আঞ্চলিক সংবাদ

October 29, 2025 11:38 AM

views 26

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত অহা ২ নৱেম্বৰৰ পৰা পৰ্যটকৰ বাবে জীপ আৰু হাতী ছাফাৰি মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত অহা ২ নৱেম্বৰৰ পৰা পৰ্যটকসকলে জীপ আৰু হাতী ছাফাৰি কৰিব পাৰিব। ইয়াৰ বাবে বনাঞ্চলখনৰ মূল প্ৰৱেশদ্বাৰ ৰং-তুলিকাৰে সজাই তোলা হৈছে। আৰ্ট ফৰ নেচাৰ নামৰ এটা সংস্থাৰ শিল্পীসকলে উদ্যানখনৰ প্ৰতিটো বন্য জীৱ ছবিৰে প্ৰৱেশদ্বাৰখন সজাই তুলিছে। চালে চকুৰোৱা এই ছবিসমূহে পর্...

October 29, 2025 11:37 AM

views 12

উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে’লৱেৰ ১২,০১১খন ৰে’লৰ চলাচল

ভাৰতীয় ৰে'লৱে উৎসৱৰ বতৰত যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে ১২ হাজাৰ ১১ খন ৰে'লৰ চলাচল কৰাইছে। ইয়াৰ অংশ হিচাপে উত্তৰ-পূব সীমান্ত ৰে'লৱে ৪৮ খন বিশেষ ৰে'লৰ চলাচল কৰাইছে। এই ৰে’লগাড়ী কেইখনে ডিচেম্বৰলৈকে ৬২০টা যাত্ৰা সম্পন্ন কৰিব। উত্তৰ-পূব সীমান্ত ৰে'লৱে মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জ...

October 29, 2025 11:36 AM

views 33

ৰাজ্যৰ ভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ আয়োজন, পূৰ্ণগতিত অব্যাহত আখৰা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ পালন কৰাৰ উদ্দেশ্যে আখৰা পূৰ্ণ গতিত চলি আছে। হোজাই জিলাৰ বামুণগাঁৱতো পৰম্পৰা ৰক্ষা কৰি দুদিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব। লংকাৰ বামুণগাঁও, পিপলপুখুৰী আৰু জুঠাংবস্তি আঞ্চলিক ৰাস উদযাপন সমিতিৰ উদ্যোগত অহা ৫ আৰু ৬ নৱেম্বৰত ৰাস মহোৎসৱ অনুষ্ঠিত হ'...

October 29, 2025 11:35 AM

views 22

ডিব্ৰুগড়ৰ মিলন নগৰত কবি বৈদ্য ব্রাইট বুঢ়াগোহাঁইৰ কাব্য সংকলন ‘ব্যঞ্জনবাদ’ উন্মোচন

ডিব্ৰুগড়ৰ মিলন নগৰত ব্ৰাইট দা লাইটৰ সৌজন্যত কালি কবি বৈদ্য ব্রাইট বুঢ়াগোহাঁইৰ কাব্য সংকলন ‘ব্যঞ্জনবাদ’ উন্মোচন কৰা হয়। ঔপন্যাসিক জুৰি বৰা বৰগোহাঁই, অনিৰুদ্ধ দেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পংকজ বৰঠাকুৰ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° প্ৰাঞ্জল বুঢ়াগোহাঁয়ে গ্ৰন্থখন উন্মোচন কৰে। অনুষ...

October 29, 2025 11:34 AM

views 28

দৰং জিলাৰ ছিপাঝাৰত পথ দুৰ্ঘটনাত দুজন মটৰ চাইকেল আৰোহীৰ মৃত্যু

দৰং জিলাৰ ছিপাঝাৰত কালি নিশা এটা পথ দুৰ্ঘটনাত দুজন মটৰ চাইকেল আৰোহীৰ মৃত্যু হয়। ছিপাঝাৰ সম জিলা কাৰ্যালয়ৰ সন্মুখত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই পথ দুৰ্ঘটনাত আন এজন আৰোহী আঘাতপ্রাপ্ত হয়। মঙলদৈৰ দিশৰ পৰা অহা মটৰ চাইকেলখনত বিপৰীত দিশৰ পৰা অহা এখন ট্রাকে খুন্দিওৱাৰ ফলত দুজন আৰোহীৰ থিতাতে মৃত্য...

October 29, 2025 11:33 AM

views 15

শিৱসাগৰ জিলাৰ দিছিয়ালত দিখৌ নৈত যুৱকৰ মৃতদেহ উদ্ধাৰ

শিৱসাগৰ জিলাৰ দিছিয়ালত কালি দিখৌ নৈত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। যুৱকজনক শিৱসাগৰৰ আমোলাপট্টিৰ মুনীন দাস বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰিছে। যোৱা শনিবাৰৰ পৰা যুৱকজন সন্ধানহীন হৈ আছিল। যুৱকজনৰ মটৰ চাইকেল, মোবাইল ফোন আদি সেইদিনাই ঢুলীয়াপাৰত উদ্ধাৰ হৈছিল যদিও যুৱকজনৰ সন্ধান পোৱা হোৱা নাছিল।

October 29, 2025 11:32 AM

views 11

শিৱসাগৰৰ সামাজিক, সাংস্কৃতিক সংগঠন প্রভাতী সংঘৰ উদ্যোগত গছপুলি ৰোপণ কাৰ্যসূচী

শিৱসাগৰৰ সামাজিক, সাংস্কৃতিক সংগঠন প্রভাতী সংঘৰ উদ্যোগত কালি গছপুলি ৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হয়। সদ্যপ্রয়াত শিল্পী জুবিন গাৰ্গৰ প্রতি শ্রদ্ধা নিবেদন কৰি সংঘৰ কৰ্মকৰ্তাসকলে জেঙণিকটীয়া দুই আলিমাজ অঞ্চলত ১০০টা নাহৰ পুলি ৰোপণ কৰা হয়। সংঘৰ সদস্যসকলে ৰোপণ কৰা গছপুলিৰ সঠিক যতন লোৱাৰ দায়িত্ব গ্ৰহণ কৰাৰ...

October 29, 2025 11:31 AM

views 14

ঢকুৱাখনা সমজিলাৰ সুলভ মূল্যৰ ব্যৱসায়ীসকলৰ বিভিন্ন সমস্যা সম্পৰ্কত আলোচনা সভা

ঢকুৱাখনা সম জিলাৰ সুলভ মূল্যৰ ব্যৱসায়ীসকলৰ এখন বৈঠক কালি অনুষ্ঠিত হয়। বৈঠকত ব্যৱসায় পৰিচালনা কৰোতে সন্মুখীন হোৱা বিভিন্ন সমস্যা সম্পৰ্কে আলোচনা কৰাৰ লগতে অহা ১ৰ পৰা ১০ নৱেম্বৰলৈ পালন কৰিবলগীয়া অন্নসেৱা দিন আৰু ৰাজ্য চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনৰ নতুন আঁচনি ৰূপায়ণ ...

October 29, 2025 11:29 AM

views 214

গুৱাহাটীৰ বৰ্ষাপাৰাত আজি আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেল

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেল আজি গুৱাহাটীৰ বৰ্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অসমত প্ৰথমবাৰৰ বাবে হ'বলগীয়া মহিলা বিশ্বকাপ ক্রিকেটৰ ছেমি ফাইনেল খেলখনৰ বাবে দৰ্শকৰ মাজত যথেষ্ট আগ্রহ পৰিলক্ষিত হৈছে।...

October 29, 2025 11:27 AM

views 41

কলিয়াবৰত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত কলিয়াবৰ বিধানসভা সমষ্টিৰ মুঠ ৩২ হাজাৰ ৪৮২ গৰাকী হিতাধিকাৰীক উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে কলিয়াবৰ সমষ্টিত প্ৰায় ৪ হাজাৰ আত্মসহায়ক গোট গঠন কৰা হৈছে আৰু এনে...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।