October 22, 2025 7:27 PM
24
নিক্ষয় মিত্ৰ কাৰ্যসূচীৰ অধীনত ৰাজভৱনত বিশেষ অনুষ্ঠান
যক্ষ্মা মুক্ত ভাৰত নিৰ্মাণৰ লক্ষ্যৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নিক্ষয় মিত্ৰ কাৰ্যসূচীৰ অধীনত ৰাজভৱনত আয়োজিত এটি বিশেষ অনুষ্ঠানত কামৰূপ মহানগৰ আৰু নগাওঁ জিলাৰ এশগৰাকী যক্ষ্মা ৰোগীৰ চিকিৎসাৰ দায়িত্ব গ্রহণ কৰে। উল্লেখযোগ্য যে ৰাজভৱনত আয়োজিত এটা অনুষ্ঠানত ৫ গৰাকী যক্ষ্মা ৰোগীলৈ খাদ্য সামগ্রী ...