আঞ্চলিক সংবাদ

September 30, 2025 11:54 AM September 30, 2025 11:54 AM

views 75

শাৰদীয় দুর্গা পূজাৰ আজি মহাঅষ্টমী

শাৰদীয় দুর্গা পূজাৰ আজি মহাঅষ্টমী। আজি দেৱীক মহাগৌৰীৰ ৰূপত পূজা-অৰ্চনা কৰা হৈছে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে জনসাধাৰণে অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয় বিচাৰি শক্তিৰূপিনী দুৰ্গাৰ আৰাধনা কৰিছে। শক্তিপীঠ কামাখ্যা ধাম, বেলশৰৰ বিল্বেশ্বৰ দেৱ...

September 29, 2025 7:44 PM September 29, 2025 7:44 PM

views 10

দুর্গা পূজাৰ সময়ত শান্তি শৃংখলা আৰু অন্যান্য যাবতীয় ব্যৱস্থা নিশ্চিত কৰিবলৈ যোৰহাট জিলা আয়ুক্তৰ বিভিন্ন স্থান পৰিদৰ্শন

যোৰহাট জিলাৰ আয়ুক্ত জয় শিৱানীয়ে জিলাখনত দুর্গা পূজাৰ সময়ত শান্তি শৃংখলা আৰু অন্যান্য যাবতীয় ব্যৱস্থা নিশ্চিত কৰিবলৈ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ সৈতে বিভিন্ন স্থান পৰিদৰ্শন কৰে। জিলাখনৰ বিভিন্ন পূজা মণ্ডপত উপস্থিত হৈ পর্যাপ্ত স্বেচ্ছাসেৱক, চিচিটিভি, পূজাস্থলীৰ নিৰাপত্তা আৰু অগ্নিনির্বাপক সঁজুলিৰ লগতে জৰ...

September 29, 2025 6:42 PM September 29, 2025 6:42 PM

views 23

শাৰদীয় দুর্গাপূজাৰ সপ্তমীৰ দিন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰীৰ কেইবাখনো পূজা মণ্ডপত দেৱীৰ আশীষ গ্রহণ

আজি শাৰদীয় দুর্গাপূজাৰ সপ্তমী। কালি ষষ্ঠীত দেৱী দুৰ্গাৰ প্ৰাণ প্রতিষ্ঠা কৰা হয়। আজি দেৱীক কালৰাত্ৰি ৰূপত পূজা-অৰ্চনা কৰা হয়। এইবাৰ দেৱী দুৰ্গাৰ হস্তীত আগমন ঘটিছে আৰু দোলাত গমন হ'ব বুলি বিশ্বাস কৰা হৈছে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে জনসাধ...

September 29, 2025 7:39 PM September 29, 2025 7:39 PM

views 41

জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ ঘটনাৰে জড়িত অভিযুক্তক অতি শীঘ্ৰে গ্রেপ্তাৰৰ সম্ভাৱনা

ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ ঘটনাৰ তদন্তৰ পৰিপ্ৰেক্ষিতত ছিংগাপুৰৰ সৈতে পাৰস্পৰিক আইনী সাহায্য চুক্তিৰ আহ্বান জনাবলৈ কেন্দ্রীয় গৃহ মন্ত্র্যালয়ক আনুষ্ঠানিকভাবে আবেদন জনাইছে। এই আহ্বানৰ পাছতে গোচৰটোৰ তদন্তৰ ক্ষেত্ৰত ছিংগাপুৰে সবিশেষ তথ্য প্ৰদান কৰাৰ লগতে অভিযুক্তক ওভতাই অনা আৰু ন্যায় প্রদান...

September 29, 2025 10:49 AM September 29, 2025 10:49 AM

views 31

ৰেলৱে সুৰক্ষা বাহিনীৰ যোৱা ১৮-২৩ ছেপ্তেম্বৰৰ ভিতৰত ১৯ টি নাবালককে ধৰি ২১ টি শিশুক উদ্ধাৰ

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে যোৱা ১৮ৰ পৰা ২৩ ছেপ্তেম্বৰৰ ভিতৰত ১৯ টি নাবালককে ধৰি ২১ টি শিশুক উদ্ধাৰ কৰিছে৷ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পর্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰে প্ৰকাশ কৰা মতে ১৮-১৯ ছেপ্তেম্বৰত আলিপুৰদুৱাৰ আৰু চাপৰমুখৰ পৰা তিনিটি নাবালকক উদ্ধাৰ কৰাৰ লগতে বাৰচৈ, নিউ...

September 29, 2025 10:45 AM September 29, 2025 10:45 AM

views 28

৫ অক্টোবৰত কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ শপতগ্রহণ

বিটিচি নির্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা বিপিএফ দলে কালি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যক সাক্ষাৎ কৰি পৰিষদীয় চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। ৰাজ্যপালগৰাকীক কৰা সাক্ষাতৰ পাছত বি পি এফৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়, যে অহা তিনি অক্টোবৰত কোকৰাঝাৰত আয়োজিত অনুষ্ঠানত দলটোৱে ...

September 29, 2025 10:39 AM September 29, 2025 10:39 AM

views 61

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি আদ্যশ্রাদ্ধ

অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি আদ্যশ্রাদ্ধ। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কালি মন কি বাতত অসমীয়াৰ হিয়াৰ আমঠু শিল্পীগৰাকীৰ অকাল বিয়োগতো গভীৰ শোক প্রকাশ কৰে। নিজৰ প্ৰতিভাৰে সমগ্ৰ দেশতে পৰিচিত হৈ পৰা জুবিন গাৰ্গৰ অসমৰ সংস্কৃতিৰ সৈতে গভীৰ সম্পৰ্ক আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয়, য...

September 29, 2025 10:32 AM September 29, 2025 10:32 AM

views 56

আজি শাৰদীয় অকালবোধনৰ মহাসপ্তমী পূজা

অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত স্তিমিত উৎসাহ-উদ্দীপনাৰে শাৰদীয় দুর্গোৎসৱৰ আয়োজন কৰা হৈছে। আজি শাৰদীয় অকালবোধনৰ মহাসপ্তমী। কালি ষষ্ঠীত দেৱী দুৰ্গাৰ প্ৰাণ প্রতিষ্ঠা কৰা হয়। ইয়াৰ লগে লগে পৰম্পৰাগত ৰীতি-নীতিৰে এই বছৰৰ শাৰদীয় দুর্গোৎসৱ আৰম্ভ হয়। এইবাৰ দেৱী দ...

September 29, 2025 10:28 AM September 29, 2025 10:28 AM

views 18

স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত ৰূপান্তৰমুখী পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পশ্চিম কাৰ্বি আংলঙ জিলাৰ হামৰেণত নতুন জিলা চিকিৎসালয় উদ্বোধন

পশ্চিম কাৰ্বি আংলঙ জিলাত স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত ৰূপান্তৰমুখী পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি হামৰেণত ১০০খন বিচনাযুক্ত নতুন জিলা চিকিৎসালয় উদ্বোধন কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত প্ৰায় ৩০ কোটি টকা ব্যয় সাপেক্ষে এই জিনা চিকিৎসালয়খন নিৰ্মাণ ক...

September 28, 2025 8:55 PM September 28, 2025 8:55 PM

views 27

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে এছ আই টি দলৰ শিল্পীগৰাকীৰ কাহিলীপাৰাস্থিত বাসগৃহত উপস্থিত

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰে গঠন কৰা বিশেষ তদন্তকাৰী দল – এছ আই টিয়ে আজি শিল্পীগৰাকীৰ কাহিলীপাৰাস্থিত বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সদস্যৰ সৈতে মত বিনিময় কৰে। শিল্পীগৰাকীৰ পত্নী গৰিমা শ‍ইকীয়া গাৰ্গৰ লগতে পৰিয়ালৰ সদস্যই কালি চি আই ডিক এই ঘটনাৰ তদন্...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।