নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বিটিআৰৰ জিলাকেইখনত ব্যাপক প্ৰচাৰ চলাই আছে। কালিও মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অতুল বৰা, ইউ পি পি এলৰ মুৰববী প্রম...

September 16, 2025 12:45 PM September 16, 2025 12:45 PM

views 16

নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল প্লাৱিত

নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ বিভিন্ন অঞ্চল প্লাৱিত হৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰাসাৰ বৰষুণ আৰু নীপকোৰ দৈয়াং জনবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত জিলাখনৰ ধনশিৰি আৰু দৈয়া নৈৰ লগতে উপনৈসমূহৰ জনস্তৰ বৃদ্ধি পাইছে। কালি সন্ধিয়া পর্যন্ত লাভ কৰা তথ্য অনুসৰি জিলাখনৰ গোলাঘাট, খুমটাই, ম...

September 15, 2025 8:29 PM September 15, 2025 8:29 PM

views 4

এম বিশ্বেশ্বৰীয়াৰ জয়ন্তী উপলক্ষে দেশজুৰি অভিযন্তা দিৱস পালন

খ্যাতনামা অভিযন্তা, শিক্ষাবিদ, ভাৰতৰত্ন সন্মানেৰে সন্মানিত এম বিশ্বেশ্বৰীয়াৰ জয়ন্তী উপলক্ষে আজি অভিযন্তা দিৱস পালন কৰা হৈছে। দেশৰ উন্নয়ন আৰু কাৰিকৰী প্ৰগতিৰ ক্ষেত্ৰত অভিযন্তাসকলে আগবঢ়াই অহা অৰিহণাৰ প্রতি সন্মান প্ৰদৰ্শন কৰি এই দিৱস উদযাপন কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিযন্তা দিৱস উপল...

September 15, 2025 8:24 PM September 15, 2025 8:24 PM

views 3

ধেমাজি মহাবিদ্যালয়ৰ কেইবাটাও শৈক্ষিক আন্তঃগাঁথনি উদ্বোধন শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ নৱনিৰ্মিত পৰীক্ষাগাৰ, ৰাষ্ট্ৰীয় বৈদ্যুতিন আৰু তথ্যপ্রযুক্তি প্ৰতিষ্ঠানৰ অধ্যয়ন কেন্দ্র, আই চি টি ব্যৱস্থাসম্পন্ন কম্পিউটাৰ লেব আৰু বহুমুখী শ্রেণীকোঠাসহ কেইবাটাও শৈক্ষিক আন্তঃগাঁথনি উদ্বোধন কৰে। আন্তঃগাঁথনিসমূহ উদ্বোধন কৰি...

September 15, 2025 8:19 PM September 15, 2025 8:19 PM

views 11

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ কেইবাখনো জিলা প্লাৱিত

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বমদিলা আৰু টাৱাং জিলাত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰীয়া নৈসমূহৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ভৈয়াম অঞ্চলত বানৰ সৃষ্টি হৈছে। শোণিতপুৰ জিলাৰ নদুৱাৰ বিধানসভা সমষ্টিৰ চাৰিদুৱাৰৰ অন্তৰ্গত বাকোলা, বাকোলাপথাৰ, আমলগা, ভালুকমাৰী, বুঢ়াগাঁও, দলংবস্তিকে ধৰি কেইবাটাও অঞ্চল...

September 15, 2025 8:16 PM September 15, 2025 8:16 PM

views 9

বৰপেটাৰ ৰাজহ চক্ৰ বিষয়া নুপূৰ বৰাৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ অভিযোগ

বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ সুৰজিত ডেকা নামৰ এজন লাট মণ্ডলৰ দঙৰকুছিৰ বাসগৃহত গুৱাহাটীৰ পৰা যোৱা মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ এটা দলে আজি তালাচী চলায়। অভিযানকাৰী দলটোৱে ডেকাক লগত লৈ বৰপেটা ৰাজহ চক্ৰ বিষয়াৰূপে এসময়ত কাৰ্যনিৰ্বাহ কৰা কামৰূপৰ গৰৈমাৰীৰ ৰাজহ চক্ৰ বিষয়া নুপূৰ বৰাৰ ভাৰাঘৰতো অভিযান চলায়...

September 15, 2025 8:12 PM September 15, 2025 8:12 PM

views 5

শিলচৰৰ এন আই টি চৌহদত হিংসাত্মক ঘটনা সন্দৰ্ভত ৫ বাংলাদেশী ছাত্ৰক সাময়িক বহিষ্কাৰ

শিলচৰৰ নেচনেল ইনষ্টিটিউট অব টেকন'লজিৰ চৌহদত হিংসাত্মক ঘটনা সন্দৰ্ভত ৫ গৰাকী বাংলাদেশী ছাত্ৰক সাময়িকভাৱে বহিষ্কাৰ কৰা হৈছে। এই ছাত্ৰ কেইজনক এটা শিক্ষাবৰ্ষৰ বাবে বহিষ্কাৰ কৰাৰ লগতে ছাত্রাবাসত থকাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তৃতীয় বৰ্ষৰ এই ছাত্রকেইজনে সহপাঠীক আক্ৰমণ কৰাৰ অভিযোগ উঠিছিল। এই ছা...

September 15, 2025 8:03 PM September 15, 2025 8:03 PM

views 12

ভোটগ্ৰহণৰ মাজত ৬টা দিন বাকী থকা অৱস্থাত শাসক-বিৰোধীৰ বিটিআৰত ব্যাপক প্ৰচাৰ

বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাজত ছটা দিন বাকী থকা অৱস্থাত শাসক-বিৰোধী উভয় পক্ষই নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বিটিআৰৰ জিলাকেইখনত ব্যাপক প্ৰচাৰ চলাই আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, কেইবাগৰাকীও মন্ত্ৰী, ইউ পি পি এলৰ মুৰববী প্রমোদ বড়ো, বি পি এফৰ মুৰববী...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।