আঞ্চলিক সংবাদ

December 9, 2025 8:14 PM December 9, 2025 8:14 PM

views 9

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত বিগত বিত্তীয় বৰ্ষত ২ কোটিৰো অধিক আবেদনকাৰীক ২৮ হাজাৰ কোটিতকৈ অধিক ধন প্ৰদান

আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত যোৱা বিত্তীয় বৰ্ষত ২ কোটিৰো অধিক আবেদনকাৰীক ২৮ হাজাৰ কোটিতকৈ অধিক টকা প্ৰদান কৰা হৈছে। আজি ৰাজ্যসভাৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ ৰাজ্যিক মন্ত্ৰী প্ৰতাপৰাও যাদৱে কয়, যে এই আঁচনিৰ জৰিয়তে ১২ কোটি পৰিয়ালক ৫ লাখকৈ স্...

December 9, 2025 8:12 PM December 9, 2025 8:12 PM

views 8

প্রধানমন্ত্রী কিষাণ আঁচনি আৰম্ভ হোৱাৰে পৰা ২১ টা কিস্তিৰ জৰিয়তে ৪ লাখ কোটি টকাৰো অধিক ধন কৃষকক প্ৰদান

প্রধানমন্ত্রী কিষাণ আঁচনি আৰম্ভ হোৱাৰে পৰা কেন্দ্ৰীয় চৰকাৰে ২১ টা কিস্তিৰ জৰিয়তে ৪ লাখ কোটি টকাৰো অধিক ধন কৃষকক প্ৰদান কৰিছে। লোকসভাত আজি প্ৰশ্নকালৰ সময়ত পৰিপূৰক উত্তৰ দি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যান মন্ত্ৰী শিৱৰাজ চৌহানে কয়, যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পৰা লাভ কৰা পৰিক্ষিত তথ্যৰ...

December 9, 2025 7:36 PM December 9, 2025 7:36 PM

views 6

ৰঙিয়াত বানপীড়িত অঞ্চলত বানৰ সময়ত ল’বলগীয়া সাৱধানতাৰ বিষয়ে অনুশীলন

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত কামৰূপ জিলাৰ ৰঙিয়াত বানপীড়িত অঞ্চলত বানপানীৰ সময়ত ল'বলগীয়া সাৱধানতাৰ বিষয়ে অনুশীলন অনুষ্ঠিত হয়। ৰঙিয়াৰ শিক্ষক প্রশিক্ষণ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনী, ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা ...

December 9, 2025 7:34 PM December 9, 2025 7:34 PM

views 4

গুৱাহাটীত আঞ্চলিক সামূহিক অনাতাঁৰ কেন্দ্ৰ সন্মিলনৰ আয়োজন

ভাৰতীয় গণসংযোগ প্রতিষ্ঠান- আই আই এম চিয়ে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত কাইলৈ আৰু পৰহিলৈ দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত আঞ্চলিক সামূহিক অনাতাঁৰ কেন্দ্ৰ সন্মিলনৰ আয়োজন কৰিছে। ভাৰতত সামূহিক অনাতাঁৰ সেৱাৰ ২০ বছৰ পূৰ্তি উদযাপনৰ লগতে এই সামূহিক অনাতাঁৰ কেন্দ্ৰসমূহত সেৱা আগবঢ়োৱা পূ...

December 9, 2025 7:32 PM December 9, 2025 7:32 PM

views 13

গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ ছহিদ স্মাৰক ক্ষেত্ৰত ছহিদৰ স্মৃতিত বিশেষ অনুষ্ঠান

ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে কাইলৈ পালন কৰিবলগীয়া ছহিদ দিৱসৰ পূৰ্বে আজি গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ ছহিদ স্মাৰক ক্ষেত্ৰত ছহিদৰ স্মৃতিত বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈছে। এই অনুষ্ঠানৰ অংশ হিচাপে আজি বিয়লি থাপনা স্থাপন, ভাগৱত পাঠ, ছহিদ প্রণাম জ্যোতি প্রজ্বলন, দিহা নাম, থিয় নাম আদিৰ আয়োজন কৰা হৈছে। অনুষ্...

December 9, 2025 7:19 PM December 9, 2025 7:19 PM

views 4

পি এম আৱাস যোজনা গ্রামীণৰ অন্তৰ্গত ৰাজ্যত গৃহ নিৰ্মাণৰ অনুমোদন পত্ৰ বিতৰণ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অন্তৰ্গত ২০২৫-২৬ বৰ্ষৰ বাবে তিনি লাখৰো অধিক হিতাধিকাৰীলৈ যোজনাৰ অনুমোদন পত্ৰৰ ৰাজ্যিক পৰ্যায়ৰ কেন্দ্ৰীয় আনুষ্ঠানিক বিতৰণ কাৰ্যসূচীৰ আজি উদ্বোধন কৰে। কামৰূপ জিলাৰ বকোৰ গান্ধী ময়দান সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত এই কাৰ্যসূচীত হিতাধিক...

December 9, 2025 7:17 PM December 9, 2025 7:17 PM

views 15

কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰে । অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয়, যে ১৯৮৫ চনত অসম আন্দোলনৰ পাছত অসম চুক্তি স্বাক্ষৰিত হৈছিল। সকলোৱে ৰাজ্যখনক লৈ ইতিবাচক মনোভাৱ পোষণ কৰি আছিল যদ...

December 9, 2025 7:09 PM December 9, 2025 7:09 PM

views 6

কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তনত ৰাজ্যপালৰ অংশগ্ৰহণ, জুবিন গাৰ্গলৈ ডি-লিট

ৰাজ্যপাল আৰু কটন বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি বিশ্ববিদ্যালয়খনৰ চতুৰ্থ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰে। সমাৱৰ্তন ভাষণত ৰাজ্যপালগৰাকীয়ে ২০৪৭ চনলৈ ভাৰতবৰ্ষ এখন বিকশিত ৰাষ্ট্ৰত পৰিণত কৰাৰ সপোন পূৰণ কৰাৰ দায়িত্ব দেশৰ নৱপ্ৰজন্মৰ ওপৰতে ন্যস্ত আছে বুলি মন্তব্য কৰে। এই সমাৰোহত দুহেজাৰ ৮...

December 8, 2025 8:02 PM December 8, 2025 8:02 PM

views 5

কাছাৰত মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিত কুমাৰ দাসে কাছাৰ জিলাত চলি থকা সকলো উন্নয়নমূলক কাম-কাজ ৬০ৰ পৰা ৭৫ দিনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে। আজি কাছাৰ জিলাৰ উপায়ুক্তৰ কার্যালয়ত গ্রাম্য উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে এই নির্দেশ দিয...

December 8, 2025 7:58 PM December 8, 2025 7:58 PM

views 7

ৰাজ্যৰ ভিন্ন প্ৰান্তত লোক আদালতৰ বাবে প্রস্তুতি অব্যাহত

অহা ১৩ ডিচেম্বৰত দেশজুৰি হ'বলগীয়া ৰাষ্ট্ৰীয় লোক আদালতৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্ততো লোক আদালতৰ বাবে প্রস্তুতি চলিছে। লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লখিমপুৰ জিলা আৰু ঢকুৱাখনা মহকুমা আদালতত ১৩ ডিচেম্বৰত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। লখিমপুৰ আইন সেৱা প্ৰাধিকৰণৰ সচিবে বিভিন্ন ...