আঞ্চলিক সংবাদ

October 23, 2025 9:09 PM

views 17

শিলচৰত গ্ৰেপ্তাৰ হোৱা কেইবাগৰাকী ভুৱা চিকিৎসক নেটৱৰ্কৰ আঁৰৰ মূল ব্যক্তি ডাঃ জয়ন্ত প্রসাদ দাসক গ্ৰেপ্তাৰ

শিলচৰত শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা কেইবাগৰাকী ভুৱা চিকিৎসক নেটৱৰ্কৰ আৰৰ মূল ব্যক্তি ডাঃ জয়ন্ত প্রসাদ দাসক আজি শিলচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। এখন ব্যক্তিগত চিকিৎসালয়ৰ স্বত্বাধিকাৰী এই লোকজন শিলচৰত ইতিপূৰ্বে গ্ৰেপ্তাৰ হোৱা ১৩ জন ভুৱা চিকিৎসকক প্ৰমাণপত্ৰ প্ৰদানকে ধৰি কেতবোৰ নীতি বহির্ভুত কার্যত জড়িত আ...

October 23, 2025 9:07 PM

views 62

পবিতৰা অভয়াৰণ্য ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে মুকলি

পবিতৰা অভয়াৰণ্য আজি ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে পৰ্যটকৰ বাবে মুকলি কৰা হয়। বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অভয়াৰণ্যখন আনুষ্ঠানিকভাৱে মুকলি কৰে। বাৰিষাৰ বাবে বন্ধ হৈ থকা অভয়াৰণ্যখনত বানৰ ফলত হোৱা আন্তঃগাঁথনিৰ ক্ষতি ইতিমধ্যে মেৰামতি কৰা হৈছে। অভয়াৰণ্যখন মুকলি কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰ...

October 23, 2025 9:05 PM

views 11

হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী খাৰিখানা বিল গাঁৱত বিদ্যুৎপৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনাত জড়িত দুজনক আটক

হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী খাৰিখানা বিল গাঁৱত বিদ্যুৎপৃষ্ট হৈ যোৱা নিশা দুটা বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে আজি ৰাজকুমাৰ ৰাজভৰ আৰু অজয় কুমাৰ ৰাজভৰ নামৰ দুজন লোকক আটক কৰে। ধাননি পথাৰত হাতীৰ প্ৰৱেশত বাধা দিয়াৰ বাবে স্থাপন কৰা বিদ্যুতৰ তাঁৰত লাগি হাতী দুটাৰ মৃত্য...

October 23, 2025 9:04 PM

views 19

আকাশবাণী গুৱাহাটীৰ অহা ২৫ অক্টোবৰৰ দৃষ্টিপাত অনুষ্ঠানৰ বিষয় গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগ

১৯৮৫ চনৰ ২৪ মাৰ্চত তেতিয়াৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎ‍সালয়ৰ পুৰণি প্ৰসূতি কক্ষ এটাক উন্নীত কৰা হৈছিল এটা টেলিভিছনৰ ষ্টুডিঅ'লৈ। এয়াই আছিল গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ আৰম্ভণি। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে টেলিভিছনৰ বাতৰি প্ৰচাৰ আৰম্ভ হৈছিল। বহু ঘটনাৰ সাক্ষী এই গুৱাহাটী দূৰদৰ্শনৰ বাতৰি বি...

October 23, 2025 9:01 PM

views 77

যোৰহাটৰ অধ্যাপিকা ড০ মুৰ্চনা খুচৰু ইছৰোৰ গৱেষণা প্ৰকল্পৰ বাবে বাছনি

যোৰহাটৰ লিচুবাৰী ডেনিছ নগৰৰ ড০ মুৰ্চনা খুচৰু নামৰ অধ্যাপিকাগৰাকীয়ে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ এটা অভিলাষী গৱেষণা প্ৰকল্পৰ বাবে বাছনি লাভ কৰিছে। মেঘালয়ৰ ইউ এছ টি এমৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকাগৰাকীয়ে ইছৰোত ভাৰতৰ প্ৰথম সৌৰ অভিযান আদিত্য এল ৱান সন্দৰ্ভত এটা গৱেষণা প্ৰকল্পৰ নেতৃত্...

October 23, 2025 8:59 PM

views 49

ভাৰত-অষ্ট্ৰেলিয়াৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰত ২ উইকেটত পৰাস্ত

এডিলেইডত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত আজি অষ্ট্ৰেলিয়াই ভাৰতক ২ উইকেটত পৰাস্ত কৰে। অষ্ট্ৰেলিয়াই ২৬৫ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি মেথিঅ শ্বৰ্টৰ ৭৪ আৰু কুপাৰ কলনিৰ ৬১ ৰানৰ সহায়ত ৩ অভাৰতকৈ বেছি বাকী থকা অৱস্থাত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ভাৰতৰ অৰ্শদীপ সিং, হৰ্ষি...

October 23, 2025 8:53 PM

views 32

নাগপুৰত অহা ২৬ অক্টোবৰৰ পৰা হ’বলগীয়া ১৯ বছৰ অনূৰ্ধ্ব টি-টুৱেণ্টি মহিলা ক্ৰিকেটৰ প্ৰথম তিনিখন খেলৰ বাবে ৰাজ্যিক দল ঘোষণা

অসম ক্রিকেট সন্থাই অহা ২৬ অক্টোবৰৰ পৰা নাগপুৰত হ’বলগীয়া ১৯ বছৰ অনূৰ্ধ্ব  টি-টুৱেণ্টি মহিলা ক্ৰিকেটৰ প্ৰথম তিনিখন খেলৰ বাবে ৰাজ্যিক দলৰ খেলুৱৈসকলৰ নাম ঘোষণা কৰিছে। এই খেলুৱৈসকল হৈছে অধিনায়ক কাকু বৰ্মন, উপ অধিনায়ক খুছি কুমাৰী, প্ৰিয়ংকা কলিতা, ৰীমা পেগু, ডলী কার্দং, নেহা চন্দ, পয়োনিধি দাস, গ্রীতিশ...

October 23, 2025 8:20 PM

views 40

বঙাইগাঁৱত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত ২০,৩০৮ গৰাকীক ১০ হাজাৰ টকাকৈ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বঙাইগাঁৱত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ ২০ হাজাৰ ৩০৮ গৰাকী সদস্যাক ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। এই উপলক্ষে আয়োজিত এখন জনসভাত ভাষণ দি মুখ্যমন্ত্রী শর্মাই কয় যে তৃণমূল স্তৰৰ মহিলা উদ্যোগীসকলৰ সৱলীকৰণ আৰু ৰাজ্যৰ বিকাশত তেওঁলোকৰ ভূমি...

October 23, 2025 8:19 PM

views 71

জনতাৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যজুৰি ন্যায় সমদল

জনতাৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীৰে সদৌ অসম ছাত্ৰ সন্থাই আজি ৰাজ্যজুৰি ন্যায় সমদল উলিয়ায়। সদৌ কামৰূপ মহানগৰ জিলা ছাত্রসন্থা আৰু কামৰূপ জিলা ছাত্ৰসন্থাৰ উদ্যোগত গুৱাহাটীৰ উজান বজাৰৰ ছহিদ ন্যাস ভৱনৰ পৰাও পুৱা ন্যায় সমদল উলিওৱা হয়। ভালে সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশ লোৱা এই সমদলৰ জৰিয়তে ...

October 23, 2025 8:16 PM

views 47

কোকৰাঝাৰ-ছালাকাটি ষ্টেচনৰ মাজৰ ৰেলপথত পুনৰ ৰে’ল চলাচল আৰম্ভ

কোকৰাঝাৰ আৰু ছালাকাটি ষ্টেচনৰ মাজৰ ৰেলপথত যোৱা নিশা বোমা বিস্ফোৰণৰ ফলত ক্ষতিগ্ৰস্ত পথছোৱাৰে ৰেল চলাচল আজি পুনৰ আৰম্ভ হৈছে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে আজি ঘটনা স্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে অঞ্চলটোত সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে শীৰ্ষ আৰক্ষী বিষয...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।