আঞ্চলিক সংবাদ

January 18, 2026 11:26 AM

views 27

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত নির্মীয়মান কুমাৰ ভাস্কৰ বৰ্মা সেতু ফেব্ৰুৱাৰীত মুকলি

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত নির্মীয়মান কুমাৰ ভাস্কৰ বৰ্মা সেতু অহা মাহত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ফে'চবুক লাইভযোগে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ লগতে গুৱাহাটী ক্লাবৰ পৰা চানমাৰি, বামুণীমৈদাম, নুনমাটি সংযোগী উৰণসেতুখনো অহা মাহৰ ভিতৰতে মুকলি কৰা হ...

January 18, 2026 12:57 PM

views 21

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাজিৰঙা এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন

অসম উন্নতিৰ পথত আগবাঢ়িলে সমগ্র উত্তৰ-পূর্বাঞ্চলেই উন্নতিৰ পথত আগবাঢ়িব আৰু উত্তৰ-পূৰ্বাঞ্চল আগবাঢ়িলে সামগ্রিকভাবে ভাৰতবৰ্ষৰ উন্নয়ন সাধন সম্ভৱ হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা এক্ট ইষ্ট নীতিৰ আধাৰত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ দ্রুত উন্নয়ন সম্ভৱপৰ হৈ উ...

January 18, 2026 11:06 AM

views 42

বাগৰুম্বা কেৱলমাত্ৰ উৎসৱ নহয়, এয়া বড়োসকলৰ কৃষ্টি, সংস্কৃতি আৰু পৰম্পৰাক সন্মান দিয়াৰ এটা মাধ্যমঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত ১০ হাজাৰৰো অধিক শিল্পীয়ে পৰিৱেশন কৰা বড়োসকলৰ বাগৰুম্বা নৃত্য উপভোগ কৰে৷ শ্ৰীমোদীয়ে কয়, যে বাগৰুম্বা কেৱলমাত্ৰ উৎসৱ নহয়, এয়া বড়োসকলৰ কৃষ্টি, সংস্কৃতি আৰু পৰম্পৰাক সন্মান দিয়াৰ এটা মাধ্যম। অসমৰ সংস্কৃতি ওচৰৰ পৰ...

January 18, 2026 10:58 AM

views 14

২০০৩ চনত স্বাক্ষৰিত বড়ো চুক্তি আৰু ২০২০ চনত সম্পাদিত বড়ো শান্তি চুক্তিৰ কিছু অংশ এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী আছে বুলি বি টি চি মুৰববী হাগ্ৰামী মহিলাৰীৰ প্ৰকাশ

২০০৩ চনত স্বাক্ষৰিত বড়ো চুক্তি আৰু ২০২০ চনত সম্পাদিত বড়ো শান্তি চুক্তিৰ কিছু অংশ এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী আছে বুলি বি টি চি মুৰববী হাগ্ৰামী মহিলাৰীয়ে প্ৰকাশ কৰিছে। বাগৰুম্বা দহৌত অংশগ্ৰহণ কৰি শ্ৰীমহিলাৰীয়ে কালি এইদৰে মন্তব্য কৰে। ২০০৩ চনত অটল বিহাৰী বাজপেয়ীৰ দিনত বড়ো চুক্তি আৰু প্রধানমন্ত্ৰ...

January 17, 2026 7:28 PM

views 14

আজিৰে পৰা আন্তঃবিদ্যালয় বাস্কেট বল প্রতিযোগিতা অনুষ্ঠিত

যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় খেলপথাৰত আজিৰে পৰা আন্তঃবিদ্যালয় বাস্কেট বল প্রতিযোগিতা অনুষ্ঠিত হৈছে। যোৰহাট ক্রীড়া সন্থাৰ উদ্যোগত আয়োজিত এই প্রতিযোগিতাত ১০ খন বিদ্যালয়ে অংশগ্ৰহণ কৰে। অসম বাস্কেট সন্থাৰ প্ৰাক্তন উপ সভাপতি নাৰায়ণ হাতীবৰুৱাই এই প্রতিযোগিতাখন উদ্বোধন কৰে।

January 17, 2026 7:26 PM

views 13

অসমৰ ৬৯ সংখ্যক প্রতিষ্ঠা দিৱস আজি মাজুলীত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত

চৰকাৰী পেঞ্চনাৰ সন্থা, অসমৰ ৬৯ সংখ্যক প্রতিষ্ঠা দিৱস আজি মাজুলীত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। এই উপলক্ষে কমলাবাৰীত থকা জিলা পেঞ্চনাৰ ভৱনৰ সন্মুখত পুৱা সন্থাৰ পতাকা উত্তোলনেৰে কাৰ্যসূচী অনুষ্ঠিত হয়। মাজুলী জিলা কৰ্মচাৰী পেঞ্চনাৰ সন্থাৰ সভাপতি কৃষ্ণকমল শইকীয়াই পতাকা উত্তোলন কৰে। মুকলি সভাত কেইবাজন...

January 17, 2026 7:25 PM

views 12

চৰাইদেউ জিলাত অহা ১৯ জানুৱাৰীৰ পৰা জাপানীজ এনকেফেলাইটিছৰ টিকাকৰণ অভিযান অনুষ্ঠিত

চৰাইদেউ জিলাত অহা ১৯ জানুৱাৰীৰ পৰা ১৫ বছৰৰ পৰা ৬৫ বছৰ বয়সৰ লোক সকলৰ বাবে জাপানীজ এনকেফেলাইটিছৰ টিকাকৰণ অভিযান অনুষ্ঠিত হব। এই অভিযান ফেব্ৰুৱাৰীৰ মাহৰ প্ৰথম সপ্তাহলৈ চলিব বুলি চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকে জানিবলৈ দিছে। জিলাখনৰ সকলো চৰকাৰী স্বাস্থ্য প্রতিষ্ঠান, উপস্বাস্থ্য কেন্দ্র, টিকাকৰণ স...

January 17, 2026 7:23 PM

views 10

শিৱসাগৰত জিলা প্রশাসনৰ আজি ধাৰা ১৬৩ বি এন এছ এছ অনুসৰি নিষেধাজ্ঞা জাৰি

শিৱসাগৰ জিলাৰ আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটাৰ আশংকাত জিলা প্রশাসনে আজি ধাৰা ১৬৩ বি এন এছ এছ অনুসৰি নিষেধাজ্ঞা জাৰি কৰিছে। জিলা দণ্ডাধীশ স্বাক্ষৰিত নিৰ্দেশ অনুসৰি আজিৰ পৰা ৬০ দিনলৈ নিষেধাজ্ঞা বলবৎ থাকিব। নিষেধাজ্ঞা অনুসৰি অনুমতি অবিহনে ৫ জন বা তাতকৈ অধিক লোকৰ সমাবেশত বাধা আৰোপ কৰা হৈছে। যিকোনো ধৰণৰ ...

January 17, 2026 7:20 PM

views 21

আজি ৰাজ্যজুৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৫ সংখ্যক স্মৃতি দিৱস পালন

আজি শিল্পী দিৱস। সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭৫ সংখ্যক স্মৃতি দিৱস আজি ৰাজ্যজুৰি শিল্পী দিৱস হিচাপে পালন কৰা হৈছে। ১৯৫১ চনৰ ১৭ জানুৱাৰীত দেহাৱসান ঘটা সব্যসাচী শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতিবছৰে আজিৰ দিনটো শিল্পী দিৱস হিচাপে পালন কৰি অহা হৈছে। ৰাজ্যৰ বিভিন্ন প্রান্তত আজি শিল্...

January 17, 2026 7:18 PM

views 15

ৰাজ্য চৰকাৰ আৰু কাৰ্বি সমাজৰ প্ৰতিনিধিৰ মাজত আজি হ’বলগীয়া আলোচনা স্থগিত

 ৰাজ্য চৰকাৰ আৰু কাৰ্বি সমাজৰ প্ৰতিনিধিৰ মাজত আজি হ'বলগীয়া আলোচনা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত স্থগিত ৰখা হৈছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে জানিবলৈ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আলোচনাৰ দিন শীঘ্ৰে নিৰ্ধাৰণ কৰা হ'ব। পাৰস্পৰিক সম্মান আৰু বুজাবু...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।