আঞ্চলিক সংবাদ

October 29, 2025 11:26 AM

views 45

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া এছ আই টিয়ে প্ৰায় সম্পূৰ্ণ কৰিছেঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশেষ তদন্তকাৰী দল এছ আই টিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰিছে বুলি প্ৰকাশ কৰিছে। সংবাদ মাধ্যমৰ আগত এইকথা প্ৰকাশ কৰি ড০ শৰ্মাই কয়, যে অতি সোনকালেই অভিযোগনামা আদালতত দাখিল কৰা হ'ব। এছ আই টিয়ে বৰ্তমানলৈকে ৭৫ জন ব্যক্তিৰ জবানবন্দী গ্ৰহণ ...

October 29, 2025 11:22 AM

views 27

বিটিচিলৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ পুঁজি আবণ্টন সুনিশ্চিত কৰাৰ সন্দৰ্ভত অসম মন্ত্ৰীসভা আৰু বিটিচি পৰিষদৰ বৈঠক

দিছপুৰৰ লোকসেৱা ভৱনত কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু অসম মন্ত্ৰীসভাৰ কেইবাজনো মন্ত্ৰীয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী আৰু পৰিষদৰ অন্যান্য কাৰ্যবাহী সদস্যসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত বিটিচিৰ উন্নয়ন আৰু কল্যাণমূলক বিভিন্ন দিশ সন্দৰ্ভত বিস্তৃতভাৱে পৰ্যালো...

October 28, 2025 8:14 PM

views 32

যোৰহাট আৰু টিয়ক বিধানসভা সমষ্টিত কেইবাটাও অংগনবাড়ী কেন্দ্ৰ মুকলি

যোৰহাট জিলাৰ যোৰহাট বিধানসভা সমষ্টি আৰু টিয়ক বিধানসভা সমষ্টিত আজি কেইবাটাও অংগনবাড়ী কেন্দ্ৰ মুকলি কৰা হয়। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই এই কেন্দ্রকেইটা মুকলি কৰে। এই কেন্দ্রসমূহে শিশুসকলক ভবিশ্যতে সুনাগৰিক হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত উল্লেখযোগ্য অবদান আগবঢ়াব বুলি মন্ত্ৰীগৰা...

October 28, 2025 8:12 PM

views 20

আকাশবাণীত গুৱাহাটী কেন্দ্ৰত তোমাৰ নিবিড় মায়াৰে নাটকখনৰ কলাকুশলীসকলক সম্বর্ধনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰই দৃষ্টিহীনসকলৰ বাবে পৰীক্ষামূলকভাৱে প্রযোজনা কৰা তোমাৰ নিবিড় মায়াৰে নামৰ নাটকখন প্ৰথম মঞ্চস্থ হোৱাৰ এবছৰ পূৰ্ণ হোৱা উপলক্ষে আজি নাটকখনৰ নাট্যকাৰ আৰু কলাকুশলীসকলক সম্বর্ধনা জনোৱা হয়। আজি বিয়লি কেন্দ্ৰটোৰ সভাকক্ষত আয়োজিত এটা অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ উপ-সঞ্চালক প্রধান ৰবীন...

October 28, 2025 8:11 PM

views 53

বীৰ লাচিত সেনাৰ তিনিজন সদস্যক তিনিদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ

আৰক্ষীয়ে কালি গ্ৰেপ্তাৰ কৰা বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ তিনিজন সদস্যক আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ আদালতে তিনিদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে। সংবাদমেলৰ আয়োজন কৰাৰ সময়তে আৰক্ষীয়ে কালি গ্ৰেপ্তাৰ কৰা সংগঠনটোৰ মুখ্য সচিব বল্টু পাণি ফুকন আৰু উৎপল দত্ত, তন্ময় চেতিয়া নামৰ সদস্যকেইজ...

October 28, 2025 8:10 PM

views 12

ৱালিউল ইছলামক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জামিন প্রদান

তোলনীয়া সন্তানক নির্যাতন চলোৱাৰ গোচৰত কাৰাবন্দী হৈ থকা চিকিৎসক ৱালিউল ইছলামক গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্রদান কৰিছে। ন্যায়াধীশ ছামিমা জাহানৰ আদালতে আজি কেইবাটাও চর্ত বান্ধি দি চিকিৎসকজনৰ জামিন মঞ্জুৰ কৰে। উল্লেখযোগ্য যে তোলনীয়া সন্তানক নির্যাতন চলোৱাৰ গোচৰত চিকিৎসক দম্পতী সংগীতা দত্ত আৰু বালিউল ...

October 28, 2025 8:00 PM

views 20

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত ৭ জন ব্যক্তিক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, সন্দীপন গার্গ, অমৃতপ্রভা মহন্ত, শেখৰজ্যোতি গোস্বামী, দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। ষট পূজা উপলক্ষে আজি আদালতৰ ক...

October 28, 2025 7:13 PM

views 18

বিশ্বনাথত সদৌ অসম ভিত্তিত ভূপেন্দ্র সংগীত প্রতিযোগিতা অনুষ্ঠিত

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ সৈতে সংগতি ৰাখি আজি বিশ্বনাথত সদৌ অসম ভিত্তিত ভূপেন্দ্র সংগীত প্রতিযোগিতা অনুষ্ঠিত কৰা হয়। বিশ্বনাথ চাৰিআলিৰ সাধনা সংগীত মহাবিদ্যালয়ৰ উদ্যোগত আৰু বিশ্বনাথ মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই প্রতিযোগিতাত ৰাজ্যৰ ব...

October 28, 2025 7:10 PM

views 33

কাজিৰঙাত অসম সাহিত্য সভাৰ ভৱিষ্যৎ প্রজন্ম শীর্ষক এখন সম্মিলন অনুষ্ঠিত

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত তথা গোলাঘাট জিলা সাহিত্য সভাৰ সহযোগত কাজিৰঙাৰ কঁহৰাৰ পৰমানন্দ লাহন প্রেক্ষাগৃহত আজি অসম সাহিত্য সভাৰ ভৱিষ্যৎ প্রজন্ম শীর্ষক এখন সম্মিলন অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে সন্মিলনখনত উদ্বোধনী ভাষণ দিয়ে। মন্ত্রী অতুল বৰা এই অনুষ্ঠান...

October 28, 2025 7:07 PM

views 29

পৰহিলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্রীৰ লখিমপুৰ জিলা ভ্ৰমণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰহিলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলা ভ্ৰমণ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা আযুক্ত প্ৰণৱজিৎ কাকতি, আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকা আৰু স্বানীয় বিধেয়ক মানৱ ডেকাৰ লগতে বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়াসকলে মুখ্যমন্ত্ৰীগৰাকীয়ে ভ্রমণ কৰিবলগীয়া স্থানসমূহ পৰিদৰ্শন কৰি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।