আঞ্চলিক সংবাদ

November 3, 2025 12:38 PM

views 131

বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ দেহাৱসান

বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ আজি পুৱা চেন্নাইৰ এখন চিকিৎসালয়ত মৃত্যু হয়। অসমৰ সংগীত জগতলৈ অনবদ্য অৱদান আগবঢ়োৱা বাঁহীবাদকগৰাকী দীর্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পাছত তেওঁক উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ নিয়া হৈছিল। শেহতীয়াকৈ শিল্পীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অধিক জটিল হৈ পৰাৰ পাছত আজি পুৱা ৬ বাজি ১৫ মিনিটত শ...

November 3, 2025 12:36 PM

views 41

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ আজি শুভাৰম্ভ

স্নাতক উত্তীর্ণ যুৱক-যুৱতীসকলক সকাহ দিয়াৰ উদ্দেশ্যে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ উদ্যোগত আজি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। দিছপুৰৰ লোকসেৱা ভবনত এই উপলক্ষে আজি বিয়লি আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই আঁচনিখন মুকলি কৰিব। অনুষ্ঠানত দক্ষতা, নিয়োগ আৰু ...

November 3, 2025 12:35 PM

views 22

আই আই টি গুৱাহাটীত জ্যোতিবাদিত্য সিন্ধিয়াৰ উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ক্লাষ্টাৰ উদ্বোধন

ড'নাৰ মন্ত্রী জ্যোতিবাদিত্য সিন্ধিয়াই কালি আই আই টি গুৱাহাটীত উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ক্লাষ্টাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। তেওঁ লগতে ভার্চুৱেল ব্যৱস্থাৰে ৰাজ্যত ৬৫ খন নতুন উচ্চতৰ মাধ্যমিক বিদ্যালয় নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰে। উত্তৰ-পূব বিজ্ঞান আৰু প্রযুক্তিবিদ্যা ক্লাষ্টাৰে উত্তৰ পূ...

November 3, 2025 12:25 PM

views 25

ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত অমিত শ্বাহৰ লগত মুখ্যমন্ত্রীৰ আলোচনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি নিশা নতুন দিল্লীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰি ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে। কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ নতুন দিল্লীৰ চৰকাৰী বাসভবনত প্রায় আধা ঘণ্টা সময় বৈঠকত মিলিত হোৱাৰ সময়ত মুখ্যমন্ত্রী ৬০ শর্মাই জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্ৰ কৰি...

November 2, 2025 7:44 PM

views 28

যোৱা দুদিনত পুনৰ দুজন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কাছাৰ আৰক্ষীৰ

কাছাৰ আৰক্ষীয়ে ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান চলাই যোৱা দুদিনত পুনৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। জিলাখনত ইয়াকে ধৰি বৰ্তমানলৈকে ১৭ জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰা হৈছে। শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা ছোট জালেংগা দ্বিতীয় খণ্ডৰ বাসিন্দা সুপাল ৰায়ে দীৰ্ঘদিন ধৰি ৰোজকান্দি চাহ বাগিচাত নিজৰ ফাৰ্মাচীত চিকিৎসা আগ...

November 2, 2025 7:40 PM

views 31

কাইলৈ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি শুভাৰম্ভ

স্নাতক উত্তীৰ্ণ যুৱক-যুৱতীসকলক সকাহ দিয়াৰ উদ্দেশ্যে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ উদ্যোগত কাইলৈ মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। দিছপুৰৰ লোকসেৱা ভৱনত এই উপলক্ষে কাইলৈ বিয়লি আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিখন মুকলি কৰিব। অনুষ্ঠানত দক্ষতা, নি...

November 2, 2025 7:38 PM

views 22

বীৰ লাচিত সেনা নামৰ সংগঠনৰ নেতা বিকাশ অসমক তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ নেতা বিকাশ অসমক তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। ব্যৱসায়ীক ধনদাবী আৰু অপহৰণৰ গোচৰত অভিযুক্ত বিকাশ অসম পলাতক হৈ আছিল আৰু কালি দিছপুৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। আত্মসমৰ্পণৰ পাছতে তেওঁক আৰক্ষীয়ে আদালতত ...

November 2, 2025 7:34 PM

views 32

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ পালনৰ প্ৰস্তুতি পূর্ণ গতিত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ পালনৰ প্ৰস্তুতি পূর্ণ গতিত চলি আছে। সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী, লখিমপুৰ, ধেমাজি আৰু নামনি অসমৰ হাউলী, পলাশবাৰী, টিহু, নলবাৰী, পাঠশালা, পাটাছাৰকুছি, তামুলপুৰ, মৰিগাঁৱকে ধৰি বিভিন্ন টাইত ৰাস উৎসৱ অনুষ্ঠিত হ'ব। এই উপলক্ষে নামঘৰ, মন্দিৰ আদিত সন্ধিয়া স্থানীয় ব...

November 2, 2025 7:32 PM

views 33

১৫ নৱেম্বৰত ধৰতী আবা বীছা মুণ্ডাৰ জয়ন্তী উপলক্ষে ডাঃ ৰণোজ পেগুৰ আলোচনা

অহা ১৫ নৱেম্বৰত ধৰতী আবা বীছা মুণ্ডাৰ জয়ন্তী উপলক্ষে ৰাজ্যৰ প্ৰতিখন জিলাত জনজাতীয় গৌৰৱ দিৱসৰ আয়োজন কৰা সন্দৰ্ভত আজি শিক্ষা তথা ভৈয়াম জনজাতি কল্যাণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে জিলা আয়ুক্ত আৰু স্বায়ত্ত শাসিত পৰিষদৰ বিষয়ববীয়াৰ সৈতে আলোচনা কৰে। ভিডিঅ' কনফাৰেন্সিংযোগে অনুষ্ঠিত এই বৈঠকত মন্ত্ৰীগৰাকীয়...

November 2, 2025 7:29 PM

views 24

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা সংমণ্ডল পৰ্যটকৰ বাবে মুকলি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা সংমণ্ডল আজি পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। বন মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে কঁহৰা সংমণ্ডলৰ প্ৰৱেশদ্বাৰ মিহিমুখত আনুষ্ঠানিকভাৱে সংমণ্ডলটো মুকলি কৰে। এতিয়াৰে পৰা পৰ্যটকসকলে জীপ আৰু হাতী চাফাৰি কৰি উদ্যানখনৰ সৌন্দৰ্য্য উপভোগ কৰিব পাৰিব। আজি এই কাৰ্যসূচীত বন মন্ত্ৰীৰ সৈত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।