আঞ্চলিক সংবাদ

October 30, 2025 8:52 PM

views 37

গহপুৰত হ’বলগীয়া কনকলতা বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱিত স্থান পৰিদৰ্শন জনসংযোগ মন্ত্রী পীযূষ হাজৰিকাৰ

বিশ্বনাথ জিলাৰ গহপুৰৰ ঐতিহ্যমণ্ডিত ভোলাগুৰি চাহ বাগিচাত অহা ৮ নৱেম্বৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে আধাৰশিলা স্থাপন কৰিবলগীয়া কনকলতা বিশ্ববিদ্যালয়ৰ প্ৰস্তাৱিত স্থান আজি জনসংযোগ মন্ত্রী পীযূষ হাজৰিকাই পৰিদৰ্শন কৰে। ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ কৰ্মস্থলী ভোলাগুৰিত ৭৪০ বিঘা ভূমি সামৰি এই বিশ্ববিদ...

October 30, 2025 8:51 PM

views 18

ৰাজ্যৰ কেইবাখনো জিলাত শুশ্ৰুষা সেতু শীর্ষক বৃহৎ স্বাস্থ্য শিবিৰ

ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিক সামৰি অনুষ্ঠিত শুশ্ৰুষা সেতু শীর্ষক বৃহৎ স্বাস্থ্য শিবিৰ আজি ধেমাজি জিলাৰ জোনাইৰ গান্ধী ময়দান খেলপথাৰত অনুষ্ঠিত হয়। এই শিবিৰত ১৮ তলৰ ৩ হাজাৰৰো অধিক ল'ৰা-ছোৱালীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। জোনাইৰ বিধায়ক ভুৱন পেগুৱে এই শিবিৰত অংশ লৈ ৰাজ্যজুৰি গ্ৰহণ কৰা এই আঁচনিখনৰ বি...

October 30, 2025 8:49 PM

views 21

গুৱাহাটী বিজ্ঞান নগৰী সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তৰ বৈঠক

তথ্য প্রযুক্তি, বিজ্ঞান, প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী কেশৱ মহন্তই আজি দিছপুৰত বিজ্ঞান প্রযুক্তি, লোকনিৰ্মাণ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, অসম ৰাজ্যিক বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ, পৰিসৰ, গুৱাহাটী বিজ্ঞান নগৰী প্ৰকল্প আৰু ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে গুৱাহাটী ব...

October 30, 2025 8:48 PM

views 27

নলবাৰী-বৰেপটা-ডিব্ৰুগড়ত বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ ১০জন সদস্যক গ্ৰেপ্তাৰ

নলবাৰী আৰক্ষীয়ে আজি বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ পাঁচজন সদস্যক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা সদস্যকেইজন হৈছে সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ সভাপতি দিলীপ বৰ্মন, সাধাৰণ সম্পাদক নৱজিত বৰ্মন আৰু সদস্য প্ৰাঞ্জল বৰ্মন, পংকজ লোচন ডেকা আৰু আচিফুৰ জামান। ষট পূজা আৰু ৰাস মহোৎসৱত সংগীত পৰিৱেশনক লৈ এছ অ' পি জাৰি ক...

October 30, 2025 8:47 PM

views 25

বাক্সা জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত জিলা দিৱস উদযাপন

বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত জিলা দিৱস উদযাপন কৰা হয়। শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে কাৰ্যসূচী মুকলি কৰা হয়। জিলা দিৱস উপলক্ষে জিলা আয়ুক্ত গৌতম দাস আৰু আৰক্ষী অধীক্ষক উজ্বল প্রতীম বৰুৱাই চাইকেল সমদলৰ শুভাৰম্ভ কৰে। জিলা আয়ু...

October 30, 2025 8:44 PM

views 32

বজালীৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত চৌহদ পৰিদৰ্শন শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ

বজালী জিলাৰ উচ্চশিক্ষাৰ অন্যতম প্রতিষ্ঠান ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত চৌহদটো আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে পৰিদৰ্শন কৰে। মেধিকুছিত নিৰ্মাণৰত এই চৌহদ পৰিদৰ্শন কৰি ডাঃ পেগুৱে অহা বছৰৰ জানুৱাৰীত এই উন্নত শৈক্ষিক পৰিৱেশত বিশ্ববিদ্যালয়খনৰ নতুন শৈক্ষিক যাত্ৰা আৰম্ভ হ'ব বুলি সাংবাদিকৰ আগত প্ৰকাশ...

October 30, 2025 8:43 PM

views 30

আজাৰবাইজানত অনুষ্ঠিত আই এফ এ বিশ্ব পাঞ্জা প্রতিযোগিতাত অসমৰ কস্তুৰী শৰ্মাৰ দুটা ৰূপৰ পদক

অসমৰ কস্তুৰী শৰ্মাই আজাৰবাইজানৰ বাকুত অনুষ্ঠিত আই এফ এ বিশ্ব পাঞ্জা প্রতিযোগিতাত দুটা ৰূপৰ পদক লাভ কৰিছে। কস্তুৰী শৰ্মাই সোঁ আৰু বাঁও বাহু শিতানত এই পদক লাভ কৰে ।

October 30, 2025 8:20 PM

views 29

শদিয়াত মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত ২৭,৫৭৩ গৰাকী হিতাধিকাৰীক মুখ্যমন্ত্ৰীৰ চেক প্ৰদান

মহিলা উদ্যোগীসকলৰ সৱলীকৰণৰ জৰিয়তে অসমৰ অৰ্থনীতি শক্তিশালী কৰাৰ লক্ষ্যৰে ৰূপায়ণ কৰা মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত আজি শদিয়া বিধানসভা সমষ্টিৰ ২৭ হাজাৰ ৫৭৩ গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক ১০ হাজাৰ টকাকৈ চেক প্ৰদান কৰা হয়। এই উপলক্ষে শদিয়াৰ চপাখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আ...

October 30, 2025 8:15 PM

views 23

উত্তৰ লখিমপুৰৰ খেলমাটিত ড° ভূপেন হাজৰিকাৰ এটা ১৭ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লি উত্তৰ লখিমপুৰৰ খেলমাটিত ৪০ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা ড° ভূপেন হাজৰিকাৰ এটা ১৭ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। তেওঁ লগতে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শিৱমন্দিৰৰ পৰা নৰ্থ লখিমপুৰ কলেজ চাৰিআলিলৈ ২ কোটি ৮৭ লাখ টকাৰে নিৰ্মাণ কৰা পথছোৱা উদ্বোধন কৰে। কাইল...

October 30, 2025 8:14 PM

views 112

আকাশবাণীৰ জনপ্ৰিয় উপস্থাপক, আবৃত্তিকাৰ, অভিনেতা, গীতিকাৰ, সুৰকাৰ চৈয়দ ছাদুল্লাৰ দেহাৱসান

আকাশবাণীৰ জনপ্ৰিয় উপস্থাপক, আবৃত্তিকাৰ, অভিনেতা, গীতিকাৰ, সুৰকাৰ চৈয়দ ছাদুল্লাৰ আজি আগবেলা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ। যোৱা কিছুদিন ধৰি দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হোৱা চৈয়দ ছাদুল্লাক উন্নত চিকিৎ‍সাৰ বাবে কালি গুৱাহাটী চিকিৎসা মহাবিদ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।