আঞ্চলিক সংবাদ

October 18, 2025 12:44 PM

views 11

এগৰাকী নতুন মন্ত্ৰীৰ অন্তর্ভুক্তিৰে আজি ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম মন্ত্রীসভাৰ সম্প্ৰসাৰণ

এগৰাকী নতুন মন্ত্ৰীৰ অন্তর্ভুক্তিৰে আজি ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম মন্ত্রীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হয়। আজি দিনৰ ১১ বজাত গুৱাহাটীৰ ৰাজভৱনত অনুষ্ঠিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মন প্রসাদ আচার্য্যই বি পি এফ দলৰ চৰণ বড়োক কেবিনেট মন্ত্রীৰূপে শপত বাক্য পাঠ কৰোৱায়। শপত গ্ৰহণ অনুষ্ঠান...

October 18, 2025 12:32 PM

views 22

আলফা স্বাধীনৰ কাকপথাৰ সেনা চাউনীত আক্ৰমণৰ ফলত ৩ জন সেনাবাহিনীৰ জোৱান আহত

নিষিদ্ধ ঘোষিত উগ্রপন্থী সংগঠন আলফা স্বাধীনৰ এটা গোটে বৃহস্পতিবাৰৰ মাজনিশা তিনিচুকীয়া জিলাৰ কাকপথাৰৰ এক নম্বৰ চেলেংগুৰীত থকা সেনা চাউনীত আক্ৰমণৰ ফলত তিনিজন সেনাবাহিনীৰ জোৱান আহত হয়। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে সেইদিনা নিশা প্রায় ১২ বাজি ৪০ মিনিটত আলফা স্বাধীনৰ কেইজনমান সদস্যই এখন ট্রাকত আহি নাইনটিন ...

October 17, 2025 8:12 PM

views 21

স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে অনুষ্ঠিত টেট পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা

স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ বাবে অনুষ্ঠিত টেট তথা নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হয়। পৰীক্ষার্থীসকলে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইট madhyamik.assam.gov.in ত তেওঁলোকৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। অহা ২৫ অক্টোবৰৰ ভিতৰত নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক শিক্ষক পদৰ ফলাফলসমূহো ঘোষণা কৰা...

October 17, 2025 8:10 PM

views 29

উত্তৰ পূৰ্বাঞ্চল দেশৰ বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত হৈছে বুলি জ্যোতিৰাদিত্য সিন্ধিয়াৰ প্ৰকাশ

কেন্দ্রীয় উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই উত্তৰ পূৰ্বাঞ্চল দেশৰ বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত হৈছে বুলি প্রকাশ কৰিছে। তেওঁৰ মন্ত্ৰালয়ৰ এবছৰীয়া সফলতাৰ বিষয়ে আজি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শ্রীসিন্ধিয়াই কয় যে যোৱা ১১টা বছৰত উত্তৰ পূৰ্বাঞ্চলৰ সাম্যক আন্তঃৰাষ্ট্ৰীয়...

October 17, 2025 8:08 PM

views 44

বিজেপিৰ ময়ো জুবিন, আমিও জুবিন শীর্ষক এটা ডিজিটেল প্ৰচাৰ অভিযান

অসম প্রদেশ বিজেপিয়ে শিল্পী জুবিন গাৰ্গৰ প্রতি ন্যায় সুনিশ্চিত কৰাৰ বাবে সামাজিক মাধ্যমত ময়ো জুবিন, আমিও জুবিন শীর্ষক এটা ডিজিটেল প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে। দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি গুৱাহাটীত এই কথা প্ৰকাশ কৰি কয়, যে জুবিন গাৰ্গৰ অস্বাভাবিক মৃত্যুৰ তদন্ত স্বচ্ছ আৰু নিৰপেক্ষ ...

October 17, 2025 8:07 PM

views 23

এগৰাকী নতুন মন্ত্ৰীৰ অন্তর্ভুক্তিৰে কাইলৈ অসম মন্ত্রীসভাৰ সম্প্ৰসাৰণ

এগৰাকী নতুন মন্ত্ৰীৰ অন্তর্ভুক্তিৰে কাইলৈ ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম মন্ত্রীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। কাইলৈ দিনৰ এঘাৰ বজাত গুৱাহাটী ৰাজভৱনত হ'বলগীয়া এটা অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্য্যই বি পি এফ দলৰ চৰণ বড়োক কেবিনেট মন্ত্রীৰূপে শপত বাক্য পাঠ কৰোৱাব। উল্লেখযোগ্য যে হাগ্রামা মহি...

October 17, 2025 7:50 PM

views 17

শুশ্রুষা সেতু কাৰ্যসূচীৰ অধীনত মৰিগাওঁত স্বাস্থ্য শিবিৰ অনুষ্ঠিত

 স্বাস্থ্যবান অসম গঢ়াৰ লক্ষ্যৰে চৰকাৰৰ নিৰ্দেশ অনুসৰি স্বাস্থ্য বিভাগে ৰূপায়ণ কৰা শুশ্রুষা সেতু কাৰ্যসূচীৰ অধীনত আজি মৰিগাওঁত এটা স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। মন্ত্রী পিযুষ হাজৰিকা, জিলা আযুক্ত অনামিকা তিৱাৰী, মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, জাগীৰোড সমজিলাৰ আয়ুক্তকে ধৰি কেইবাজনো বিশি...

October 17, 2025 7:46 PM

views 32

গহপুৰত বন্দুক আৰু গুলীসহ ৩ জন চোৰাং চিকাৰীক আটক

বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰত আজি আৰক্ষীয়ে বন্দুক আৰু গুলীসহ ৩ জন চোৰাং চিকাৰীক আটক কৰে। বিশ্বনাথ আৰু মাজুলী জিলাৰ আৰক্ষীৰ যুটীয়া অভিযানত এটা বন্দুক আৰু গুলি উদ্ধাৰ কৰা হয়। গোপন সূত্ৰৰ ভিত্তিত জিলাখনৰ গহপুৰ সমজিলাৰ অন্তৰ্গত ধন্দী পথাৰৰ দেৱজিৎ পেণ্ডৰ ঘৰৰ পৰা এই বন্দুক আৰু গুলিসমূহ উদ্ধাৰ কৰা হয়। আৰক...

October 17, 2025 7:41 PM

views 23

জনজাতিকৰণৰ দাবীত ধেমাজী জিলাৰ চিলাপথাৰত আটাছুৰ প্ৰতিবাদ সাব্যস্ত

টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজি ধেমাজী জিলাৰ চিলাপথাৰত আটাছুৱে উত্তাল প্রতিবাদ সাব্যস্ত কৰে। জনগোষ্ঠীটোৰ হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে আজি চিলাপথাৰ বিশাল প্রতিবাদী সমদলেৰে উত্তাল কৰি তোলে। টাই আহোম জনগোষ্ঠী জনজাতিকৰণ, স্বায়ত্ত শাসন প্রদান আৰু ভূমি পট্টাৰ দাবীত এই প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা ...

October 17, 2025 7:37 PM

views 26

ছহিদ কনকলতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা অহা ৮ নৱেম্বৰত স্থাপন

বিশ্বনাথ জিলাৰ গহপুৰ সমজিলাৰ ভোলাগুৰি চাহ বাহিচাত নিৰ্মাণ হ'বলগীয়া ছহিদ কনকলতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা অহা ৮ নৱেম্বৰত স্থাপন কৰা হ'ব। স্থানীয় বিধায়ক উৎপল বৰাই এই কথা সদৰি কৰি কয়, যে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে এই বিশ্ববিদ্যালয়খনৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাও ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।