October 17, 2025 7:35 PM
23
গোৱালপাৰাত ফাৰ্মাচীসমূহৰ স্বত্তাধিকাৰীসকলৰ মাজত সভা অনুষ্ঠিত
গোৱালপাৰা জিলাক নিচামুক্ত জিলা হিচাপে গঢ় দিয়াৰ বাবে আজি জিলা প্রশাসনে ফাৰ্মাচীসমূহৰ স্বত্তাধিকাৰীসকলৰ মাজত এখন সভা অনুষ্ঠিত কৰে। সভাত জিলা আয়ুক্ত প্রদীপ টিমুং উপস্থিত থাকি সমাজখনক নিচামুক্ত কৰাৰ ক্ষেত্ৰত ফাৰ্মাচী স্বত্তাধিকাৰীসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। তেওঁ ঔষধ বিক্রেতাসকলক যথেষ্ট স...