October 30, 2025 1:04 PM
49
আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অনুষ্ঠান উপস্থাপক চৈয়দ ছাদুল্লাৰ দেহাৱসান
জনপ্রিয় সংগীতজ্ঞ, গীতিকাৰ, সুৰকাৰ, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অনুষ্ঠান উপস্থাপক চৈয়দ ছাদুল্লাৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ। তেওঁ কিছুদিন ধৰি শাৰীৰিকভাবে অসুস্থ হৈ আছিল। আকাশবাণী ডিব্ৰুগড়ত বাদ্যযন্ত্রী হিচাপে যোগদান কৰা চৈয়দ ছাদুল্লা কুইভাৰ্ছ না...